Assam GK and Current Affairs 2022 for APSC - Current Affairs of Assam February 2022 Questions and Answers in Assamese
Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2022 for APSC and other govt exams 2022. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam February 2022 (অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ফেব্ৰুৱাৰী ২০২২) questions & answers for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police exams. Infact the Assam Current Affairs, GK & News 2022 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs February 2022 will be a pedestrian to crack your exam.
Assam GK Quiz in Assamese 2022
Assam Current Affairs 2022 for APSC
In this article we have provided you latest Assam Current Affairs 2022. So, read all these important Assam Current Affairs, GK & News 2022 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2022 are extremely important and should be a part of your preparation.
Monthly Current Affairs of Assam 2022
In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2022. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.
Assam GK and Current Affairs for Competitive Exam
There are mainly two very important Assam GK Quiz and Current Affairs GK in Assamese language of February 2022. They are :
1. 1 ফেব্ৰুৱাৰী, 2022 তাৰিখৰ পৰা কোনখন ৰাজ্য চৰকাৰে পুৰণি ফাইল সমূহ নিষ্পত্তি কৰাৰ বাবে সদ্ভাৱনা প্ৰকল্প হাতত লৈছে?
উত্তৰ : অসম চৰকাৰ2. সংসদত 2022 - 23 বৰ্ষৰ বাজেট কোনে উত্থাপন কৰে?
উত্তৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনHere are the GK on Current Affairs of Assam February 2022 for your upcoming exams. Read all these most important monthly current affairs Assam GK Quiz 2022 in order to answer the questions :
অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ফেব্ৰুৱাৰী ২০২২
1. ভাৰতৰ প্ৰথমখন ভূ - বৈজ্ঞানিক পাৰ্ক (India's first Geological park) ক'ত নিৰ্মাণ কৰা হব?
উত্তৰ : জব্বলপুৰ, মধ্যপ্ৰদেশ
2. স্পিতুক গোচটৰ উৎসৱ 2022 ভাৰতৰ ক'ত আৰম্ভ কৰা হৈছে?
উত্তৰ : লাডাখ
3. মহিলা এছিয়া কাপ 2022 ৰ খিতাপ কোনে দখল কৰিছে?
উত্তৰ : জাপান
4. কোনখন ৰাজ্য চৰকাৰে কন্যা তথা মহিলাসকলক আত্মনিৰ্ভৰ কৰি তুলিবলৈ 'পঙ্খ অভিযান' (PANKH abhiyan) আৰম্ভ কৰিছে?
উত্তৰ : মধ্যপ্ৰদেশ
5. জানুৱাৰী 2022 ত কোনখন দেশে প্ৰথমবাৰৰ বাবে যোগ মহোৎসৱৰ আয়োজন কৰে?
উত্তৰ : ছৌদি আৰব
6. কোনখন ৰাজ্যত অৱস্থিত ৰামগড় বন্যপ্ৰাণী অভয়াৰণ্যক চতুৰ্থ বাঘ সংৰক্ষিত অঞ্চল হিচাপে জাননী দিয়া হৈছে?
উত্তৰ : ৰাজস্থান
7. শেহতীয়াকৈ কোন কেন্দ্ৰীয় মন্ত্ৰণালয়ে 'স্বচ্ছতা ষ্টাৰ্ত- আপ চেলেঞ্জ' আৰম্ভ কৰিছে?
উত্তৰ : গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়
8. ভাৰতৰ কোনটো কোম্পানীয়ে ভাৰতৰ প্ৰথম বুদ্ধিমান বাৰ্তাবাহক (intelligent messenger) পপছ মুকলি কৰিছে?
উত্তৰ : Paytm money
9. কোন মন্ত্ৰণালয়ে দুৰ দুৰণি পৰিভ্ৰমণ কৰা বাছসমূহত ফায়াৰ এলাৰ্ম লগোৱা বাধ্যতামূলক কৰিছে?
উত্তৰ : Ministry of road transport & highways
10. ৱৰ্ল্ড গেমছ এথলীট অব দি ইয়েৰ 2021 পুৰস্কাৰ কোনে লাভ কৰিছে?
উত্তৰ : ভাৰতীয় হকী গ'লকীপাৰ পি আৰ শ্ৰীজেছ
11. কোন মন্ত্ৰণালয়ে স্বাস্থ্য আচঁনিৰ দ্বাৰা দৰবৰ হোম দেলিভাৰী আৰম্ভ কৰিছে?
উত্তৰ : প্ৰতিৰক্ষা মন্ত্ৰালয়
উত্তৰ : 2 ফেব্ৰুৱাৰী
14. বিশ্বত ষ্টীলৰ আটাইতকৈ বেছি উৎপাদক দেশ কোনখন হৈছে?
উত্তৰ : প্ৰথম স্থানত চীন, দ্বিতীয় স্থানত ভাৰত
15. কোনে ব্ৰিটানিয়াৰ অতিৰিক্ত নিৰ্দেশক পদৰ পৰা পদত্যাগ কৰিলে?
উত্তৰ : ঊৰ্জিত পেটেল
16. Skill Development ৰ বাবে কোনটো পৰ্টেল মুকলি কৰা হব?
উত্তৰ : ডিজিটেল দেশ ই - পৰ্টেল
17. Defence intelligence agency ৰ নতুন প্ৰমুখ হিচাপে কোনে নিযুক্তি লাভ কৰিছে?
উত্তৰ : জী এ বি ৰেড্ডী
18. ভাৰতৰ কোনগৰাকী খেলুৱৈক Laureus World Sports award ৰ বাবে মনোনীত কৰা হৈছে?
উত্তৰ : নীৰজ চোপ্ৰা
19. প্ৰতিৰক্ষা মন্ত্ৰালয় অনুসৰি কোনটো ৰক্ষা বলত মহিলা ফাইটাৰ পাইলটক স্থায়ীভাৱে চামিল কৰা হব?
উত্তৰ : ভাৰতীয় বায়ু সেনা
20. প্ৰথম অসমীয়া ইষ্টাৰ্ণ আর্মীৰ কমাণ্ডাৰ - ইন - চীফ কোন হৈছে?
উত্তৰ : ৰাণা প্ৰতাপ কলিতা
21. Oil India - The Pipeline Saga নামৰ উন্মোচনী কিতাপখনৰ লেখক কোন?
উত্তৰ : অৰুপ কুমাৰ দত্ত
উত্তৰ : অৰুণাচল প্ৰদেশ
23. দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ প্ৰথমটো ষ্টেচন ক'ত নিৰ্মাণ কৰা হব?
উত্তৰ : চুৰট
24. বিশ্বৰ প্ৰথমখন হাইড্ৰজেন চালিত flying boat ' The jet zero mission ' ক'ত আৰম্ভ কৰা হৈছে?
উত্তৰ : সংযুক্ত আৰৱ আমিৰাত
25. 2022 বৰ্ষত ভাৰতবৰ্ষৰ কিমানখন ৰামচৰ চাইট হৈছে?
উত্তৰ : 49 খন
26. ৰাষ্ট্ৰীয় ইলেকট্ৰনিক তথা সূচনা টেকনলজি সংস্থা (NIELIT) ৰ নতুন মহা নিৰ্দেশক কোন হৈছে?
উত্তৰ : মদন মোহন ত্ৰিপাঠী
উত্তৰ : নৱদীপ সিং গিল
28. ভাৰত আৰু কোনখন দেশৰ সীমাত নতুন Border Haat ৰ আধাৰশিলা স্থাপন কৰা হৈছে?
উত্তৰ : বাংলাদেশ
29. Statue of Equality কোনে উদ্ঘাটন কৰিছে?
উত্তৰ : নৰেন্দ্ৰ মোদী
30. NCERT ৰ নতুন নিৰ্দেশক (director) হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : দীনেশ প্ৰসাদ চকলানি
31. চন্দ্ৰযান 3 কেতিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে?
উত্তৰ : আগষ্ট 2022
উত্তৰ : ভাৰত
33. ভাৰতীয় ক্ৰিকেট দলে কোনখন দেশৰ সৈতে 1000 তম এদিনীয়া আন্তৰ্জাতিক খেল খেলে?
উত্তৰ : ৱেষ্ট ইণ্ডিজ
34. কোনখন ৰাজ্যত দেশৰ দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়?
উত্তৰ : অৰুণাচল প্ৰদেশ
35. দেশৰ তৃতীয় 'Border Haat' কোনখন ৰাজ্যত উদ্ঘাটন কৰা হৈছে?
উত্তৰ:- ত্ৰিপুৰা
উত্তৰ : ভাৰত
37. 2022 AFC মহিলা এছিয়া কাপৰ খিতাপ কোনে লাভ কৰিছে?
উত্তৰ : চীন
38. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) ৰ প্ৰথম মহিলা Vice Chancellor কোন হৈছে?
উত্তৰ : শান্তি শ্ৰী ধুলিপুৰী
39. এছিয়ান বিকাশ বেংকে 2021 বৰ্ষত কোনখন দেশক ৰেকৰ্ড সংখ্যক 4.6 বিলিয়ন আমেৰিকান ডলাৰ ঋণ প্ৰদান কৰে?
উত্তৰ : ভাৰত
উত্তৰ : ড. উন্নিকৃষ্ণন নায়াৰ
41. ভাৰত প্ৰেছ স্বতন্ত্ৰতা ৰিপোৰ্ট 2021 বৰ্ষত কোনখন ৰাজ্যই শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ : জম্মু কাশ্মীৰ
42. ৰাজ্যই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে CLAP অভিযান আৰম্ভ কৰিছে?
উত্তৰ : অন্ধ্ৰ প্ৰদেশ
43. ভাৰত আৰু কোনখন দেশৰ মাজত নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সৈতে জৰিত বিষয় সমূহত দ্বিপাক্ষিক আলোচনা হৈছে?
উত্তৰ : ৰুছ
44. জাৰী হোৱা Forbes ৰিপোৰ্ট অনুসৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি কোন?
উত্তৰ : গৌতম আদানী
উত্তৰ : এছ কিশোৰ
46. কোনখন ৰাজ্যৰ কেবিনেটে ধৰ্মান্তৰন বিৰোধী বিধেয়কক মঞ্জুৰি দিয়ে?
উত্তৰ : হাৰিয়ানা
47. Pfizer India ৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : প্ৰদীপ শ্বাহ
48. 2021 বৰ্ষৰ ড. ভবেন্দ্ৰনাথ সোঁৱৰণী বঁটা কাক প্ৰদান কৰা হয়?
উত্তৰ : শৰ্মিষ্ঠা প্ৰীতম
49. কৃষি তথা কৃষক কল্যাণ বিভাগৰ নতুন কৃষি সচিব কোন হব?
উত্তৰ : মনোজ আহুজা
50. ৰাষ্ট্ৰীয় ৰক্ষা অকাডেমী (NDA) ৰ নতুন প্ৰক্ষিক্ষক ৰূপে কাক নিযুক্তি দিয়া হয়?
উত্তৰ : সঞ্জয় কুমাৰ
উত্তৰ : সঞ্জয় মালহোত্ৰা
52. 2021 বৰ্ষত বিশ্বৰ সকলোতকৈ বেছি জন সমাগমপূৰ্ণ চহৰ কোনখন হৈছে?
উত্তৰ : ইষ্টানবুল
53. 2021 বৰ্ষত বিশ্বৰ সকলোতকৈ বেছি জন সমাগমপূৰ্ণ চহৰৰ তালিকাত ভাৰতৰ কোনখন চহৰে প্ৰথম স্থান পাইছে?
উত্তৰ : ভাৰতৰ ভিতৰত মুম্বাই প্ৰথম, বিশ্বৰ ভিতৰত মুম্বাই পঞ্চম
54. কোনখন দেশে বিদেশী ড্ৰোনৰ আমদানিত প্ৰতিবন্ধ প্ৰয়োগ কৰিছে?
উত্তৰ : ভাৰত
55. ভাৰতৰ প্ৰথম Biomass Based Hydrogen Plant ক'ত স্থাপন কৰা হব?
উত্তৰ : মধ্যপ্ৰদেশ
56. ভাৰতৰ কোনটো টানেলে বিশ্বৰ সকলোতকৈ দীঘল হাইৱে টানেল ৰূপে স্বীকৃতি পাইছে?
উত্তৰ : অটল টানেল
উত্তৰ : নৰৱে
58. EIU এ জাৰী কৰা ৰিপোৰ্ট অনুসৰি গণতন্ত্ৰ সুচাংক 2021 ত ভাৰত কিমান স্থানত আছে?
উত্তৰ : 46 তম
59. ডিচেম্বৰ 2024 লৈকে ভাৰতৰ প্ৰথম বুলেট ট্ৰেইন ষ্টেচন কোন চহৰত নিৰ্মাণ কৰা হব?
উত্তৰ : চুৰট
উত্তৰ : অষ্ট্ৰেলিয়া
61. ভাৰতে কোনখন দেশক আধাৰ কাৰ্ড মুকলি কৰাত সহায় কৰিব?
উত্তৰ : শ্ৰীলংকা
62. TATA sons private limited ৰ পুনৰ অধ্যক্ষ কোন হৈছে?
উত্তৰ : এন চন্দ্ৰশেখৰন
উত্তৰ : নিটি আয়োগ
64. কোনটো মহাকাশ সংস্থাই INSAT-4B উপগ্ৰহ নিষ্ক্ৰিয় কৰিছে?
উত্তৰ : ISRO
65. কোনখন দেশে Koala ক এক লুপ্তপ্ৰায় প্ৰজাতি ৰূপে ঘোষণা কৰিছে?
উত্তৰ : অষ্ট্ৰেলিয়া
66. ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : 13 ফেব্ৰুৱাৰী
উত্তৰ : অৰুণাচল প্ৰদেশ
68. RBI এ বিত্তীয় সাক্ষৰতা সপ্তাহ 2022 কেতিয়াৰ পৰা কেতিয়ালৈ আয়োজন কৰিব?
উত্তৰ : 14 - 18 ফেব্ৰুৱাৰী
69 Air India ৰ নতুন CEO/ MD কোন হৈছে?
উত্তৰ : ইলকৰ আয়শি
70. জানুৱাৰী মাহৰ বাবে কোনজন খেলুৱৈয়ে ICC men's player of the month বঁটা পাইছে?
উত্তৰ : কিগান পিটাৰছন
71. কোন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে কেঞ্চাৰৰ পৰা বাচিবলৈ ' hope express ' ঘোষণা কৰিছে?
উত্তৰ : মহাৰাষ্ট্ৰ
72. কোনটো মহাকাশ সংস্থাই PSLV - C52 উপগ্ৰহ মুকলি কৰে?
উত্তৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( ISRO)
73. ভাৰত চৰকাৰে পুনৰ কিমানটা চীনা এপ বন্ধ কৰিছে?
উত্তৰ : 54 টা
উত্তৰ : বিল গেটছ
75. কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (CBSE) ৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : বিনীত যোশী
76. ভাৰতৰ প্ৰথম 100% 'Plastic Based Nutreal' কৰা প্ৰথমটো কোম্পানীৰ নাম কি?
উত্তৰ : ডাবৰ ইণ্ডিয়া লিমিটেড
77. কোনটো মহাকাশ সংস্থাই EOS - 04 উপগ্ৰহ সফলতাৰে প্ৰক্ষেপণ কৰিছে?
উত্তৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)
উত্তৰ : সঞ্জয় মালহোত্ৰা
79. ট্ৰেনচজেণ্ডৰ সম্প্ৰদায় আৰু ভিক্ষাৰী সকলৰ বাবে ' স্মাইল' আঁচনি কোনে আৰম্ভ কৰিছে?
উত্তৰ : কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী ড. বীৰেন্দ্ৰ কুমাৰে
80. ভাৰতীয় চাৰ্টাৰ্ড একাউন্টেন্ট প্ৰতিষ্ঠান (ICAI) ৰ অধ্যক্ষ কোন হৈছে?
উত্তৰ : দেৱাশিষ মিত্ৰ
81. অসামৰিক আকাশসীমাত ড্ৰোন উৰুৱাৰ অনুমতি দিয়া বিশ্বৰ প্ৰথম দেশখনৰ নাম কি?
উত্তৰ : ইজৰাইল
উত্তৰ : ডাবৰ (Dabur)
83. উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মটৰ racing track কোনখন ৰাজ্যই লাভ কৰে?
উত্তৰ : মিজোৰাম
84. ক'ত জল টেক্সী সেৱাৰ শুভাৰম্ভণি কৰা হয়?
উত্তৰ : মুম্বাই
85. ভাৰত আৰু কোনখন দেশৰ মাজত ব্যৱসায়িক আৰু আৰ্থিক সহযোগিতাৰ বাবে চুক্তি হৈছে?
উত্তৰ : সংযুক্ত আৰৱ আমিৰাত
উত্তৰ : 21 ফেব্ৰুৱাৰী
87. 20 ফেব্ৰুৱাৰীত কোন দুখন ৰাজ্যৰ স্থাপনা দিৱস পালন কৰা হয়?
উত্তৰ : অৰুণাচল প্ৰদেশ আৰু মিজোৰাম
88. ভাৰতৰ UPI চিষ্টেম গ্ৰহণ কৰা প্ৰথম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ : নেপাল
89. অসম চৰকাৰে শিক্ষাৰ্থী সকলৰ বাবে আৰম্ভ কৰা চাৰি বছৰীয়া পৰামৰ্শ কাৰ্যসূচী খনৰ নাম কি?
উত্তৰ : আৰোহণ
90. কোন মহাকাশ সংস্থাই INSPIRE Sat 1 নামৰ উপগ্ৰহ উৎক্ষেপণ কৰিছে?
উত্তৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)
91. দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2022 ত কোনখন চলচ্চিত্ৰই সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰে?
উত্তৰ : শেৰশ্বাহ
উত্তৰ : নৰৱে
93. ভাৰতীয় ৰেলৱে ক'ত দেশৰ প্ৰথম কেবুল ৰেল ব্ৰীজ নিৰ্মাণ কৰিছে?
উত্তৰ : জম্মু কাশ্মীৰ
94. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা সমন্বয়ক কোন হৈছে?
উত্তৰ : জি অশোক কুমাৰ
95. মুম্বাইত কোনে জল টেক্সী সেৱাৰ শুভাৰম্ভণি কৰে?
উত্তৰ : সৰ্বানন্দ সোণোৱাল
96. ভাৰত আৰু কোনখন দেশে Eastern bridge VI বায়ু অভ্যাস আৰম্ভ কৰিছে?
উত্তৰ : ওমান
97. কোন মন্ত্ৰণালয়ে "Meri Policy Mera Saath" অভিযান আৰম্ভ কৰে?
উত্তৰ : কৃষি মন্ত্ৰণালয়
উত্তৰ : জাপান
99. আমেৰিকাই কোনখন দেশৰ উপৰত প্ৰতিবন্ধৰ প্ৰথম চৰণ প্ৰয়োগ কৰিছে?
উত্তৰ : ৰাছিয়া
100. কোনখন ৰাজ্যই নদী সমূহত night navigation মোবাইল এপ মুকলি কৰা ভাৰতৰ প্ৰথম ৰাজ্য হৈছে?
উত্তৰ : অসম
101. 2022 বৰ্ষৰ বিজনেছ লীডাৰ অব দা য়েৰ বঁটা কোনে লাভ কৰিছে?
উত্তৰ : জন পুনাৱালা
102. কোনখন ৰাজ্যৰ ষ্টাৰ্ত- আপ মিছনে গুগলৰ সৈতে চুক্তিবদ্ধ হৈছে?
উত্তৰ : কেৰালা
103. আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : এম্মা তেৰহ'
104. কোনখন দেশৰ মহিলা HIV ৰ পৰা মুক্ত হোৱা বিশ্বৰ প্ৰথমখন দেশ হৈছে?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ
উত্তৰ : সঞ্জীৱ সন্যাল
106. কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ' dredging museum ' ৰ উদ্ঘাটন কৰে?
উত্তৰ : বিশাসাপট্টনম ( অন্ধ্ৰপ্ৰদেশ)
107. ভাৰতে কোনখন দেশত নিজৰ প্ৰথম IIT স্থাপন কৰিব?
উত্তৰ : সংযুক্ত আৰৱ আমিৰাত
108. আন্তৰ্জাতিক ৰবৰ অধ্যয়ন গোটৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : কে এন ৰাঘৱন
109. IDBI বেংকৰ নতুন MD/CEO কোন হৈছে?
উত্তৰ : ৰাকেশ শৰ্মা
110. কোনে ভাৰতত প্ৰথম চাইবাৰ কেন্দ্ৰৰ আৰম্ভণি কৰিব?
উত্তৰ : IBM
উত্তৰ : নীনা গুপ্তা
112. দক্ষিণ এছিয়া এথলেটিক মহাসংঘ (SAAF) cross country championship ৰ কত আয়োজন কৰা হৈছে?
উত্তৰ : কোহিমা, নাগালেণ্ড
113. ছিংগাপুৰ ৱেইটলিফটিং টুৰ্ণামেণ্টত মীৰাবাই চানুৱে কি পদক লাভ কৰিবলৈ সক্ষম হৈছে?
উত্তৰ : সোণৰ পদক
114. ছাইবাৰ আক্ৰমণত তৃতীয় আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশ কোনখন?
উত্তৰ : ভাৰত
115. T20I ক্ৰিকেটত সকলোতকৈ বেছি ৰাণ সংগ্ৰহ কৰা খেলুৱৈ জনৰ নাম কি?
উত্তৰ : ৰোহিত শৰ্মা
উত্তৰ : ডুবাই বিমান বন্দৰ
117. ছিনিয়ৰ ৰাষ্ট্ৰীয় ডবা প্ৰতিযোগিতা 2022 কত আয়োজন কৰা হব?
উত্তৰ : কানপুৰ
118. ভাৰতীয়সকলক যুদ্ধজৰ্জৰিত ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰিবৰ বাবে কোনটো অপাৰেচন আৰম্ভ কৰা হৈছে?
উত্তৰ : অপাৰেচন গংগা
119. ৰাষ্ট্ৰীয় পোলিঅ' টীকাকৰণ অভিযান 2022 কোনে আৰম্ভণি কৰিছে?
উত্তৰ : মন্সুষ মন্দাভিয়া
120. IBM এ কোনখন চহৰত নতুন চাইবাৰ সুৰক্ষা কেন্দ্ৰ মুকলি কৰিছে?
উত্তৰ : বাংগালোৰ
Assam Current Affairs February 2022 in English - Click Here
Assam Current Affairs January 2022 in Assamese - Click Here
Assam Current Affairs March 2022 in Assamese - Click Here
Assam Current Affairs April 2022 in Assamese - Click Here
Assam Current Affairs May 2022 in Assamese - Click Here
Assam Current Affairs June 2022 in Assamese - Click Here
Assam Current Affairs July 2022 in
Assamese - Click Here
Assam Current Affairs August 2022 in Assamese - Click Here
Assam Current Affairs September 2022 in Assamese - Click Here
For Monthly Current Affairs of Assam Click the below links -
অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২১
Current Affairs of Assam 2021 January to June - Set 1 - - Set 2
Assam Current Affairs August 2021
Assam Current Affairs September 2021
Assam Current Affairs October 2021
Assam Curremt Affairs November 2021
Assam Current Affairs December 2021
Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You.
• Subscribe our Youtube channel
• Join our Facebook Page
• Join our telegram Channel
* Recent Top Most Searches :
* Assam GK in Assamese Language for APSC
* Assam TET GK on Assamese Literature & Language
Well if you like the Assam Current Affairs February 2022 - Monthly Current Affairs of Assam for Competitive Exams do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)