Assam GK and Current Affairs Quiz 2022 for APSC - Current Affairs of Assam September 2022 Questions and Answers
Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2022 for APSC and other govt exams 2022. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam September 2022 (অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ছেপ্টেম্বৰ ২০২২) questions & answers for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police exams. Infact the Assam Current Affairs, GK & News 2022 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs September 2022 will be a pedestrian to crack your exam.
Assam GK Quiz 2022
Assam Current Affairs 2022 for APSC
In this article we have provided you latest Assam Current Affairs questions and answers 2022. So, read all these important Assam Current Affairs, GK & News 2022 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2022 for Competitive Exams are extremely important and should be a part of your preparation.
Monthly Current Affairs of Assam 2022
In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2022. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.
• Must visit : APDCL Recruitment Syllabus 2022
• Must Buy : GK e-Book by World_Polity [150 MCQs included]
Assam GK and Monthly Current Affairs Quiz for Competitive Exam
There are mainly two very important Assam GK Quiz and Monthly Current Affairs of September 2022. They are :
1. ড° নিৰোদ বৰুৱা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে নিযুক্তি লাভ কৰিছে।
2. ৰাজ্যখনৰ নতুন মুখ্য সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : পৱন কুমাৰ বৰঠাকুৰ
• Must visit : Download APSC CCE Previous Year Question Papers PDF
অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ছেপ্টেম্বৰ ২০২২
Current Affairs of Assam September 2022
Here are the GK on Current Affairs of Assam September 2022 in Assamese for your upcoming exams. Read all these most important monthly current affairs Assam GK Quiz 2022 in order to answer the questions :
1. ডাইমণ্ড লীগত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন হৈছে?
উত্তৰ : নীৰজ চোপ্ৰা
2. ডায়মণ্ড লীগত নীৰজ চোপ্ৰাই কোনটো পদক অৰ্জন কৰে?
উত্তৰ : সোণৰ পদক
3. শিক্ষক দিৱস 2022 ত কিমানগৰাকী শিক্ষকক' ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ 2022 ৰে সন্মানিত কৰা হয়?
উত্তৰ : 46 গৰাকী
4. শেহতীয়াকৈ ব্ৰিটেইনৰ নতুন প্রধানমন্ত্রী কোন হৈছে?
উত্তৰ : লিজ ট্রাচ
5. শেহতীয়াকৈ অখিল ভাৰতীয় ফুটবল মহাসংঘ (AIFF) ৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : কল্যাণ ছোবে
6. শেহতীয়াকৈ কোনগৰাকী ভাৰতীয়ই Starbucks coffee company'ৰ নতুন CEO হৈছে?
উত্তৰ : লক্ষ্মণ নৰসিমহন
7. শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ ৰাজপথৰ নতুন নাম কি ৰাখিছে?
উত্তৰ : কর্তব্য পথ
8. শেহতীয়াকৈ জাৰী হোৱা ৰিপোৰ্ট অনুসৰি ব্ৰিটেইনক পিছ পেলাই কোনখন দেশ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থব্যৱস্থা দেশ হৈছে?
উত্তৰ : ভাৰত
9. শেহতীয়াকৈ কোনগৰাকী ভাৰতীয় ক্রিকেটাৰে ক্ৰিকেটৰ সকলো ফর্মেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে?
উত্তৰ : সুৰেশ ৰাইনা
10. শেহতীয়াকৈ PM নৰেন্দ্ৰ মোদীয়ে সুভাষ চন্দ্ৰ বসুৰ 28 ফুট উচ্চতাৰ প্ৰতিমা ক'ত উন্মোচন কৰে?
উত্তৰ : দিল্লীত অৱস্থিত ইণ্ডিয়া গেটত
11. শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা জাৰী হোৱা মানৱ উন্নয়ন সূচক (Human Development Index) 2022 ত ভাৰতৰ স্থান কিমান?
উত্তৰ : 132
12. শেহতীয়াকৈ কভিদ ভেকচিন BBV154 কোনে নিৰ্মাণ কৰিছে যিটো জৰুৰীকালীন ব্যৱহাৰৰ বাবে মঞ্জুৰী দিয়া হৈছে?
উত্তৰ : Bharat Biotech
13. অলপতে মৃত্যু হোৱা মহাৰাণী এলিজাবেথ দ্বিতীয় কোনখন দেশৰ মহাৰাণী আছিল?
উত্তৰ : ব্রিটেইন
14. অলপতে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ৪ ছেপ্টেম্বৰ
15. এপিডিচিএলৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা
16. আইডিএফচি লিমিটেডৰ নতুন পৰিচালনা সঞ্চালক (এমডি) হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : মহেন্দ্ৰ এন শ্বাহ
17. মেক্সিকোত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে?
উত্তৰ : স্বামী বিবেকানন্দ
18. বিশ্ব জুনিয়ৰ চুইমিং চেম্পিয়নশ্বিপ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা কোন হৈছে?
উত্তৰ : আপেক্ষা ফাৰ্ণাণ্ডেজ
19. ডব্লিউআৰআইৰ সহযোগত এ.ই.ডি.এ.-য়ে অনলাইন জিঅ'স্পেচিয়েল প্লেটফৰ্ম ক'ত মুকলি কৰিছে?
উত্তৰ : গুৱাহাটী, অসম
20. অ'এনজিচিৰ অন্তৱৰ্তীকালীন নতুন অধ্যক্ষ হিচাপে কাক মনোনীত কৰা হৈছে?
উত্তৰ : ৰাজেশ কুমাৰ শ্ৰীবাস্তৱ
21. ভাৰতৰ প্ৰথম 'নাইট স্কাই অভয়াৰণ্য' কোন খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মুকলি কৰা হৈছে?
উত্তৰ : লাডাখত হানলে
22. কংগ্ৰেছ দলৰ ভাৰত জ'ড়' যাত্ৰাই কিমানখন ৰাজ্য কভাৰ কৰিব?
উত্তৰ : 12 খন
Download Last 6 Months Current Affairs 2022 PDF from January 2022 to June 2022 - Click Here
Must visit :
Assam Current Affairs September 2022 in English - Click Here
Assam Current Affairs January 2022 in Assamese - Click Here
Assam Current Affairs February 2022 in Assamese - Click Here
Assam Current Affairs March 2022 in Assamese - Click Here
Assam Current Affairs April 2022 in Assamese - Click Here
Assam Current Affairs May 2022 in Assamese - Click Here
Assam Current Affairs June 2022 in Assamese - Click Here
Assam Current Affairs July 2022 in Assamese - Click Here
Assam Current Affairs August 2022 in Assamese - Click Here
For Monthly Current Affairs of Assam Click the below links -
Current Affairs of Assam 2021 January to June - Set 1 - - Set 2
Assam Current Affairs August 2021
Assam Current Affairs September 2021
Assam Current Affairs October 2021
Assam Curremt Affairs November 2021
Assam Current Affairs December 2021
Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You.
• Subscribe our Youtube channel
* Recent Top Most Searches :
• Mixed GK Quiz for APSC Prelims
• Assam History GK on Ahom Kingdom
Well if you like the Assam Current Affairs September 2022 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২ do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)