Assam Current Affairs March 2022 - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Assam GK and Current Affairs 2022 for APSC - Current Affairs of Assam March 2022 Questions and Answers in Assamese

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2022 for APSC and other govt exams 2022. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam March 2022 (অসমৰ সাম্প্ৰতিক পৰিক্ৰমা মাৰ্চ ২০২২) questions & answers for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police exams. Infact the Assam Current Affairs, GK & News 2022 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs March 2022 will be a pedestrian to crack your exam. 

Assam Current Affairs March 2022 - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Assam GK Quiz in Assamese 2022

Assam Current Affairs 2022 for APSC

In this article we have provided you latest Assam Current Affairs 2022. So, read all these important Assam Current Affairs, GK & News 2022 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2022 are extremely important and should be a part of your preparation.

Monthly Current Affairs of Assam 2022

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2022. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.

Assam GK and Current Affairs for Competitive Exam

There are mainly two very important Assam GK Quiz and Current Affairs GK in Assamese language of March 2022. They are :

1. ভাৰত চৰকাৰে 2050 চনলৈকে কিমানটা নতুন বিমানবন্দৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে?

উত্তৰ : 220 টা

2. কোনখন ৰাজ‍্য চৰকাৰে ৰাজ‍্যিক অবিচি আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছে ?

উত্তৰ : অসম

• Must visit : Apply Latest & Upcoming Govt Jobs in Assam 2022

Current Affairs of Assam March 2022

Here are the GK on Current Affairs of Assam March 2022 for your upcoming exams. Read all these most important monthly current affairs Assam GK Quiz 2022 in order to answer the questions :

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা মাৰ্চ ২০২২

1. SEBI ৰ প্ৰথম মহিলা অধ্যক্ষ কোন হৈছে?
উত্তৰ : মাধবি পুৰী বোচ

2. আমেৰিকা উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা কৃষ্ণাংগ জজ কোন হৈছে?

উত্তৰ : কেটনজী ব্ৰাউন জেকচন

3. কোনখন দেশে বিশ্বৰ সকলোতকৈ ডাঙৰ বিমান 'Mriya' ক ধ্বংস কৰে?
উত্তৰ : ৰাছিয়া

4. Industry Connect 2022 কোনে উদ্ঘাটন কৰিছে?
উত্তৰ : মনচুখ মন্দভিয়া

5. NAAC ৰ নতুনকৈ অধ্যক্ষ পদত কোন নিয়োজিত হৈছে?
উত্তৰ : ভূষণ পটবৰ্ধন

6. LIC mutual fund ৰ নতুন MD আৰু CEO কোন হৈছে?
উত্তৰ : টি এছ ৰামকৃষ্ণন

7. বিশ্ব নাগৰিক সুৰক্ষা দিৱস 2022 কেতিয়া পালন কৰা হয়?
উত্তৰ : 1 মাৰ্চ

8. কোনখন ৰাজ্যই উট পালন বৃদ্ধি কৰিবৰ বাবে 10 কোটি টকাৰ বাজেট ঘোষণা কৰিছে?
উত্তৰ : ৰাজস্থান

9. গুগল এ কোনখন দেশত play pass subscription সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : ভাৰত

10. আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে কোনখন দেশৰ ৰাষ্ট্ৰপতিৰ পৰা শীৰ্ষ অলিম্পিক সন্মান ঘূৰাই লৈছে?
উত্তৰ : ৰাছিয়া

11. 2022 বৰ্ষৰ এবেল বঁটা কোনে লাভ কৰিছে?
উত্তৰ : ডেনিচ পাৰ্নেল চুলিভান 

12. DRDO ই ক'ত Brahmos চুপাৰচনিক ক্ৰুচ মিছাইলৰ পৰীক্ষণ কৰে?
উত্তৰ : আন্দামান নিকোবৰ

13. 2022 অল ইংলেণ্ড অপেন বেডমিন্টন চেম্পিয়নশ্বিপত ভাৰতৰ লক্ষ্য সেন কিমান স্থানত আছে?
উত্তৰ : দ্বিতীয় 

14. উত্তৰ প্ৰদেশৰ পুনৰ মুখ্যমন্ত্ৰী কোন হৈছে?
উত্তৰ : যোগী আদিত্যনাথ 

15. পদ্ম ভূষণ সন্মান লাভ কৰা ভাৰতৰ প্ৰথম পেৰা এথলীট খেলুৱৈ কোন হৈছে?
উত্তৰ : দেবেন্দ্ৰ ঝাঝৰিয়া

16. কাৰ্বন নিউট্ৰল (carbon neutral) খেতি পদ্ধতি আৰম্ভ কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন হৈছে?
উত্তৰ : কেৰালা 

17. ভাৰতে প্রথমবাৰৰ বাবে কিমান আৰৱ ডলাৰ সামগ্ৰীৰ ৰপ্তানি কৰাৰ লক্ষ্যত উপনীত হয়?
উত্তৰ : 400 আৰব ডলাৰ

18.আই পি এল দল চেন্নাই চুপাৰ কিংছৰ নতুন অধিনায়ক ৰূপে কাক দায়িত্ব দিয়া হৈছে ?
উত্তৰ : ৰবীন্দ্ৰ জাদেজা

19. সদ‍্যহতে দৌলযাত্ৰা কোন ৰাজ্যত পালন কৰা হৈছে ?
উত্তৰ : পশ্চিম বংগ

20. 2022 Sportstar Aces Award Sportstar of tge Year পুৰুষৰ বটা কাক প্ৰদান কৰা হৈছে ?
উত্তৰ : নীৰজ চোপ্ৰা

21. নাটো দেশসমূহৰ "সৈন্য অভ‍্যাস" Cold Response 2022 ক'ত আয়োজন কৰা হৈছে ?
উত্তৰ : Norway

22. শেহতীয়াকৈ ক'ত পুতল উৎসৱৰ আয়োজন কৰা হৈছে ?
উত্তৰ : নতুন দিল্লী

23. নেশ‍্যনেল-ই-বিধান কাৰ্যক্ৰম প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথমখন ৰাজ‍্যৰ নাম কি ?
উত্তৰ : নাগালেণ্ড

24. কোনটো আই আই টি এ মস্তিষ্ক অনুসন্ধান কেন্দ্ৰ স্থাপন কৰিছে ?
উত্তৰ : আই আই টি মাদ্ৰাছ

25. মণিপুৰৰ মূখ‍্যমন্ত্ৰী ৰূপে কোনে শপত গ্ৰহণ কৰিছে ?
উত্তৰ : এন বীৰেণ সিং

26. কোনখন দেশত 2022 বৰ্ষৰ এছিয়া কাপ আয়োজন কৰাৰ কথা ঘোষণা কৰা হৈছে ?
উত্তৰ : শ্ৰীলংকা

27. কোনখন দেশে ভাৰতৰ সৈতে 1 বিলিয়ন ডলাৰ ক্ৰেডিট লাইনত স্বাক্ষৰ কৰিছে ?
উত্তৰ : শ্ৰীলংকা 

28. অইল ইণ্ডিয়া লিমিটেড ৰ অধ‍্যক্ষ ৰূপে কাক নিযুক্তি দিয়া হৈছে ?
উত্তৰ : ৰন্জিত ৰথ

29. মিছ ৱৰ্ল্ড 2021 ৰ খিতাপ কোনে দখল কৰিছে ?
উত্তৰ : কেৰলিনা বিলাৱস্কা (পোলেণ্ড)

30. ভাৰতৰ প্ৰথমটো ৱৰ্ল্ড পিছ চেন্টাৰ ক'ত নিৰ্মাণ কৰা হ'ব ?
উত্তৰ : গুৰুগ্ৰাম

31. কোনখন ৰাজ্যৰ পুলিচৰ সৈতে ভাৰতীয় সেনাই 'সুৰক্ষা কৱচ 2' অভ্যাস আয়োজন কৰিছে?
উত্তৰ : মহাৰাষ্ট্ৰ 

32. মাৰুটি চুজুকি নতুন MD আৰু CEO ৰূপে নিযুক্তি দিয়া হৈছে?
উত্তৰ : হিছাশী তেকুচী

33. 187 তম ' অসম ৰাইফলচ স্থাপনা দিৱস ' কেতিয়া পালন কৰা হয়?
উত্তৰ : 24 মাৰ্চ 

34. FIFA বিশ্বকাপ 2022 ত স্পনছৰ কৰিবলৈ সুবিধা পোৱা প্ৰথম ভাৰতীয় কোম্পানী কোনটো হৈছে?
উত্তৰ : Byju's 

35. 2022 বৰ্ষৰ গণনাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত কিমানটা গঁড় পোৱা গৈছে?
উত্তৰ : 107 

36. 2022 বৰ্ষৰ গণনাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কিমানটা গঁড় পোৱা গৈছে?
উত্তৰ : 125

37. বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ কোনখন হৈছে?
উত্তৰ : বাংলাদেশ 

38. মহাকাশ সংস্থা NASA ই নতুনকৈ কিমানটা গ্ৰহ আৱিষ্কাৰ কৰিছে?
উত্তৰ : 65

39. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি 'বিপ্লৱী ভাৰতী গেলেৰী' ক'ত উদঘাটন কৰিছে?
উত্তৰ : ভিক্টোৰিয়া মেমোৰীয়েল হ'ল (ক'লকাতা)

40. প্ৰতিৰক্ষা মন্ত্ৰালয়ত উপদেষ্টা ৰূপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : বিনোদ জী খণ্ডৰে

41. কোনখন দেশৰ বিদেশমন্ত্ৰী ৱাং য়ী ভাৰত ভ্ৰমণলৈ আহিছে?
উত্তৰ : চীন 

42. প্ৰতিজন ব্যক্তিৰ উপাৰ্জনৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য শীৰ্ষত আছে?
উত্তৰ : ছিক্কিম

43. ভাৰতীয় বেডমিন্টন সংঘৰ অধ্যক্ষ ৰূপে পুনৰ কাক নিৰ্বাচন কৰা হৈছে?
উত্তৰ : হিমন্ত বিশ্ব শৰ্মা 

44. BARC ইণ্ডিয়াৰ নতুন অধ্যক্ষ ৰূপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : শশী সিনহা

45. কোনখন ৰাজ্য চৰকাৰে ভ্ৰষ্টাচাৰ বিৰোধী Helpline নম্বৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : পাঞ্জাব

46. ভাৰতৰ প্ৰথমটো ষ্টীল পথৰ ক'ত উদঘাটন কৰা হৈছে?
উত্তৰ : গুজৰাট 

47. 'ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ' 2022 ক'ত আয়োজন কৰা হৈছে?
উত্তৰ : অন্ধ্ৰপ্ৰদেশ 

48. প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কিমানখন নতুন সৈনিক স্কুল স্থাপনত মঞ্জুৰী প্ৰদান কৰে?
উত্তৰ : 21

49. International Labour Organisation (ILO) ৰ মহানিৰ্দেশক কোন হৈছে?
উত্তৰ : গিলবাৰ্ট হৌংৱৌ 

50. BIMSTEC শিখৰ সন্মিলন 2022 ত ভাৰতৰ তৰফৰ পৰা কোনে অধ্যক্ষতা কৰিব?
উত্তৰ : নৰেন্দ্ৰ মোদী

51. SAAF U -18  মহিলা চেম্পিয়নশ্বিপ 2022 ৰ খিতাপ কোনে লাভ কৰিছে?
উত্তৰ : ভাৰত

52. ' Swiss অপেন বেডমিন্টন 2022 ৰ খিতাপ কোনে লাভ কৰিছে?
উত্তৰ : পি ভি সিন্ধু

53. কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ৰাষ্ট্ৰীয় ডলফিন দিৱস কেতিয়া পালন কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : 5 অক্টোবৰ 

54. 20 সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিক চেম্পিয়নশ্বিপৰ ক'ত আৰম্ভ হৈছে?
উত্তৰ : ওড়িশা

55. অস্কাৰ পুৰস্কাৰ 2022 ত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ কোনে লাভ কৰে?
উত্তৰ : উইল স্মিথ 

56. উত্তৰাখণ্ড বিধানসভাৰ প্ৰথম মহিলা স্পীকাৰ কোন হৈছে?
উত্তৰ : ঋতু খন্দোৰী

57. জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্য শীৰ্ষত আছে?
উত্তৰ : ছিক্কিম

58. গোৱাৰ নতুন মুখ্যমন্ত্ৰী কোন হৈছে?
উত্তৰ : প্ৰমোদ সাৱন্ত

59. ভাৰত আৰু কোনখন দেশে মৎস্যপালনৰ ক্ষেত্ৰত পঞ্চম কাৰ্যকৰী বৈঠকৰ আয়োজন কৰে?
উত্তৰ : শ্ৰীলংকা 

60. অসমৰ দ্বিতীয়খন সৈনিক স্কুল ক'ত স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে?
উত্তৰ : কাছাৰ

61. শংকৰ প্ৰসাদ শৰ্মাক কোনখন দেশৰ ৰাজদূত হিচাপে ভাৰতত নিযুক্তি দিয়া হৈছে? 
উত্তৰ : নেপাল

62. অসম আৰু কোনখন ৰাজ্যৰ মাজত 50 বছৰীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি হৈছে? 
উত্তৰ : মেঘালয় 

63. এছিয়ান গেমচ 2022 ৰ বাবে অসমৰ কোনগৰাকী আৰ্চাৰে যোগ্যতা অৰ্জন কৰিছে? 
উত্তৰ : জয়ন্ত তালুকদাৰ

64. কোনখন ৰাজ্য চৰকাৰে ' ঘৰ ঘৰ ৰেচন বিতৰণ ' আঁচনি আৰম্ভ কৰিছে? 
উত্তৰ : পাঞ্জাব

65. কাক ' উৎকৃষ্ট নেতৃত্ব ' পুৰস্কাৰ 2022 ৰে কাক সন্মানিত কৰা হৈছে? 
উত্তৰ : সীমা ৰেখা 

66. ' SRF লিমিটেড বোৰ্ডে ' কাক CMD হিচাপে নিযুক্তি দিয়ে? 
উত্তৰ : আশীষ ভৰত ৰাম

67. DRDO ই বায়ুতে ধ্বংস কৰিব পৰা MRSAM মিছাইলৰ ক'ত পৰীক্ষণ কৰে?
উত্তৰ : চান্দিপুৰ, ওড়িশা

68. 2022 বৰ্ষৰ গঁড় গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা মুঠ কিমান হৈছে? 
উত্তৰ : 2613 টা

69. ভাৰতীয় বন অনুসন্ধান সংস্থানৰ নিৰ্দেশক কোন হৈছে?
উত্তৰ : ৰেণু সিং

70. BBC sports women of the year বঁটা 2021 কোনে লাভ কৰিছে?
উত্তৰ : মীৰাবাই চানু

71. ভাৰতৰ পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় ক'ত নিৰ্মাণ কৰা হব?
উত্তৰ : নতুন দিল্লী

72. 18 তম BIMSTEC মন্ত্ৰীপৰিষদৰ বৈঠকত ভাৰতৰ তৰফৰ পৰা কোনে অধ্যক্ষতা কৰিছে?
উত্তৰ : এছ জয়শংকৰ

73. শেহতীয়াকৈ 21 সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ চেম্পিয়নশ্বিপৰ খিতাপ কোনে লাভ কৰিছে?
উত্তৰ:- মহাৰাষ্ট্ৰ

Assam Current Affairs March 2022 in English - Click Here

Assam Current Affairs January 2022 in Assamese - Click Here

Assam Current Affairs February 2022 in Assamese - Click Here

Assam Current Affairs April 2022 in Assamese - Click Here

Assam Current Affairs May 2022 in Assamese - Click Here

Assam Current Affairs June 2022 in Assamese - Click Here

Assam Current Affairs July 2022 in 

Assamese - Click Here

Assam Current Affairs August 2022 in Assamese - Click Here

Assam Current Affairs September 2022 in Assamese - Click Here

For Monthly Current Affairs of Assam Click the below links -

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২১

Current Affairs of Assam 2021 January to June - Set 1 - Set 2

Assam Current Affairs August 2021

Assam Current Affairs September 2021

Assam Current Affairs October 2021

Assam Curremt Affairs November 2021

Assam Current Affairs December 2021

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

*  Assam History GK on Ahom Kingdom 

Assam GK in Assamese Language for APSC

Assam TET GK on Assamese Literature & Language

Well if you like the Assam Current Affairs March 2022 in Assamese - Monthly Current Affairs of Assam for Competitive Exams do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.