Assam Current Affairs January 2022 - Current Affairs GK in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Assam GK and Current Affairs 2022 for APSC - Current Affairs of Assam January 2022 Questions and Answers in Assamese

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2022 for APSC and other govt exams 2022. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam January 2022 questions & answers for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police exams. Infact the Assam Current Affairs, GK & News 2022 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs January 2022 will be a pedestrian to crack your exam. 

Assam Current Affairs January 2022 - Current Affairs GK in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Assam GK Quiz in Assamese 2022

Assam Current Affairs 2022 for APSC

In this article we have provided you latest Assam Current Affairs 2022. So, read all these important Assam Current Affairs, GK & News 2022 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2022 are extremely important and should be a part of your preparation.

Monthly Current Affairs of Assam 2022

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2022. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.

Assam GK and Current Affairs for Competitive Exam

There are mainly two very important Assam GK Quiz and Current Affairs GK in Assamese language of January 2022. They are :

1. অসম সাহিত্য অকাডেমি বঁটা -২০২১ কোনে লাভ কৰিছে?

উত্তৰ : অনুৰাধা শৰ্মা পূজাৰী

2. বড়াে ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : মৌদায় গ'হই

Current Affairs of Assam January 2022

Here are the GK on Current Affairs of Assam January 2022 for your upcoming exams. Read all these most important monthly current affairs Assam GK Quiz 2022 in order to answer the questions :

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা জানুৱাৰী ২০২২

1. অসম সাহিত্য অকাডেমি বঁটা -২০২১ কোনে লাভ কৰিছে?
উত্তৰ : অনুৰাধা শৰ্মা পূজাৰী

২. কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে ?
উত্তৰ : ইয়াত এখন অৰণ্য আছিল

3. ইংৰাজী ভাষাৰ শ্ৰেণীত সাহিত্য অকাডেমি বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : নমিতা গােখলে

4. কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা নমিতা গােখলে লৈ ইংৰাজী ভাষাৰ শ্ৰেণীত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে ?
উত্তৰ : থিংছ টু লীভ বিহাইন্দ (Things to Leave Behind)

5. শিশু সাহিত্যৰ বাবে অসম সাহিত্য অকাডেমি বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : মৃণাল কলিতা

6. কোনখন শিশু সাহিত্যৰ বাবে মৃণাল কলিতাই অসম সাহিত্য অকাডেমি বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : বকুল ফুলৰ দৰে

7. অসম সাহিত্য অকাডেমি যুৱ বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : অভিজিৎ বৰা

8. কোনখন চুটিগল্প পুথিৰ বাবে অভিজিৎ বৰাই অসম সাহিত্য অকাডেমি যুৱ বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : ডেউকা কোবাই যায়

9. বড়াে ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : মৌদায় গ'হই

10. কোনখন শীর্ষক কাব্যগ্রন্থৰ বাবে মৌদায় গ'হইলৈ বড়াে ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে ?
উত্তৰ : 'খ'ৰ' ছায়াৱ' আৰ' হিমালয়

11. শিশু সাহিত্যৰ বাবে বড়াে ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : ৰত্নেশ্বৰ নাৰ্জাৰী

12. কোনখন সাধুকথা সংকলনৰ বাবে ৰত্নেশ্বৰ নাৰ্জাৰীলৈ বড়াে ভাষাৰ শিশু সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে ?
উত্তৰ : দিখুৰা চলােবাথা

13. বড়াে ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : গৌতম দৈমাৰী

14. কোনখন কাব্যগ্রন্থৰ বাবে গৌতম দৈমাৰীলৈ বড়াে ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা প্ৰদান কৰা হৈছে ?
উত্তৰ : জিও গৌনাং সহ

15. বিত্ত উদ্যোগ উন্নয়ন পৰিষদৰ (FIDC) নতুন সহ-অধ্যক্ষ কোন হৈছে?
উত্তৰ : কমলেশ গান্ধী

16. শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে পৃথিৱীৰ সর্বোচ্চ মটৰযােগ্য পথটো ক'ত উন্মােচন কৰিছে?
উত্তৰ : লাডাখ

17. ভাৰতৰ নতুন উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : বিক্রম মিছৰী

18. কাক 'গ্লোবেল এনভায়ৰনমেন্ট এণ্ড ক্লাইমেট একচন এৱাৰ্ড'ৰে সন্মানিত কৰা হৈছে?
উত্তৰ : ভিৰল দেশাই

19. কোন খন দেশে Better Health Smoke-Free' অভিযান আৰম্ভ কৰিছে?
উত্তৰ : ইউকে

20. Financial Stability Report (FSR) কোন প্রতিষ্ঠানৰ দ্বাৰা প্ৰকাশ কৰা মুখ্য প্রতিবেদন?
উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংক

21. প্রধানমন্ত্রী মােদীয়ে উত্তৰ প্ৰদেশৰ কোনখন জিলাত 'মেজৰ ধ্যান চান্দ স্পৰ্টছ ইউনিভাৰ্চিটি'ৰ আধাৰশিলা স্থাপন কৰিছে?
উত্তৰ : মিৰট

22. ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৪ তম প্রধান (DG) হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?
উত্তৰ : ভি এছ পঠানিয়া

23. গ্লোবেল এণ্টাৰপ্রেনিয়ৰ অফ দা ইয়েৰ বঁটা ২০২১'ৰে কাক সন্মানিত কৰা হৈছে?
উত্তৰ : কুমাৰ মংগলম বিড়লা

24. ২০২২ চনৰ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্রাসবাদ বিৰােধী সমিতিৰ (CTC) কোন খন দেশে অধ্যক্ষতা কৰিব?
উত্তৰ : ভাৰত

25. উত্তৰ প্ৰদেশ চৰকাৰে কোনটো ৰেল ষ্টেচনৰ নাম 'বীৰাঙ্গনা লক্ষ্মীবাই ৰেল ষ্টেচন' বুলি নামাকৰণ কৰিছে?
উত্তৰ : ঝান্সি ৰেল ষ্টেচন

26. হিন্দী ভাষাত 'সম্রাট অশােক' নাটকৰ বাবে কাক সাহিত্য অকাডেমি বঁটা ২০২১ প্ৰদান কৰা হৈছে?
উত্তৰ : দয়া প্রকাশ সিনহা

27. শেহতীয়াকৈ কোন খন ৰাজ্যত ‘জৱাহৰলাল নেহেৰু মার্গ' পথৰ নাম সলনি কৰি নৰেন্দ্র মােদী মার্গ ৰখা হৈছে?
উত্তৰ : ছিকিম

28. শেহতীয়াকৈ ৰে'লৱে ব'র্ডৰ নতুন অধ্যক্ষ আৰু চিইও হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : বি কে ত্রিপাঠী

29. উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমখন বাঁহ উদ্যান স্থাপন কৰা হৈছে?
উত্তৰ : ত্ৰিপুৰা

30. কোন এছিয়ান দেশে শেহতীয়াকৈ ইয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা নীতি (NSP) উন্মােচন কৰিছে?
উত্তৰ : পাকিস্তান

31. শেহতীয়াকৈ কোন খন ৰাজ্যত কেন্দ্রীয় চৰকাৰে খেলাে ইণ্ডিয়া যুৱ ক্রীড়া 2022-23 আয়ােজন কৰিবলৈ অনুমােদন জনাইছে?
উত্তৰ : মধ্য প্রদেশ

32. কোন ভাৰতীয় বন সেৱা বিষয়ক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন সঞ্চালক প্রধান আৰু বিশেষ সচিব হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ : চন্দ্র প্রকাশ গােৱেল

33. শেহতীয়াকৈ NDRF এ 17 তম প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰে?
উত্তৰ : 19 জানুৱাৰী

34. শেহতীয়াকৈ সৰ্বশ্ৰেষ্ঠ ফিফা পুৰুষ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে?
উত্তৰ : ৰবাৰ্ট লেৱান্দস্কী

35. শেহতীয়াকৈ স্থল সেনাৰ নতুন উপ প্ৰমুখ হিচাপে কাক নিযুক্তি দিয়া হয়?
উত্তৰ : মনোজ পাণ্ডে

36 শেহতীয়াকৈ AIR INDIA ৰ নতুন CMD কোন হৈছে?
উত্তৰ : বিক্ৰম দেবদত্ত

37. ইন্দোনেছিয়াৰ নতুন ৰাজধানী চহৰখনৰ নাম কি?
উত্তৰ : নুসন্তাৰা

38. কোনখন দেশে প্ৰথম বাৰৰ বাবে যাতায়তৰ বাবে infinity bridge খুলিছে?
উত্তৰ : সংযুক্ত আৰৱ আমিৰাত

39. শেহতীয়াকৈ অসম চৰকাৰে অসমৰ দ্বিতীয়খন চিৰিয়াখানা কত স্থাপন কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : শিলচৰ

40. শেহতীয়াকৈ কোনখন কেন্দ্ৰীয় শাসিত প্ৰদেশত ভাৰতৰ সকলোতকৈ ওখ ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে?
উত্তৰ : লাডাখ

41. শেহতীয়াকৈ টেনিছ খেলুৱৈ ন'ভাক জকভিছৰ কোনখন দেশে visa বাতিল কৰিছে?
উত্তৰ : অষ্ট্ৰেলিয়া

42. শেহতীয়াকৈ Genesis পুৰস্কাৰ- 2022 কোনে লাভ কৰিছে?
উত্তৰ : এলবাৰ্ট বোৰলা

43. শেহতীয়াকৈ কোনে ' সাৰথি ' নামেৰে এটা মোবাইল এপ্ মুকলি কৰিছে?
উত্তৰ : Securities and Exchange board of India (SEBI)

44. AFC মহিলা ফুটবল এছিয়া কাপ 2022 কোনখন দেশত আয়োজন কৰা হব?
উত্তৰ : ভাৰত

45. ইউৰোপীয় সংঘৰ সংসদৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : ৰ'বৰ্টা মেটচ'লা

46. IPL দল কলকাতা নাইট ৰাইদাৰ্চৰ নতুন প্ৰশিক্ষক কোন হৈছে?
উত্তৰ : ভৰত অৰুণ

47. বিদেশত এদিনীয়া আন্তৰ্জাতিক (ODI) ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ গৰাকী কোন?
উত্তৰ : বিৰাট কোহলী

48. 'Bose : the untold story of an inconvenient nationalist' নামৰ কিতাপখন কোনে লিখিছে?
উত্তৰ : চন্দ্ৰসুৰ ঘোষ

49. কোনখন ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ উচ্চতম বয়সৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে?
উত্তৰ : মেঘালয়

50. শেহতীয়াকৈ কোনখন দেশে Arrow - 3 ৰ সফল পৰীক্ষণ কৰিছে?
উত্তৰ : ইজৰাইল

51. শেহতীয়াকৈ কোনে 'ভোটাৰ সজাগতা অভিযান' আৰম্ভ কৰিছে?
উত্তৰ : টুইটাৰ

52. IFFCO ৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : দিলীপ সংঘনী

53. শেহতীয়াকৈ কোনখন দেশৰ বৈজ্ঞানিকে এক্সৰে ৰ সহায়ত কৰোনাৰ পৰীক্ষা কৰাৰ ঘোষণা কৰিছে?
উত্তৰ : স্কটলেণ্ড

54. শেহতীয়াকৈ কোনখন দেশে এটা মেট্ৰো ৰেল ষ্টেচনৰ নাম মহাত্মা গান্ধীৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে?
উত্তৰ : মৰিছাছ

55. শেহতীয়াকৈ ইণ্ডিয়া ৰেটিংছ আৰু research এ বিত্তীয় বৰ্ষ 2023 ত ভাৰতৰ GDP বৃদ্ধি দৰ কিমান শতাংশ হোৱাৰ অনুমান কৰিছে?
উত্তৰ : 7.6%

56. 21 জানুৱাৰী, 2022 তাৰিখে কোন কেইখন ৰাজ্যই 50 তম প্ৰতিষ্ঠা দিৱস পালন কৰে?
উত্তৰ : ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়

57. অক্সফোৰ্ড বিশ্ববিদ্যালয় প্ৰেছ এ 2021 ৰ children's world of the Year হিচাপে কাৰ নাম ঘোষণা কৰিছে?
উত্তৰ : anxiety

58. বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতাৰ ভিতৰত কোনে শীৰ্ষ স্থান দখল কৰিছে?
উত্তৰ : নৰেন্দ্ৰ মোদী

59. 2022 ৰ প্ৰথমখন BRICS Sherpa বৈঠকৰ অধ্যক্ষতা কোনখন দেশে কৰিছে?
উত্তৰ : চীন

60. ভাৰতৰ প্ৰথমটো ডিজিটেল ন্যায় ঘড়ী কোনখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত লগোৱা হৈছে?
উত্তৰ : গুজৰাট

61. শেহতীয়াকৈ ছাৰা গিল কোনখন দেশৰ প্ৰথম ট্ৰাঞ্চজেণ্ডাৰ ডক্টৰ হৈছে?
উত্তৰ : পাকিস্তান

62. গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ ক'ত প্ৰথম জিলা সু - শাসন সূচাংক জাৰী কৰিছে?
উত্তৰ : জম্মু কাশ্মীৰ

63. Statue of Equality কোনখন চহৰত নিৰ্মাণ কৰা হৈছে?
উত্তৰ : হাইদৰাবাদ

64. শেহতীয়াকৈ ইন্টাৰনেচনেল এচছিয়েচন অব ৱৰ্কিং ৱমেন এৱাৰ্ড কোনে লাভ কৰিছে?
উত্তৰ : সুস্মিতা সেন

65. ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি ক'ত স্থাপন কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : ইণ্ডিয়া গেট

66. কোনে আন্তৰ্জাতিক লোক কলা মহোৎসৱত সোণৰ পদক লাভ কৰিছে ?
উত্তৰ : সুমিত ভালে

67. ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই কাক Unity Small Finance Bank ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে ?
উত্তৰ : বিনোদ ৰায়

68. পৰাক্ৰম দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : 23 জানুৱাৰী

69. 2021 বৰ্ষৰ পুৰুষ T20I খেলুৱৈ হিচাপে কাৰ নাম ঘোষণা কৰা হৈছে?
উত্তৰ : মহম্মদ ৰিজ্ৱান

70. NASA ৰ আন্তৰ্জাতিক বায়ু আৰু মহাকাশ কাৰ্যসূচী সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় কোন হৈছে?
উত্তৰ : জাহ্নবী দাগেটি

71. কোনখন ৰাজ্যৰ জেৰি হেমলেট জিলাক প্ৰথম ' milk village ' হিচাপে ঘোষণা কৰা হৈছে?
উত্তৰ : জম্মু কাশ্মীৰ

72. UNDP ৰ প্ৰথম যুৱ ভাৰতীয় জলবায়ু চেম্পিয়ন কোন হৈছে?
উত্তৰ : প্ৰাজক্তা কোলি

73. সমগ্ৰ পৃথিৱী পৰিভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া মহিলা পাইলট কোন হৈছে?
উত্তৰ : জাৰা ৰাডাৰফৰ্ড

74. শেহতীয়াকৈ কোনখন দেশৰ পূৰ্ব প্ৰধানমন্ত্ৰীক নেতাজী পুৰস্কাৰ 2022 প্ৰদান কৰা হয়?
উত্তৰ : জাপান (চিনজৌ আবে )

75. শেহতীয়াকৈ অসম বৈভব বঁটা কাক প্ৰদান কৰা হব?
উত্তৰ : ৰতন টাটা

76. শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনী (BSF) এ ক'ত 'Operation sard hawa ' আৰম্ভ কৰিছে?
উত্তৰ : ৰাজস্থান

77. ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief ৰ দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰথমজন অসমীয়া সেনা বিষয়াৰ নাম কি ?
উত্তৰ : ৰাণা প্ৰতাপ কলিতা

78. ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief ৰ দায়িত্বভাৰ গ্ৰহণ কৰা উত্তৰ পূবৰ প্ৰথমজন সেনা বিষয়াৰ নাম কি ?
উত্তৰ : ৰাণা প্ৰতাপ কলিতা

79. অসমৰ পৰা কোনে ২০২২ বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ?

উত্তৰ : শকুন্তলা চৌধুৰী (সমাজ সেৱা) আৰু ধনেশ্বৰ ইংতি (সাহিত্য আৰু শিক্ষা)

80. অসমৰ কোনে ২০২২ বৰ্ষৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা লাভ কৰিব সক্ষম হৈছে ?
উত্তৰ : অনিল বৰুৱা

81. ২০২২ বৰ্ষৰ ৰাষ্ট্ৰপতিৰ পুলিচ বঁটা লাভ কৰা অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নাম কি ?
উত্তৰ : হীৰেণ চন্দ্ৰ নাথ

82. অসমত নতুনকৈ গঠিত হোৱা জিলাখনৰ নাম কি ?
উত্তৰ : তামুলপুৰ (৩৫তম)

83. তামুলপুৰ জিলাৰ প্ৰথম আৰক্ষী অধীক্ষক কোন হৈছে?
উত্তৰ : পংকজ যাদৱ

84. 'ডিজিটেল সংসদ' নামেৰে এটা নতুন এপ কোনে আৰম্ভ কৰিছে?
উত্তৰ : লোকসভা সচিবালয়

85. ভাৰতৰ সকলোতকৈ ডাঙৰ EV চাৰ্জিং ষ্টেচন ক'ত মুকলি কৰা হৈছে?
উত্তৰ : গুৰুগ্ৰাম

86. ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে Air India কাৰ হাতত অৰ্পন কৰিছে?
উত্তৰ : Tata গ্ৰুপ

87. ভাৰতৰ নতুন মুখ্য আৰ্থিক পৰামৰ্শদাতা (Chief Economic Adviser) কোন হৈছে?
উত্তৰ : ভি অনন্ত নাগেশ্বৰণ

88. অষ্ট্ৰেলিয়ান অপেন 2022 ত মহিলা একক গ্রেণ্ডশ্লেম খিতাপ কোন জয় কৰিছে?
উত্তৰ : এছলে বাৰ্টি

89. দাতা গোপনীয়তা দিৱস 2022 কেতিয়া পালন কৰা হয়?
উত্তৰ : 28 জানুৱাৰী

90. মহিলা হকী এছিয়া কাপ 2022 ত ভাৰতীয় মহিলা হকী দলে কি পদক লাভ কৰিছে?
উত্তৰ : ব্ৰঞ্জ পদক

91. ভাৰতীয় বাতৰিকাকত দিৱস 2022 কেতিয়া পালন কৰা হয়?
উত্তৰ : 29 জানুৱাৰী

92. কোনখন দেশে বিশ্বৰ সকলোতকৈ ডাঙৰ কেনেল লক (canal lock) ৰ উদঘাটন কৰিছে?
উত্তৰ : আমস্তাৰ্ডম, নেদাৰলেণ্ড

93. ৰাছিয়াই ভাৰতক কিমানটা AK 203 এচল্ট ৰাইফল হস্তান্তৰ কৰিছে?
উত্তৰ : 70,000 

Assam Current Affairs January 2022 in English - Click Here 

Assam Current Affairs February 2022 in Assamese - Click Here

Assam Current Affairs March 2022 in Assamese - Click Here

Assam Current Affairs April 2022 in Assamese - Click Here

Assam Current Affairs May 2022 in Assamese - Click Here

Assam Current Affairs June 2022 in Assamese - Click Here

Assam Current Affairs July 2022 in 

Assamese - Click Here

Assam Current Affairs August 2022 in Assamese - Click Here

Assam Current Affairs September 2022 in Assamese - Click Here

For Monthly Current Affairs of Assam Click the below links -

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২১

Current Affairs of Assam 2021 January to June - Set 1 - Set 2

Assam Current Affairs August 2021

Assam Current Affairs September 2021

Assam Current Affairs October 2021

Assam Curremt Affairs November 2021

Assam Current Affairs December 2021

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

Best Guide Books for APSC 

500 Assam GK Questions and Answers

National Parks in Assam 2021 in Assamese

Well if you like the Assam Current Affairs January 2022 - Monthly Current Affairs of Assam for Competitive Exams do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.