Assam GK and Current Affairs Quiz 2022 for APSC - Current Affairs of Assam July 2022 Questions and Answers
Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2022 for APSC and other govt exams 2022. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam July 2022 (অসমৰ সাম্প্ৰতিক পৰিক্ৰমা জুলাই ২০২২) questions & answers for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police exams. Infact the Assam Current Affairs, GK & News 2022 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs July 2022 will be a pedestrian to crack your exam.
Assam GK Quiz 2022
Assam Current Affairs 2022 for APSC
In this article we have provided you latest Assam Current Affairs questions and answers 2022. So, read all these important Assam Current Affairs, GK & News 2022 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2022 for Competitive Exams are extremely important and should be a part of your preparation.
Monthly Current Affairs of Assam 2022
In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2022. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.
• Must visit : Assam Grade III & Grade IV Exam Syllabus 2022
• Must visit : Solved Question Paper of DHS Assam 2021
• Must Buy : GK e-Book by World_Polity [150 MCQs included]
Assam GK and Monthly Current Affairs Quiz for Competitive Exam
There are mainly three very important Assam GK Quiz and Monthly Current Affairs of July 2022. They are :
1. অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত ২১ জুলাই তাৰিখে ভাৰতবৰ্ষ ই লাভ কৰিলে দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি। এইবাৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা হৈছিল এন ডি এ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক। সেয়ে 18 জুলাইত অনুষ্ঠিত ভোট গ্ৰহণৰ পিছত 21 জুলাই তাৰিখে ঘোষণা কৰা ফলাফলৰ অন্তত ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় এন ডি এ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু । দ্ৰৌপদী মুৰ্মুৰ এই বিজয়ৰ লগে লগে পোনপ্ৰথম বাৰৰ বাবে দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হ'ল এগৰাকী আদিবাসী মহিলা।
বিজেপি চৰকাৰৰ বাবে মাষ্টাৰষ্ট্ৰক হিচাপে পৰিগণিত হোৱা এইগৰাকী ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হ'ল দেশৰ অনুসূচীত জনজাতিক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী নেত্ৰী হোৱাৰ লগতে দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি।
2. ২০২২ চনৰ ৭ জুলাইত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগৰ পিছত ভাৰতীয় বংশোদ্ভৱ ঋষি চুনাকৰ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী ডমিনিক ৰাবৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰে।
3. ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা -
১। কৃপাল কলিতাৰ 'ব্ৰীজ' ছবিলৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা।
২। ডিমাছা ভাষাৰ শ্ৰেষ্ঠ ছবি আইমী বৰুৱাৰ 'চেমখৰ' ৷ আইমী বৰুৱালৈ জুৰীৰ বিশেষ বঁটা ৷
৩। পৰিৱেশ শিতানত শ্ৰেষ্ঠ ছবি দীপ ভূঞাৰ 'মানাহ আৰু মানুহ' ৷
৪। শ্ৰেষ্ঠ শ্বৰ্ট ফিকশ্যন ফিল্ম খঞ্জন কিশোৰ নাথৰ কাৰ্বি ভাষাৰ ছবি 'কাচিচিনিথু' ৷
• Must Read : Agniveer Scheme 2022 for APSC
• Must visit : Download APSC CCE Previous Year Question Papers PDF
অসমৰ সাম্প্ৰতিক পৰিক্ৰমা জুলাই ২০২২
Current Affairs of Assam July 2022
Here are the GK on Current Affairs of Assam July 2022 in Assamese for your upcoming exams. Read all these most important monthly current affairs Assam GK Quiz 2022 in order to answer the questions :
1. নেচনেল ইনভেষ্টিগেচন এজেন্সীৰ মহানিৰ্দেশক ৰূপে কাক নিযুক্তি দিয়া হৈছে ?
উত্তৰ : দিনকৰ গুপ্তা
2. মিচ ইণ্ডিয়া ৱৰ্ল্ড ৱাইদ 2022 ৰ খিতাপ কোনে জয় কৰিছে ?
উত্তৰ : খুচি পেটেল
3. কোনগৰাকী ভাৰতীয় সাহিত্যিকক ৩১তম সৰস্বতী সন্মান ২০২১ ৰে সন্মানিত কৰা হয় ?
উত্তৰ : ৰামদৰশ মিশ্ৰা
4. আকাশবাণী গুৱাহাটী কেন্দ্ৰই গৌৰৱোজ্জ্বল কিমানটা বৰ্ষ অতিক্ৰম কৰে ?
উত্তৰ : ৭৫ টা বৰ্ষ
5. ব্ৰিটিছ সংসদৰ দ্বাৰা কোনগৰাকী ভাৰতীয় মহিলাক আয়ুৰ্বেদ ৰত্ন পুৰস্কাৰ ২০২২ ৰে সন্মানিত কৰা হয় ?
উত্তৰ : তনুজা নেছাৰি
6. কোনখন দেশত অনুষ্ঠিত হ’ব SCO Summit 2022 ?
উত্তৰ : উজবেকিস্তান
7. কোনখন চহৰত স্থাপন কৰা হৈছে বিশ্বৰ প্ৰথমটো ফ্লটিং চিএনজি ষ্টেচন?
উত্তৰ : বাৰাণসী
8. শেহতীয়া খবৰ অনুসৰি তলৰ কোনটো টেলিস্কোপ Space rock ৰ আঘাতৰ পিছত ক্ষতিগ্ৰস্ত হৈছিল?
উত্তৰ : জেমছ ৱেব টেলিস্কোপ
9. কোনখন দেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে হিন্দুৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে?
উত্তৰ : বাংলাদেশ
10. সমগ্ৰ বিশ্বত কোনটো দিনত আন্তৰ্জাতিক দবা দিৱস পালন কৰা হয়?
উত্তৰ : ২০ জুলাই
11. ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে?
উত্তৰ : দ্ৰৌপদী মুৰ্মু (১৫ সংখ্যক ৰাষ্ট্ৰপতি)
12. ছিংগাপুৰ অপেন বেডমিণ্টন টুৰ্ণামেণ্টৰ মহিলা একক খিতাপ কোনে জিকিছে?
উত্তৰ : পি ভি সিন্ধু
13. ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে কোনখন চহৰক আয়োজক চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে?
উত্তৰ : টকিঅ'
14. কোন দুখন ৰাজ্যই 8000 দীঘলীয়া আন্তঃৰাজ্যিক সীমান্ত বিবাদ নিষ্পত্তি কৰিবলৈ নামছাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছে?
উত্তৰ : অসম আৰু অৰুণাচল প্ৰদেশ
15. নিজা ইণ্টাৰনেট সেৱা প্ৰদান কৰিব লোৱা ভাৰতৰ প্ৰথম খন ৰাজ্য কোন হ'ব?
উত্তৰ : কেৰেলা
16. শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে?
উত্তৰ : ৰনিল বিক্ৰমসিংঘে
17. উত্তৰ-পূব ২০২২ প্ৰতিযোগিতাৰ মিছ আইকনিক ফেচৰ বিজয়ী মুকুট কাক পিন্ধোৱা হৈছে?
উত্তৰ : মেঘালয়ৰ শ্ৰেয়া ৰাচাইলি
18. জেমছ ৱেব স্পেচ টেলিস্কোপৰ পৰা পৰৱৰ্তী ঢৌ ছবি কোনে মুকলি কৰিছিল?
উত্তৰ : নাছা
19. ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে কাক নিৰ্বাচিত কৰা হৈছে?
উত্তৰ : দ্ৰৌপদী মুৰ্মু
20. শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি ৰূপে কাক নিৰ্বাচিত কৰা হৈছে?
উত্তৰ : ৰণিল বিক্ৰমসিংঘে
21. কোনখন দেশৰ Visa ই বিশ্বৰ আটাইতকৈ শক্তিশালী Visa ৰূপে স্থান পাইছে?
উত্তৰ : জাপান
22. প্ৰদূষণৰ পৰা মুক্তি পাবলৈ ভাৰতৰ প্ৰথমখন e waste eco park ক'ত নিৰ্মাণ কৰা হব?
উত্তৰ : দিল্লী
23. কোনগৰাকী ব্যক্তি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তিৰূপে পৰিণত হৈছে?
উত্তৰ : গৌতম আদানী
24. ক'ত বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ 2022 ৰ আয়োজন কৰা হৈছে?
উত্তৰ : য়োজিন, আমেৰিকা
25. কোনখন দেশে FIH মহিলা হকী বিশ্বকাপ 2022 ৰ খিতাপ অৰ্জন কৰে?
উত্তৰ : নেদাৰলেণ্ড
26. ভাৰতৰ কোনখন চহৰক Shanghai Cooperation Organization(SCO) ৰ প্ৰথম সাংস্কৃতিক আৰু পৰ্যটন ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে?
উত্তৰ : বাৰাণসী
27. ভাৰতৰ কোনখন ৰাজ্যক চলচ্চিত্ৰ নিৰ্মাণৰ আটাইতকৈ উৎকৃষ্ট বঁটা প্ৰদান কৰা হৈছে?
উত্তৰ : মধ্যপ্ৰদেশ
28. শ্ৰীলংকাৰ 15 তম প্ৰধানমন্ত্ৰী ৰূপে কাক নিৰ্বাচিত কৰা হৈছে?
উত্তৰ : দীনেশ গূনৱৰ্ধন
29. ভাৰতৰ কোনখন ৰাজ্য চৰকাৰে ' স্বৰ্ণবীৰ নাৰী ' যোজনা মুকলি কৰে?
উত্তৰ : অসম
• Download Last 6 Months Current Affairs 2022 PDF from January 2022 to June 2022 - Click Here
Must visit : APSC Prelims Solved Question Paper 2001
Assam Current Affairs July 2022 in English - Click Here
Assam Current Affairs January 2022 in Assamese - Click Here
Assam Current Affairs February 2022 in Assamese - Click Here
Assam Current Affairs March 2022 in Assamese - Click Here
Assam Current Affairs April 2022 in Assamese - Click Here
Assam Current Affairs May 2022 in Assamese - Click Here
Assam Current Affairs June 2022 in Assamese - Click Here
Assam Current Affairs August 2022 in Assamese - Click Here
Assam Current Affairs September 2022 in Assamese - Click Here
For Monthly Current Affairs of Assam Click the below links -
Current Affairs of Assam 2021 January to June - Set 1 - - Set 2
Assam Current Affairs August 2021
Assam Current Affairs September 2021
Assam Current Affairs October 2021
Assam Curremt Affairs November 2021
Assam Current Affairs December 2021
Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You.
• Subscribe our Youtube channel
* Recent Top Most Searches :
• 500 Assam GK Quiz Questions and Answers
• Assam History GK on Ahom Kingdom
Well if you like the Assam Current Affairs July 2022 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২ do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)