500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ

500 Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language Set 2

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌।

Hello, aspirants are you preparing for APSC, Assam TET or any other Assam Govt Exams? If yes, then you must be aware of the most important Assam GK Questions and Answers for Competitive Exams preparation. Therefore every aspirants need to know the most important Assam GK for APSC,TET,PNRD,DHS,APDCL,Assam Police,Irrigation and any other Assam Govt exams. In this regard "Assam GK Gyan" decides to provide you the most important 500 Assam GK Questions and Answers for competitive exams. Infact the Assam GK & quiz questions and answers will be a key topic in the Assam GK section for the upcoming APSC Prelims, Assam TET and other Assam govt exams. So the 500 Assam GK in Assamese Language will be a pedestrian to crack your exam.

500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ

Assam GK Quiz for All Competitive Exam

General Knowledge On Assam For Assam Civil Service

In this article we have provided you a total of 500 general knowledge On Assam for Assam Civil Services exam. So, read all these important Assam GK Questions and Answers for the upcoming exams as well as other Assam govt exams. These Assam GK Quiz in assamese language are extremely important and should be a part of your preparation.

Assam History GK Questions and Answers

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Assam History GK Questions and Answers. Specially the toppers recommend that aspirant start their preparation with the Assam History questions and answers for the upcoming any competitive exams.

Assam GK Quiz - General Knowledge Questions and Answers

There are mainly two very important Assam GK quiz - general knowledge questions and answers. They are :

1. অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন কেতিয়া হৈছিল ?

উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত

2. অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল ?

উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল

500 Assam GK Questions and Answers for Competitive Exams

Here are the 500 Assam GK questions and answers for all competitive exams. Read all these most important Assam Gk - Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :

১০১) অসমৰ কলাগুৰু কাক কোৱা হয়?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

১০২) অসমৰ বিপ্লৱী কবিজন কোন?

উত্তৰ : প্ৰসন্নলাল চৌধুৰী।

১০৩) দেশভক্ত কোন আছিল?

উত্তৰ : তৰুণৰাম ফুকন।

১০৪) অসমৰ গৌৰৱ কোন?

উত্তৰ : হেম বৰুৱা।

১০৫) অসমৰ অগ্নিকবি কোন?

উত্তৰ : কমলাকান্ত ভট্টাচাৰ্য।

১০৬) অসম কেশৰী কোন?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

১০৭) অসমৰ সংগীত সূৰ্য কোন আছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

১০৮) অসমৰ প্ৰাচ্য পণ্ডিত কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।

১০৯) বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ।

১১০) শ্বাহৰুক খানৰ দিলছে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল?

উত্তৰ : হাফলং।

১১১) অসমত সংস্কৃত মহাবিদ্যালয় ক’ত ক’ত আছে?

উত্তৰ : গুৱাহাটী আৰু নলবাৰী।

১১২) অসমত আৰবি ভাষাৰ মহাবিদ্যালয় ক’ত আছে?

উত্তৰ : ৰঙিয়াত।

১১৩) অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ ক’ত আছে?

উত্তৰ : চাবুৱাত।

১১৪) অসমত মানসিক ৰোগৰ চিকিৎসালয় ক’ত আছে?

উত্তৰ : তেজপুৰত।

১১৫) অসমত সৈনিক স্কুল ক’ত আছে?

উত্তৰ : গোৱালপাৰাত।

১১৬) অসমত অন্ধৰ বাবে বিদ্যালয় ক’ত ক’ত আছে?

উত্তৰ : গুৱাহাটী, নগাওঁ, ডিব্ৰুগড়।

১১৭) অসমত কলা-বোৱাৰ বাবে বিদ্যালয় ক’ত আছে?

উত্তৰ : গুৱাহাটী কাহিলীপাৰাত।

১১৮) অসমত ফৰেষ্ট বিদ্যালয় ক’ত আছে?

উত্তৰ : গুৱাহাটী জালুকবাৰীত।

১১৯) অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক’ত আছে?

উত্তৰ : নামৰুপ আৰু বঙাইগাওঁ।

১২০) অসমত ৰাসায়নিক সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : নামৰুপত।

১২১) অসমত চিমেণ্ট কাৰখানা ক’ত আছে?

উত্তৰ : বোকাজানত।

১২২) ২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান?

উত্তৰ : ৩,১২,০৫,৫৭৬ জন।

১২৩) অসমত কাগজৰ কল ক’ত আছে?

উত্তৰ : জাগীৰোড, পাঁচগ্ৰাম।

১২৪) অসমত মৰাপাটৰ কল ক’ত আছে?

উত্তৰ : শিলঘাটত।

১২৫) "বুৰঞ্জীবিৱেক ৰত্ন" কাৰ ৰচনা?

উত্তৰ : মণিৰাম দেৱান।

১২৬) কিমান চনলৈকে" অৰুণোদই" কাকত খন চলিছিল?

উত্তৰ : 1882

১২৭) ইংৰাজী"The pilgrim's progress "ক "যাত্রিকৰ যাত্রা" নাম দি কোনে অনুবাদ কৰিছিল?

উত্তৰ : ড°নাথান ব্ৰাউন

১২৮) "যোচেফৰ কাহিনী" আৰু যিশুখৃষ্টৰ জীৱনী" কোনে ৰচনা কৰিছিল?

উত্তৰ : ড°নাথান ব্ৰাউন

১২৯) "ফুলমণি আৰু কৰুণা" অনুবাদক কোন?

উত্তৰ : এ.কে গাৰ্ণী

১৩০) অল্ড টেষ্টামেন্টৰ ৰ অনুবাদক কোন?

উত্তৰ : এ.কে গাৰ্ণী

১৩১) কি ভাষাৰ পৰা old testament খন অনুবাদ কৰা হৈছিল?

উত্তৰ : হিব্ৰু ভাষাৰ

১৩২) "সৰগৰ বিৱৰণ", "নৰকৰ বিৱৰণ" ,আৰু তীৰ্থৰ বিৱৰণ"- এই ৰচনাসমূহ কাৰ?

উত্তৰ : নিধিলিবাই ফাৰোৱেল

১৩৩) "পদাৰ্থ-সাৰ" কি বিষয়ক ৰচনা?

উত্তৰ : খৃষ্টধৰ্ম প্ৰচাৰ প্ৰত্রিকা।

১৩৪) "ইংৰাজী অসমীয়া শব্দকোষ" কোনে লিখিছিল?

উত্তৰ : শ্ৰীমতী এচ.আৰ. ৱাৰ্ড ।

১৩৫) "ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ" কাৰ ৰচনা?

উত্তৰ : Mrs.cutter(শ্ৰীমতী কাট্টাৰ)

১৩৬) "ইংলেণ্ডৰ বিৱৰণ" ৰ ৰচক কোন?

উত্তৰ : আনন্দৰাম ঢেকিয়াল ফুকন

১৩৭) "বঙ্গদেশত ৰামমোহন ৰায় যেনে, অসমৰ আনন্দৰাম ঢেকিয়াল ফুকনো তেনে"---- কোনে কৈছিল?

উত্তৰ : কৰ্ণেল হপকিনচন

১৩৮) "কলিভাৰত" কোনে লিখিছিল?

উত্তৰ : দুতিৰাম হাজৰিকা।

১৩৯) "আচাৰ্য সংহতি" আৰু " উৎকল খণ্ড" কাৰ ৰচনা?

উত্তৰ : দীননাথ বেজবৰুৱা

১৪০) অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?

উত্তৰ : আৰ্য

১৪১) প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?

উত্তৰ : ভট্টদেৱ

১৪২) শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰ : বজ্ৰাৱলী

১৪৩) কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল ?

উত্তৰ : ১৮৭২ চনত ছাৰ জৰ্জ কেম্পবেলে

১৪৪) ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট ?

উত্তৰ : কমেদী অৱ এৰৰ্চ

১৪৫) অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

১৪৬) ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস ?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতী

১৪৭) শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয় ?

উত্তৰ : অংকীয়া নাট

১৪৮) সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?

উত্তৰ : বনফুল

১৪৯) অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?

উত্তৰ : জয়মতী(1935)

১৫০) অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?

উত্তৰ : ভাইটি(1972)

১৫১) অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?

উত্তৰ : ঘৰ জেউতি(1927)

১৫২) প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ : ৰাম নৱমী(1857), গুণাভিৰাম বৰুৱা

১৫৩) অসমৰ প্রথম আলোচনী খনৰ নাম কি ?

উত্তৰ : অৰুনোদই (1848 -1882)

১৫৪) অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?

উত্তৰ : শ্রীমন্ত শংকৰদেৱ

১৫৫) অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?

উত্তৰ : প্রহ্লাদ চৰিত । ৰচক হেম সৰস্বতী

১৫৬) প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?

উত্তৰ : কথাগীতা । লিখক ভট্টদেৱ

১৫৭) অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?

উত্তৰ : মাইলছ ব্রনছন

১৫৮) প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?

উত্তৰ : ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱাৰ ৰচিত

১৫৯) সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?

উত্তৰ : ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

১৬০) সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা

১৬১) জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

উত্তৰ : মৃত্যুঞ্জয় (1979), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

১৬২) প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?

উত্তৰ : পাতাল পুৰী

১৬৩) অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?

উত্তৰ : আনন্দৰাম বৰুৱা

১৬৪) ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্রথমজন অসমীয়াৰ নাম কি ?

উত্তৰ : ফখৰুদ্দিন আলি আহমেদ

১৬৫) প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?

উত্তৰ : বিষ্ণুৰাম মেধি

১৬৬) প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?

উত্তৰ : হৰিশংকৰ ব্রহ্ম

১৬৭) প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?

উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা (১৯১৭ চন)

১৬৮) অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?

উত্তৰ : ভোগেশ্বৰ বৰুৱা

১৬৯) প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?

উত্তৰ : চৈয়দা আনোৱাৰা টাইমূৰ

১৭০) প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?

উত্তৰ : মইদুল ইছলাম বৰা

১৭১) প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?

উত্তৰ : সুধালতা দুৱৰা

১৭২) প্রথম অসমীয়া কাব্য খনৰ নাম কি ?

উত্তৰ : অভিমণ‍্যূবধ (1857), ৰমাকান্ত চৌধুৰী

১৭৩) ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?

উত্তৰ : মাধব কন্দলি

১৭৪) জোনাকী কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?

উত্তৰ : চন্দ্রকুমাৰ আগৰৱালা

১৭৫) প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?

উত্তৰ : চিহ্ন যাত্রা (1468), শংকৰদেৱ

১৭৬) স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?

উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায় (1987), জাহ্নুবৰুৱা

১৭৭) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?

উত্তৰ : ১৬৮২ চনত

১৭৮) অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত সংঘটিত হৈছিল ?

উত্তৰ : ১৫৪৮ চনত

১৭৯) অসহযোগ আন্দোলন অসমত কিমান চনত আৰম্ভ হৈছিল ?

উত্তৰ : ১৯২০ চনত

১৮০) গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল ?

উত্তৰ : ১৯৪৮ চনত

১৮১) কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?

উত্তৰ : ১৬৭১ চনত

১৮২) অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কিমান চনত হৈছিল ?

উত্তৰ : ১৮৪৭ চনত

১৮৩) টেলিফোন আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত কিমান চনত আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৬৬ চনত

১৮৪) অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল ?

উত্তৰ : ১৯১৭ চনত

১৮৫) অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৮৬ চনত

১৮৬) ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয় ?

উত্তৰ : ১৮৭৩ চনত

১৮৭) অসমত কিমান চনত চাহ আৱিস্কাৰ হৈছিল ?

উত্তৰ : ১৮২৩ চনত

১৮৮) অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰ : চুকাফা (১২২৮)

১৮৯) কিমান চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল ?

উত্তৰ : ১৯৬১ চনত

১৯০) কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰ : ১৮৮২ চনত

১৯১) চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

১৯২) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল ?

উত্তৰ : ১৯২১ চনত

১৯৩) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?

উত্তৰ : বসন্ত দাস

১৯৪) অসম এছ’ছিয়েচন কিমান চনত গঠিত হৈছিল ?

উত্তৰ : ১৯০৩ চনত

১৯৫) মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত

১৯৬) ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ

১৯৭) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত কিমান চনত স্থাপিত হৈছিল ?

উত্তৰ : ১২৫৩ চনত

১৯৮) কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল ?

উত্তৰ : ল’ৰাৰজা চুলিকফাৰ শাসন কালত । জেৰেঙা পথাৰত

১৯৯) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?

উত্তৰ : ১৬৮২ চনত

২০০) কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?

উত্তৰ : ভাস্কৰবৰ্মাৰ দিনত

500 Assam GK QUIZ - Set 1

500 Assam GK QUIZ - Set 3

500 Assam GK QUIZ - Set 4

500 Assam GK QUIZ - Set 5

Well here we have provided you the most important 500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ. This article will be updated soon and we are going to add more related to Assam GK to help our viewers to know more for the preparation of upcoming much awaited Assam govt exams. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Important Facts of History of Assam in Assamese 

Assam's Role in the Historic Quit India Movement

Assam TET GK on Assamese Literature & Language 

Hello if you like the article on 500 Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.