Assam Police AB UB Solved Question Paper 2022

Assam Police Constable Answer Key 2022 : Assam Police Solved Question Paper 2022

Hello, aspirants are you preparing for Assam Police AB-UB exam or any other Assam Govt Exams? If yes, then you must be aware of the most important GK Questions and Answers for the upcoming Assam Police AB-UB exam preparation. Therefore every future aspirants need to know the latest Assam Police AB UB Solved Question Paper 2022. In this regard "AssamGKGyan" decides to provide you the most important Assam Police Constable Answer Key 2022 as well as this Assam Police Solved Question Paper is also important for APSC/PNRD/JAA/Irrigation/DHS exams. Infact the General Knowledge Questions and answers for Assam Police Exam will be a key topic in the GK & current affairs section for the upcoming exams. So the Assam Police AB UB Solved Question Paper 2022 will be a pedestrian to crack your exam.

Assam Police AB UB Solved Question Paper 2022

GK Questions for Assam Police Exam 2022

Assam Police Constable Answer Key 2022 - Assam Police AB-UB Important Question 2022 

Well here are the important Assam Police Constable Answer Key 2022 which was held on Sunday, 20th February 2022. Therefore read these most important Assam Police AB UB Solved Question Paper 2022 to prepare for future Assam Police Exam : 

Assam Police Constable AB UB Syllabus 2021 - Click Here

Assam Police Constable Model Question paper Download - Click Here 

Download General Knowledge E-book for Competitive Exam - Click Here

Assam Police AB UB Solved Question Paper 2022 : Assam Police Constable Answer Key 2022

১) পথৰুঘাটৰ ৰণ কত সংঘটিত হৈছিল ?
উত্তৰ : দৰং (১৮৯৪ চনৰ ২৮ জানুৱাৰী)

২) ভাৰতৰ নবেল বঁটা প্ৰথম কোনে লাভ কৰিছিল?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ

৩) শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰ : ১৬৭১ চনত

৪) মেৰী কমে অলিম্পিকত কিমান মেডেল লাভ কৰিছিল ?
উত্তৰ : এটা

৫) বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত ?
উত্তৰ : ফুটবল

৬)২০২২ চনৰ ফিফা বিশ্বকাপ ফুটবল কত হ'ব ?
উত্তৰ : কাটাৰ

৭) ৫৬ তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে ?
উত্তৰ : নীলমণি ফুকন

৮) কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে ?
উত্তৰ : শোণিতপুৰ - নগাঁও

৯) অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ‍্যা কিমান?
উত্তৰ : ১৪ খন

১০) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ

১১) হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা ?
উত্তৰ : হোমেন বৰগোহাঞি

১২) ভাৰতীয় সেনাৰ ( INA) শ্লোগানটো কি ?
উত্তৰ : Unity (Etihaad), Faith (Etmad) and Sacrifice (Kurbani)

• Assam Grade III & Grade IV Exam Syllabus - Click Here

১৩) সতী সাধনী কোন বংশৰ আছিল ?
উত্তৰ : চুতীয়া

১৪) এক মিলিয়লত কিমান ?
উত্তৰ : ১০ লাখ

১৫) বিশ্ব স্বাস্হ্য সংস্হা(WHO)ৰ মূখ্য কাৰ্য্যালয় ক'ত আছে ?
উত্তৰ : জেনেভা

১৬) আনন্দমঠ ৰ লিখক কোন আছিল ?
উত্তৰ : বংকিমচন্দ্ৰ চট্টোপাধ‍্যায়

১৭) নামঘোষা কাৰ ৰচনা ?
উত্তৰ : মাধৱদেৱ

১৮) জয়মতী ছবি ৰ পৰিচালক জন কোন ?
উত্তৰ : ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালা

১৯) সবৰমতী আশ্ৰম কত আছে?
উত্তৰ : গুজৰাটৰ আহমেদাবাদ

২০) Golden Silk বুলি কাক কোৱা হয় ?
উত্তৰ : মুগা

২১) উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়?
উত্তৰ : শিৱ

২২) ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল___চনত।
উত্তৰ : 1885 চনত

২৩) অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল
উত্তৰ : ১৯৮৫ চনত

২৪) গাৰো,খাচী,জয়ন্তীয়া লোক সকল প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়?
উত্তৰ : মেঘালয়

২৫) অৰুণাচলৰ ৰাজধানী কি আছিল ?
উত্তৰ : ইটানগৰ

২৬) আহোমে মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল ?
উত্তৰ : ১৬৭১ চনত

২৭) মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ : অনিৰুদ্ধদেৱৰ পঞ্চম পুত্ৰ হৰিময়দেৱে

২৮) Hand Sensitizer-ত তলৰ ‌কোনবিধ কি দ্ৰৱ ব্যৱহাৰ কৰা হয়?
উত্তৰ : এলক'হল

২৯) এখন থানাৰ OC জন কি Rank ৰ হ'ব পাৰে ?
উত্তৰ : Sub Inspector

৩০) হেমকোষ কি হয় ?
উত্তৰ : অভিধান

৩১) শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল?
উত্তৰ : জাপান

৩২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?
উত্তৰ : এছিয়া

৩৩) ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত আছে?
উত্তৰ : নতুন দিল্লী

৩৪) কিমান চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল?
উত্তৰ : ১৯৫০ চনত

৩৫) বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী-
উত্তৰ : ভাষাতত্ব বিদ

৩৬) ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৮২৬ চনত

৩৭) অসম কেশৰী কোন?
উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী

৩৮) ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ : বাল্মিকী

৩৯) অসম বিধানসভাৰ মুঠ আসন কিমান ?
উত্তৰ : ১২৬ খন

৪০) আটাইতকৈ পাতল ধাতু কি ?
উত্তৰ : লিথিয়াম

• Must visit : Assam Police SI Solved Question Paper 2022

• Must visit : DHS Technical Exam Grade III Answer Key 2022

• Must visit : Assam GK for APSC, Grade III & Grade IV Exam, DHS, Assam Police Exam

Assam Police GK Question and Answer - Click Here

• DHS Assam Previous Years Question Paper - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Well this article on Assam Police AB UB Solved Question Paper 2022 - Assam Police Constable Answer Key 2022 is completely based on the Memory based GK questions of Assam Police Constable 2022 held on Sunday, 20th February 2022. So do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask. 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.