Assam Current Affairs August 2023 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২৩

Assam GK and Current Affairs Quiz 2023 for APSC - Current Affairs of Assam August 2023 Questions and Answers

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা আগষ্ট ২০২৩

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2023 for the upcoming Assam competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2023 for APSC and other Assam govt exams 2023. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam August 2023 (অসমৰ সাম্প্ৰতিক পৰিক্ৰমা আগষ্ট ২০২৩) questions & answers in Assamese for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police/Assam TET exams. Infact the Assam Current Affairs, GK & News 2023 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs August 2023 will be a pedestrian to crack your exam. 

Assam Current Affairs August 2023 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২৩

Current Affairs GK of Assam

Assam Current Affairs 2023 for APSC

In this article we have provided you latest Assam Current Affairs questions and answers 2023. So, read all these important Assam Current Affairs August, GK & News 2023 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2023 for Assam Competitive Exams are extremely important and should be a part of your preparation.

Monthly Current Affairs of Assam 2023

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2023. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.

Assam GK and Monthly Current Affairs Quiz for Competitive Exam

There are mainly five very important Assam GK Quiz and Monthly Current Affairs of August 2023. They are :

1. প্ৰতি বছৰে ২৩ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰূপে পালন কৰা হ'ব।

2. চন্দ্ৰযান-৩ অৱতৰণৰ দিনটো স্পেচ ডে’ পালনৰ ঘোষণা প্রধানমন্ত্ৰীৰ।

3. চন্দ্ৰযান-৩ৰ লেণ্ডাৰ অৱতৰণ কৰা স্থানক ‘শিৱশক্তি’ ৰূপে নামকৰণ ।

4. চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ অৱতৰণ কৰা স্থানক ‘ত্ৰিৰংগা’ ৰূপে জনা যাব।

5.  ISROৰ কাৰ্যালয়ত ঘোষণা প্রধানমন্ত্রী মোদীৰ।

Most Important Assam Current Affairs 2023

Most Important Assam Current Affairs 2023

কৰ্কট ৰোগ বিশেষজ্ঞ তথা শিলচৰস্থিত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নান আৰলৈ আগবঢ়োৱা হৈছে সন্মানজনক ৰমন মেগছেছে বঁটা। মেগছেছে বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।

• Download Assam Direct Recruitment Exam 2023-24 E-Book Pdf : : 

Well from the below link you can download the best guide book for Asssm Direct Recruitment Exam 2023-24 ::

Download Assam Direct Recruitment Exam 2023-24 E-Book Pdf

-CLICK HERE TO BUY-

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা আগষ্ট ২০২৩

Current Affairs of Assam August 2023

Here are the GK on Assam Current Affairs August 2023 in Assamese - Current Affairs GK of Assam in Assamese for your upcoming exams. Read these most important monthly current affairs Assam GK Quiz 2023 in order to answer the questions :

 1.  আন্তৰ্জাতিক গৰ্ভস্থ শিশুৰ দিৱস কেতিয়া পালন কৰা হৈছে ?

 উত্তৰ : ২৫ মাৰ্চ

 2.  ডি জি চি এৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ভিতৰত সৰ্বাধিক মহিলা পাইলটৰ সংখ্যা কোনখন দেশত আছে?

 উত্তৰ :  ভাৰত

 3.  অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে কাক সন্মানিত কৰা হৈছে?

 উত্তৰ :  ডাঃ তপন শইকীয়া

 4.  কোনখন ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী বৃক্ষ সম্পাদ আঁচনি আৰম্ভ কৰিছে ?

 উত্তৰ :  ছট্টিশগড়

 5.  কোনখন দেশত পানীৰ তলত পাৰমাণৱিক আক্ৰমণ ক্ষমতাসম্পন্ন ড্ৰ’ন পৰীক্ষা কৰা হৈছে?

  উত্তৰ :  কোৰিয়া

 6.  বেংগালুৰুত ১৩.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ হোৱাইটফিল্ড-কে আৰ পুৰা মেট্ৰ’ লাইন কোনে উদ্বোধন কৰিছে?

 উত্তৰ :  নৰেন্দ্ৰ মোডী

 7.  জম্মু-কাশ্মীৰৰ কোনখন জিলাত এল অ’ চিৰ সমীপত ভাৰতৰ প্ৰথমটো ডাকঘৰ উদ্বোধন কৰা হৈছে?

 উত্তৰ :  কুপৱাড়া

 8.  কোনখন ৰাজ্য চৰকাৰে শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে?

 উত্তৰ :  দিল্লী

9.  শেহতীয়াকৈ কোনে অনলাইন পৰ্টেল ‘সুস্বগতম’ মুকলি কৰিছে  ?

 উত্তৰ :  উচ্চতম ন্যায়ালয়

10.  শেহতীয়াকৈ কোনে চন্দ্ৰলৈ লুনা ২৫ অভিযান আৰম্ভ কৰিছে?

 উত্তৰ : ৰাছিয়া

 11.  এছ বি আই লাইফৰ এম ডি এণ্ড চি ই অ’ হিচাপে কাক নিযুক্তি দিয়া হৈছে?

 উত্তৰ :  অমিত ঝিংৰাণ

 12.  কেন্দ্ৰীয় চৰকাৰে মঞ্জুছা দেশপাণ্ডেক কোনখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে?

 উত্তৰ :  বম্বে উচ্চ ন্যায়ালয়

 13.  কোনখন দেশৰ ৰাজধানী বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী ৰূপে পৰিগণিত হৈছে ?

 উত্তৰ :  ইণ্ডোনেছিয়া

 14.  ইণ্ডিয়া ষ্টাৰ্টআপ ফেষ্টিভেল ২০২৩ ক’ৰ পৰা আৰম্ভ হৈছে ?

 উত্তৰ : বেংগালুৰু

 15.  বিশ্ব জৈৱ ইন্ধন দিৱস কেতিয়া পালন কৰা হৈছে?

 উত্তৰ : ১০ আগষ্ট

16.  শেহতীয়াকৈ কোনখন ৰাজ্যত অভিলেখসংখ্যক হাতীৰ সংখ্যা বৃদ্ধি পাইছে?

 উত্তৰ :  কৰ্ণাটক

17.  শেহতীয়াকৈ কোনখন ৰাজ্যৰ বিধানসভাই ৰাজ্যৰ নাম সলনি কৰিবলৈ বিধেয়ক গৃহীত কৰিছে?

 উত্তৰ :  কেৰালা

 18.  ইণ্টাৰনেট সংযোগৰ উন্নতিৰ ক্ষেত্ৰত কোনখন দেশে দক্ষিণ এছিয়াৰ শীৰ্ষস্থান দখল কৰিছে?

 উত্তৰ : ভূটান

19.  শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ১ নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যতে ‘খেল মহৰণ’ আয়োজন কৰিব?

 উত্তৰ : অসম

20.  শেহতীয়াকৈ প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ হিতাধিকাৰীৰ সংখ্যা কোনখন ৰাজ‍্য শীৰ্ষত আছে?

 উত্তৰ :  বিহাৰ

21.  শেহতীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় দলটোক কোনে নেতৃত্ব দিব ?

 উত্তৰ : নিৰজ চোপ্ৰা

22.  শেহতীয়াকৈ কোনখন দেশত সমকামিতা শব্দৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে?

 উত্তৰ :  ইৰাক

 23.  শেহতীয়াকৈ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ইন্দিৰা গান্ধী বিনামূলীয়া স্মাৰ্টফোন আঁচনি?

 উত্তৰ : ৰাজস্থান

 24.  শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ৰাজ্যৰ কৰ্মচাৰীৰ ডাটাবেছ আপডেট আৰম্ভ কৰিছে?

 উত্তৰ :  মহাৰাষ্ট্ৰ

25. টুইটাৰৰ নতুন লোগো কি ?

উত্তৰ : Alphabat "X"

26. বৰ্তমান ভাৰতত বাঘৰ সংখ্যা কিমানলৈ বৃদ্ধি পাইছে ?

উত্তৰ : 3,925

27. শেহতীয়াকৈ কোনখন ৰাজ্যত অভিলেখসংখ্যক বাঘৰ সংখ্যা বৃদ্ধি পাইছে?

 উত্তৰ :  মধ্য প্ৰদেশ

28. কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদৰ অধ্যক্ষ হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?

উত্তৰ :  সন্জয় কুমাৰ আগৰৱালা

29. কোনখন চহৰে ভাৰতৰ প্ৰথম চেপ্টিক টেংক-মুক্ত চহৰ হোৱাৰ লক্ষ্য ৰাখিছে?

উত্তৰ : Navi Mumbai

30. ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : S Parameshas

31.  শেহতীয়াকৈ বিশ্ব জনজাতি দিৱস কেতিয়া পালন কৰা হৈছিল?

 উত্তৰ :  ৯ আগষ্ট/৯ আগষ্ট

32.  শেহতীয়াকৈ ২০২৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত কোনে শীৰ্ষস্থান দখল কৰিছে?

 উত্তৰ :  ভাৰত

33.  শেহতীয়াকৈ কোনখন ৰাজ্যৰ কেবিনেটে জল পৰ্যটন আৰু দুঃসাহসিক ক্ৰীড়া নীতি ২০২৩ত অনুমোদন জনাইছে?

 উত্তৰ :  উত্তৰ প্ৰদেশ

34.  শেহতীয়াকৈ এপেডাই সতেজ ডালিমৰ প্ৰথম পৰীক্ষামূলক চালান বিমানযোগে কোনখন দেশলৈ ৰপ্তানি কৰিছে?

 উত্তৰ :  আমেৰিকা

35.  শেহতীয়াকৈ ভাৰত আৰু কোনখন দেশে ৫ম যৌথ বাণিজ্য উপ আয়োগৰ বৈঠকৰ আয়োজন কৰিছে?

 উত্তৰ :  ভিয়েটনাম

36.  শেহতীয়াকৈ ক’ষ্ট গাৰ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কোনক নিযুক্তি দিয়া হৈছে?

 উত্তৰ : এছ পৰমেশ

37.  শেহতীয়াকৈ কোনখন ৰাজ্যত মেপিং তিব্বত প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে?

 উত্তৰ :  হিমাচল প্ৰদেশ

 38. শেহতীয়াকৈ QETCI ৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?

 উত্তৰ : বিজয় কুমাৰ শশ্বৱত

 39.  শেহতীয়াকৈ কোনখন ৰাজ্যৰ বিধানসভাই সৰ্বসন্মতিক্ৰমে ইউচিচিৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিছে?

 উত্তৰ :  কেৰালা

40.  শেহতীয়াকৈ ক’ত অনুষ্ঠিত হ’ব জি-২০ৰ তৃতীয়খন দুৰ্নীতি বিৰোধী বৈঠক?

 উত্তৰ :  কলকাতা

Assam Current Affairs August 2023 in English - Click Here

Assam Current Affairs January 2023

Assam Current Affairs February 2023

Assam Current Affairs September 2023

Assam Current Affairs 2022 in Assamese -  Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• 500 Assam GK Quiz Questions and Answers

• MCQ for Assam Competitive Exams

Well if you like the Assam Current Affairs August 2023 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২৩, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.