Assam Current Affairs December 2022 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Assam GK and Current Affairs Quiz 2022 for APSC - Current Affairs of Assam December 2022 Questions and Answers

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ডিচেম্বৰ ২০২২

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2022 for APSC and other govt exams 2022. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam December  2022 (অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ডিচেম্বৰ ২০২২) questions & answers in Assamese for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police exams. Infact the Assam Current Affairs, GK & News 2022 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs December 2022 will be a pedestrian to crack your exam. 

Assam Current Affairs December 2022 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২

Assam GK Quiz 2022

Assam Current Affairs 2022 for APSC

In this article we have provided you latest Assam Current Affairs questions and answers 2022. So, read all these important Assam Current Affairs, GK & News 2022 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2022 for Competitive Exams are extremely important and should be a part of your preparation.

Monthly Current Affairs of Assam 2022

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2022. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.

• Must visit : APDCL Recruitment Syllabus 2022

• Must Buy : GK e-Book by World_Polity [150 MCQs included]

Assam GK and Monthly Current Affairs Quiz for Competitive Exam

There are mainly two very important Assam GK Quiz and Monthly Current Affairs of December 2022. They are :

1. কোনখন দেশত FIFA বিশ্বকাপ ফুটবল 2022 আয়োজন কৰা হৈছে?

উত্তৰ : কাটাৰ

2. ২০২২ বৰ্ষৰ মেজৰ ধ্যানচাণ্ড খেল ৰত্ন বঁটা কোনে লাভ কৰে?

উত্তৰ : শৰৎ কমল অচান্ত

• Must visit : Download APSC CCE Previous Year Question Papers PDF

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ডিচেম্বৰ ২০২২

Current Affairs of Assam December 2022

Here are the GK on Current Affairs of Assam December 2022 in Assamese for your upcoming exams. Read all these most important monthly current affairs Assam GK Quiz 2022 in order to answer the questions :

23. অলপতে BSF ৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 1 ডিচেম্বৰ

24. শেহতীয়াকৈ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে চিলেট - শিলচৰ মহোৎসৱৰ আয়োজন কৰা হয়?

উত্তৰ : অসম

25. অলপতে বিশ্ব AIDS দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 1 ডিচেম্বৰ

26. শেহতীয়াকৈ কোনখন ৰাজ্যই ড্ৰোনেৰে দৰৱ প্ৰদান কৰিবৰ বাবে প্ৰথমটো ড্ৰোন ষ্টেচন স্থাপন কৰা হৈছে?

উত্তৰ : মেঘালয়

27. শেহতীয়াকৈ ONGC ৰ নতুন অধ্যক্ষৰূপে কাক নিযুক্তি দিয়া হয়?

উত্তৰ : অৰুণ কুমাৰ সিং

28. অলপতে ভাৰতীয় নৌসেনা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 4 ডিচেম্বৰ

29. শেহতীয়াকৈ Time magazine এ কাক 2022 বৰ্ষৰ Person of the year বঁটাৰে সন্মানিত কৰিছে?

উত্তৰ : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডমিৰ জেলেনস্কি

30. শেহতীয়াকৈ NABARD ৰ নতুন অধ্যক্ষ কোন হৈছে?

উত্তৰ : Shaji K B

31. অলপতে অনুষ্ঠিত হোৱা World Weightlifting Championship ত মীৰাবাই চানুৱে কোনটো পদক লাভ কৰে?

উত্তৰ : ৰূপৰ পদক

32. শেহতীয়াকৈ ভাৰতৰ 77 তম গ্ৰেণ্ডমাষ্টাৰ কোন হৈছে?

উত্তৰ : আদিত্য মিত্তল

33. শেহতীয়াকৈ হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী কোন হৈছে?

উত্তৰ : সুখবিন্দৰ সিং সুখো

34. অলপতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 10 ডিচেম্বৰ

35. অলপতে দ্বিতীয়বাৰৰ বাবে কোনে গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছে?

উত্তৰ : ভূপেন্দ্ৰ পেটেল

36. শেহতীয়াকৈ এছিয়া কাপ 2022 ৰ খিতাপ কোনে দখল কৰে?

উত্তৰ : শ্ৰীলংকা

37. শেহতীয়াকৈ টেনিচ খেলৰ পৰা অৱসৰ লোৱাৰ ৰোজৰ ফেডেৰৰে কোনখন দেশৰ হৈ খেলিছিল?

উত্তৰ : চুইজাৰলেণ্ড

38. বিশ্ব চেম্পিয়নশ্বিপত দুটা পদক জয় কৰা প্ৰথম ভাৰতীয় wrestler কোন হৈছে?

উত্তৰ : ভিনেশ ফোগাত

39. শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ নতুন প্ৰমুখ কোন হৈছে?

উত্তৰ : বল্কাৰ টাৰ্ক

40. শেহতীয়াকৈ South Indian International Movie Awards 2022 ত শ্ৰেষ্ঠ ছবিৰ বঁটা কোনে লাভ কৰে?

উত্তৰ : Pushpa: The Rise

41. শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে 6 টা কেন্দ্ৰীয় কাৰাগাৰত antiretroviral therapy dispensation center  মুকলি কৰে?

উত্তৰ : অসম

42. শেহতীয়াকৈ SCO বৈঠকত ভাগ লবৰ বাবে PM নৰেন্দ্ৰ মোদীয়ে কোনখন দেশ ভ্ৰমণ কৰে?

উত্তৰ : উজবেকিস্তান

43. শেহতীয়াকৈ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱা এৰণ ফিনচে কোনখন দেশৰ হৈ খেলিছিল? 

উত্তৰ : অষ্ট্ৰেলিয়া

44. শেহতীয়াকৈ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে Naga Chilli festival আয়োজন কৰা হয়?

উত্তৰ : নাগালেণ্ড

45. শেহতীয়াকৈ টেনিচ টুৰ্ণমেন্ত US open 2022 ত পুৰুষ এককৰ খিতাপ কোনে দখল কৰে?

উত্তৰ : কাৰ্লোচ অলকাৰাজ

46. শেহতীয়াকৈ ৰাষ্ট্ৰীয় হিন্দী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 14 ছেপ্টেম্বৰ

47. শেহতীয়াকৈ কোনখন দেশৰ পৰা ভাৰতলৈ 8 টা চিতা বাঘ অনা হৈছে?

উত্তৰ : নামিবিয়া

48. শেহতীয়াকৈ ভাৰতৰ নতুন এটৰণী জেনেৰেল কোন হৈছে?

উত্তৰ : মুকুল ৰোহটগী

49. শেহতীয়াকৈ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী কোন হৈছে?

উত্তৰ : লিজ ট্ৰাচ

50. শেহতীয়াকৈ অখিল ভাৰতীয় ফুটবল মহাসংঘ (AIFF) ৰ নতুন অধ্যক্ষ কোন হৈছে?

উত্তৰ : কল্যাণ ছোবে

51. শেহতীয়াকৈ কোনগৰাকী ভাৰতীয়ই ' Starbucks coffee company ' ৰ নতুন CEO হৈছে?

উত্তৰ : লক্ষ্মণ নৰসিমহন

52. শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ ৰাজপথৰ নতুন নাম কি ৰাখিছে?

উত্তৰ : কৰ্তব্য পথ

53. শেহতীয়াকৈ জাৰী হোৱা ৰিপোৰ্ট অনুসৰি ব্ৰিটেইনক পিছ পেলাই কোনখন দেশ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থব্যৱস্থা দেশ হৈছে?

উত্তৰ : ভাৰত

54. শিক্ষক দিৱস 2022 ত কিমানগৰাকী শিক্ষকক ' ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ 2022 ' ৰে সন্মানিত কৰা হয়?

উত্তৰ : 46 গৰাকী

55. শেহতীয়াকৈ কোনখন দেশৰ এটা ৰাস্তাৰ নাম A R Rahman ৰ নামত ৰখা হৈছে?

উত্তৰ : কানাড়া

56. শেহতীয়াকৈ PM নৰেন্দ্ৰ মোদীয়ে সুভাষ চন্দ্ৰ বসুৰ 28 ফুট উচ্চতাৰ প্ৰতিমা ক'ত উন্মোচন কৰে?

উত্তৰ : দিল্লীত অৱস্থিত ইণ্ডিয়া গেটত

57. শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা জাৰী হোৱা মানৱ উন্নয়ন সূচক (Human Development Index) 2022 ত ভাৰতৰ স্থান কিমান?

উত্তৰ : 132

58. শেহতীয়াকৈ ডাইমণ্ড লীগত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন হৈছে?

উত্তৰ : নীৰজ চোপ্ৰা

59. শেহতীয়াকৈ ডায়মণ্ড লীগত নীৰজ চোপ্ৰাই কোনটো পদক অৰ্জন কৰে?

উত্তৰ : সোণৰ পদক 

60. শেহতীয়াকৈ কভিদ ভেকচিন BBV154 কোনে নিৰ্মাণ কৰিছে যিটো জৰুৰীকালীন ব্যৱহাৰৰ বাবে মঞ্জুৰী দিয়া হৈছে?

উত্তৰ : Bharat Biotech

61. অলপতে মৃত্যু হোৱা মহাৰাণী এলিজাবেথ দ্বিতীয় কোনখন দেশৰ মহাৰাণী আছিল?

উত্তৰ : ব্ৰিটেইন

62. অলপতে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 8 ছেপ্টেম্বৰ

63. শেহতীয়াকৈ কোনখন ৰাজ্যত PM নৰেন্দ্ৰ মোদীয়ে Doni Polo বিমান বন্দৰ উদ্ঘাটন কৰে?

উত্তৰ : অৰুণাচল প্ৰদেশ

64. শেহতীয়াকৈ চৈয়দ মুস্তাক আলি ট্ৰফী (ক্ৰিকেট) ২০২২-২৩ কোনে দখল কৰে?

উত্তৰ : মুম্বাই

65. শেহতীয়াকৈ ভাৰতৰ 50 তম মুখ্য ন্যায়াধীশ কোন হৈছে?

উত্তৰ : ডি ৱাই চন্দ্ৰচুড়

66. শেহতীয়াকৈ ভাৰতৰ ক'ত 53 সংখ্যক চলচিত্ৰ মহোৎসৱ আয়োজন কৰা হয়?

উত্তৰ : গোৱা

67. শেহতীয়াকৈ স্বতন্ত্ৰ ভাৰতৰ প্ৰথমজন ভোটদাতা কোন আছিল যাৰ অলপতে মৃত্যু হয়?

উত্তৰ : শ্যাম চৰণ নেগী

68. শেহতীয়াকৈ কোনখন দেশত G20 বৈঠকৰ আয়োজন কৰা হয়?

উত্তৰ : বালি, ইন্দোনেছিয়া

69. G20 বৈঠক 2023 কোনখন দেশত আয়োজন কৰা হ'ব?

উত্তৰ : ভাৰত

70. অলপতে ভাৰতীয় মহাকাশ সংস্থা ISRO ই উৎক্ষেপণ কৰা প্ৰথম ব্যক্তিগত ৰকেটটোৰ নাম কি?

উত্তৰ : বিক্ৰম - এছ

71. শেহতীয়াকৈ কোনখন ৰাজ্যত Tokhu Imong উৎসৱ আয়োজন কৰা হয়?

উত্তৰ : নাগালেণ্ড

72. শেহতীয়াকৈ কোন গৰাকী ভাৰতীয় ক্ৰিকেটাৰে T 20 ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰে?

উত্তৰ : সূৰ্যকুমাৰ যাদৱ

73. শেহতীয়াকৈ কোনখন দেশে ICC T20 বিশ্বকাপ 2022 ৰ খিতাপ দখল কৰে?

উত্তৰ : ইংলেণ্ড

74. শেহতীয়াকৈ কোনখন দেশক 2023 চনৰ G20 বৈঠক আয়োজনৰ বাবে দ্বায়িত্ব দিয়া হয়?

উত্তৰ : ভাৰত

75. শেহতীয়া তথ্য অনুসৰি বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ : 800 কোটি (8 বিলিয়ন)

76. শেহতীয়াকৈ কোনখন ৰাজ্যত Amur Falcon festival আয়োজন কৰা হয়?

উত্তৰ : মণিপুৰ

77. শেহতীয়াকৈ অসমৰ লভলীনা বৰগোহঞিয়ে Asian Boxing Championship ত কোনটো পদক লাভ কৰে?

উত্তৰ : সোণৰ পদক

78. শেহতীয়াকৈ ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত কোন হৈছে?

উত্তৰ : অৰুণ গোৱেল

79.  এইবাৰৰ ফুটবল বিশ্বকাপত কেইখন দেশে অংশ লৈছে?

উত্তৰ : 32 খন

Download Last 6 Months Current Affairs 2022 PDF from January 2022 to June 2022 - Click Here

Must visit : 

Assam Current Affairs December 2022 in English - Click Here

Assam Current Affairs January 2022 in Assamese - Click Here

Assam Current Affairs February 2022 in Assamese - Click Here

Assam Current Affairs March 2022 in Assamese - Click Here

Assam Current Affairs April 2022 in Assamese - Click Here

Assam Current Affairs May 2022 in Assamese - Click Here

Assam Current Affairs June 2022 in Assamese - Click Here

Assam Current Affairs July 2022 in Assamese - Click Here

Assam Current Affairs August 2022 in Assamese -  Click Here

Assam Current Affairs September 2022 in Assamese -  Click Here

Assam Current Affairs November 2022 in Assamese -  Click Here

For Monthly Current Affairs of Assam in English Click the below links -

Current Affairs of Assam 2021 January to June - Set 1 - Set 2

Assam Current Affairs August 2021

Assam Current Affairs September 2021

Assam Current Affairs October 2021

Assam Curremt Affairs November 2021

Assam Current Affairs December 2021

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• Mixed GK Quiz for APSC Prelims

• Assam History GK on Ahom Kingdom

Well if you like the Assam Current Affairs December 2022 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২২ do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.