Assam Govt Announced Nigam Nikai Chairman, Vice Chairman Complete List 2021

বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা ঘোষণা চৰকাৰৰ

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। বিশেষভাৱে এই প্রশ্নোত্তৰবােৰ সকলাে প্রতিযােগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। আপোনালোকে যদি আমাৰ ৱেবছাইটৰ বিভিন্ন তথ‍্যসমূহ পঢ়ি উপকৃত হৈছো বুলি ভাবে তেন্তে যিমান পাৰে সিমানেই পেজবোৰ শ্বেয়াৰ কৰক, যাতে আনসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ'ব পাৰে। লগতে তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌। 

Assam Govt Announced Guwahati Nigam Nikai Chairman, Vice Chairman Complete List 2021

নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা

বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা ঘোষণা অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ। ৰাজ্য চৰকাৰে নিগম নিকায় সমূহৰ অধ্যক্ষ পদৰ বাবে শাসকীয় দলৰ বিধায়ক তথা দলীয় নেতা সমূহৰ নাম চূড়ান্ত কৰিছে।

• GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা, গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া
• মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস
• ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী
• অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ
• অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস
• অসম বিত্তীয় নিগমৰ অধ্যক্ষ নিযুক্তি বিজয় গুপ্তাক
• ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য-সচিব পবিত্ৰ মাৰ্ঘেৰিটা
• অসম মাৰ্কেটিং নিগমৰ অধ্যক্ষ নিযুক্ত অশোক সিংঘী
• অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব সীমান্ত শেখৰক
• DNPৰ অধ্যক্ষ ৰূপম গোস্বামী, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা
• চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব ৰাজদ্বীপ গোৱালা, ASTCত মিছন ৰঞ্জন দাস
• AIDCৰ অধ্যক্ষ প্ৰশান্ত ফুকন, গৃহ নিৰ্মাণৰ অধ্যক্ষ পুলক গোহাঁই
• ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়
• হাইড্ৰ’-কাৰ্বন এনাৰ্জীৰ অধ্যক্ষৰ দায়িত্ব হিৰণ্য কোঁৱৰক
• পণ্য সামগ্ৰী নিগমৰ অধ্যক্ষৰ দায়িত্ব নিৰেণ বৈশ্যক
• খনি উন্নয়ন নিগমৰ অধ্যক্ষ ৰণগৌৰা নাৰ্জাৰী, VDPৰ উপদেষ্টা ৰঞ্জিত মজুমদাৰ
• জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব প্ৰদীপ ঠাকুৰীয়াক
• ফিছফেডৰ অধ্যক্ষৰ দায়িত্ব সুশীলা হাজৰিকাক
• অসম ক্ৰীড়া প্ৰাধীকৰণৰ উপাধ্যক্ষৰ দায়িত্ব লক্ষ্য কোঁৱৰক
• কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষৰ দায়িত্ব জিতুল সোণোৱালক
• ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব শিলাদিত্য দেৱক
• ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে নিযুক্তি হেমপ্ৰভা বৰঠাকুৰক
• সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব হবিব মহম্মদ চৌধুৰীক
• হাঁহ-কুকুৰা পালন নিগমৰ অধ্যক্ষৰ দায়িত্ব মনোজ শইকীয়াক
• বীজ নিগমৰ অধ্যক্ষ প্ৰৱীণ হাজৰিকা, বাণিজ্য উন্নয়ন সংগঠনত সুনীল ডেকা
• খাদী আৰু গ্ৰামোদ্যোগত নিযুক্তি ডাঃ কমলা কলিতাক
• আৰ্টফেডৰ অধ্যক্ষৰ দায়িত্ব নাথুৰাম বড়োক, APGCLৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ 

This article on Assam Govt Announced Nigam Nikai Chairman, Vice Chairman Complete List 2021 will be updated if there is any changes happen. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.