Assam Current Affairs September 2023 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২৩

Assam GK and Current Affairs Quiz 2023 for APSC - Current Affairs of Assam September 2023 Questions and Answers

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ছেপ্টেম্বৰ ২০২৩

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2023 for the upcoming Assam competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2023 for APSC and other Assam govt exams 2023. In this regard "AssamGKGyan" decides to provide you the most important Current Affairs of Assam September 2023 (অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ছেপ্টেম্বৰ ২০২৩) questions & answers in Assamese for the upcoming APSC/PNRD/JAA/Irrigation/DHS/Assam Police/Assam TET exams. Infact the Assam Current Affairs, GK & News 2023 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs September 2023 will be a pedestrian to crack your exam. 

Assam Current Affairs September 2023 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২৩

Current Affairs GK of Assam

Assam Current Affairs 2023 for APSC

In this article we have provided you latest Assam Current Affairs questions and answers 2023. So, read all these important Assam Current Affairs September, GK & News 2023 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2023 for Assam Competitive Exams are extremely important and should be a part of your preparation.

Monthly Current Affairs of Assam 2023

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2023. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.

Assam GK and Monthly Current Affairs Quiz for Competitive Exam

There are mainly five very important Assam GK Quiz and Monthly Current Affairs of September 2023. They are :

1. প্ৰতি বছৰে ২৩ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰূপে পালন কৰা হ'ব।

2. চন্দ্ৰযান-৩ অৱতৰণৰ দিনটো স্পেচ ডে’ পালনৰ ঘোষণা প্রধানমন্ত্ৰীৰ।

3. চন্দ্ৰযান-৩ৰ লেণ্ডাৰ অৱতৰণ কৰা স্থানক ‘শিৱশক্তি’ ৰূপে নামকৰণ ।

4. চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ অৱতৰণ কৰা স্থানক ‘ত্ৰিৰংগা’ ৰূপে জনা যাব।

5.  ISROৰ কাৰ্যালয়ত ঘোষণা প্রধানমন্ত্রী মোদীৰ।

Most Important Assam Current Affairs 2023

Most Important Assam Current Affairs 2023

কৰ্কট ৰোগ বিশেষজ্ঞ তথা শিলচৰস্থিত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নান আৰলৈ আগবঢ়োৱা হৈছে সন্মানজনক ৰমন মেগছেছে বঁটা। মেগছেছে বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।

• Download Assam Direct Recruitment Exam 2023-24 E-Book Pdf : : 

Well from the below link you can download the best guide book for Asssm Direct Recruitment Exam 2023-24 ::

Download Assam Direct Recruitment Exam 2023-24 E-Book Pdf

-CLICK HERE TO BUY-

অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ছেপ্টেম্বৰ ২০২৩

Current Affairs of Assam September 2023

Here are the GK on Assam Current Affairs September 2023 in Assamese - Current Affairs GK of Assam in Assamese for your upcoming exams. Read these most important monthly current affairs Assam GK Quiz 2023 in order to answer the questions :

1.  কোনগৰাকী ভাৰতীয়ই Raman Magsaysay বঁটা 2023 লাভ কৰে?

Ans :  ডা. ৰবি কান্নান আৰ।

2.  Miss Earth India title 2023 খিতাপ কোনে লাভ কৰে?

Ans : ৰাজস্থানৰ প্ৰিয়া সেন

3.  ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমখন AI School মুকলি কৰে?

Ans : কেৰালা

4.  What is the new name of Khelo India women's league?

Ans : Asmita Women's League

5.  শেহতীয়াকৈ কোনখন ঠাইত বহুদেশীয় যুদ্ধ অভ্যাস BRIGHT STAR 2023 আয়োজন কৰা হৈছে?

Ans : Cairo, Egypt

6.  শেহতীয়াকৈ চৰ্চাত থকা VYOMMITRA নামৰ ৰবটটো কোনে নিৰ্মাণ কৰিছে?

Ans : ISRO

7.  শেহতীয়াকৈ জিম্বাবুৱেৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?

Ans : Emmerson Mnangagwa

8.  শেহতীয়াকৈ Press Information Bureau (PIB) ৰ নতুন Director general কোন হৈছে?

Ans : মনীশ দেশাই।

9.  শেহতীয়াকৈ ছিংগাপুৰৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে?

Ans : ভাৰতীয় মূলৰ Tharman Shanmugaratnam.

10.  শেহতীয়াকৈ কোনখন ৰাজ্যত Griha Laxmi Yojana মুকলি কৰা হয়?

Ans : কৰ্ণাটক।

11.  অলপতে বিশ্ব সংস্কৃত দিৱস কেতিয়া পালন কৰা হয়?

Ans : 31 আগষ্ট।

12.  শেহতীয়াকৈ কোনখন দেশে Women's 5s হকী এছিয়া কাপৰ খিতাপ দখল কৰে?

Ans : ভাৰত।

13.  শেহতীয়াকৈ কোনখন দেশে Men's 5s হকী এছিয়া কাপৰ খিতাপ লাভ কৰে?

Ans : ভাৰত।

14.  শেহতীয়াকৈ অসম চৰকাৰে উদ্বোধন কৰা অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতুখনৰ নাম কি?

Ans : নীলাচল উৰণ সেঁতু।

15.  G20 ৰ 21 সংখ্যক স্থায়ী সদস্য হিচাপে কাক চামিল কৰা হৈছে?

Ans : আফ্ৰিকান ইউনিয়ন।

16.  শেহতীয়াকৈ কোনটো দলে 132 সংখ্যক দুৰাণ্ড কাপৰ ট্ৰফী জয় কৰে?

Ans : মোহন বাগান।

17.  শেহতীয়াকৈ কোনখন দেশে 'Moon sniper ' নামৰ চন্দ্ৰ মিছন মুকলি কৰে?

Ans : জাপান।

18.  কোনখন ঠাই ভাৰতৰ প্ৰথম solar City হিচাপে মুকলি কৰা হৈছে?

Ans : মধ্যপ্ৰদেশৰ সাঁচি।

19.  কোনখন দেশত ASEAN summit 2023 আয়োজন কৰা হৈছে?

Ans : ইন্দোনেছিয়া।

20.  কাৰ অধ্যক্ষতাত One nation, one election ব্যৱস্থাৰ কাৰণে এখন কমিটি গঠন কৰা হৈছে?

Ans : প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

21.  2023 চনৰ G20 সন্মিলনৰ মূল বিষয়বস্তু (theme) কি আছিল?

Ans : One Earth, one family, one future.

22.  অলপতে মুকলি কৰা ভাৰতৰ প্ৰথমটো AI সঞ্চালিত anti drone system টোৰ কি নাম ৰখা হৈছে?

Ans : ইন্দ্ৰজাল।

23.  2023 চনৰ G20 বৈঠক ভাৰতৰ ক'ত আয়োজন কৰা হৈছে?

Ans : নতুন দিল্লীৰ প্ৰগতি মৈদানত।

24.  2024 চনত কোনখন দেশে 19 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?

Ans : ব্ৰাজিল।

25.  2025 চনত কোনখন দেশে 20 সংখ্যক G20 সন্মিলন আয়োজন কৰিব?

Ans : দক্ষিণ আফ্ৰিকা।

26.  অলপতে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?

Ans : 8 ছেপ্টেম্বৰ।

27.  অলপতে অসমত অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?

Ans : 3 ছেপ্টেম্বৰ।

28.  অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিন উপলক্ষ্যে পালন কৰা হয়?

Ans : ভোগেশ্বৰ বৰুৱা

29. শেহতীয়াকৈ Statue of Oneness কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে?

Ans : মধ্যপ্ৰদেশ।

30. এছিয়ান গেমছ 2022 ত ভাৰতৰ ধ্বজাবাহক কোন?

Ans : হৰমনপ্ৰীত সিং আৰু লভলিনা বৰগোহাঁই।

31. ভাৰতৰ 41 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পাইছে?

Ans : পশ্চিমবঙ্গৰ শান্তিনিকেতনে।

32. ভাৰতৰ 42 সংখ্যক UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কিহে স্বীকৃতি পায়?

Ans : কৰ্ণাটকৰ হয়চলা মন্দিৰ।

33. ভাৰতীয় সংবিধানৰ 128 নং সংশোধনী বিধেয়ক কোনটো ক্ষেত্ৰৰ লগত জড়িত?

Ans : মহিলা সংৰক্ষণ বিল (Women's Reservation Bill)

34. অলপতে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা নাৰী সংৰক্ষণ বিলখনৰ আনুষ্ঠানিক নাম কি?

Ans : নাৰী শক্তি বন্দন অধিনিয়ম।

35. শেহতীয়াকৈ অনুষ্ঠিত হোৱা Diamond League ত নীৰজ চোপ্ৰাই কি পদক লাভ কৰে?

Ans : ৰূপৰ পদক 

36. শেহতীয়াকৈ প্ৰতিষ্ঠিত নৰ্মান ই বৰলাউগ বঁটা 2023 কোনে লাভ কৰে?

Ans : Dr. Swati Nayak

37. শেহতীয়াকৈ চৰ্চাত থকা WESTERN LANE নামৰ উপন্যাসখন কোনে লিখিছে?

Ans : Chetna Maroo

38. Simbex 23 যুদ্ধ অভ্যাস কোন দুখন দেশৰ মাজত আয়োজন কৰা হয়?

Ans : ভাৰত আৰু ছিংগাপুৰ।

39. কোনখন ঠাই ভাৰতৰ প্ৰথম ট্ৰেফিক লাইট মুক্ত চহৰ হৈছে?

Ans : Kota, Rajasthan

40. 2026 চনত কোনখন দেশত এছিয়ান গেমছ আয়োজন কৰা হ'ব?

Ans : জাপান

41. শেহতীয়াকৈ 53 সংখ্যক দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰে?

Ans : ৱাহিদা ৰেহমান।

42. অলপতে এম এছ স্বামীনাথনৰ মৃত্যু হয়। তেখেত কোনে আছিল?

Ans : ভাৰতত সেউজ বিপ্লৱৰ পিতৃ।

43. শেহতীয়াকৈ ঘোষনা কৰা বীৰাংগনা দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত আছে?

Ans : মধ্যপ্ৰদেশ।

44. শেহতীয়াকৈ 20 সংখ্যক ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ ক'ত আয়োজন কৰা হৈছে?

Ans : লক্ষ্ণৌ।

45. ' Ek Tareekh, Ek Ghanta, Ek Saath ' এই চাফাই অভিযানৰ মূল উদ্দেশ্য কি?

Ans : গান্ধী জয়ন্তীৰ স্মৃতিত।

46. শেহতীয়াকৈ আয়োজন কৰা প্ৰথম ভাৰত - ইণ্ডোনেছিয়া - অষ্ট্ৰেলিয়া ত্ৰিপক্ষীয় সামুদ্ৰিক অভ্যাসত ভাৰতৰ কোনখন যুদ্ধ জাহাজে ভাগ লয়?

Ans : INS Sahayadri.

47. অলপতে World leader for peace and Security award 2023 কোনে লাভ কৰে?

Ans : মাতা অমৃতানন্দময়ী দেৱী।

48. শেহতীয়াকৈ T20 ক্ৰিকেটৰ ইতিহাসত সকলোতকৈ দ্ৰুত অৰ্ধশতক (half century) কোনে অৰ্জন কৰে?

Ans : নেপালৰ দীপেন্দ্ৰ সিং এৰীয়ে।

49. শেহতীয়াকৈ PM নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ কোন ঠাইত এটা নতুন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে?

Ans : বাৰাণসী।

50. শেহতীয়াকৈ বিহাৰৰ কোন ঠাইত বিহাৰৰ দ্বিতীয়খন টাইগাৰ ৰিজাৰ্ভ স্থাপন কৰা হ'ব?

Ans : Kaimur জিলাত।

51. অলপতে ঘোষণা কৰা Global innovation index 2023 ত ভাৰতৰ স্থান কিমান?

Ans : 40

52. অলপতে World Rabies Day কেতিয়া পালন কৰা হয়?

Ans : 28 ছেপ্টেম্বৰ।

53. শেহতীয়াকৈ চৰ্চাত থকা Five Eyes Alliance ত কোন কেইখন দেশ চামিল হৈ আছে?

Ans : অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড, ইউনাইটেড কিংডম আৰু আমেৰিকা।

Assam Current Affairs September 2023 in English - Click Here

Assam Current Affairs January 2023 in Assamese - Click Here

Assam Current Affairs February 2023 in Assamese - Click Here

Assam Current Affairs August 2023 in English - Click Here

Assam Current Affairs 2022 in Assamese -  Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

National Parks in Assam 2023

Well if you like the Assam Current Affairs September 2023 in Assamese - Current Affairs GK of Assam in Assamese Language - অসমৰ সাম্প্ৰতিক পৰিক্ৰমা ২০২৩, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.