100 General Knowledge MCQ for Assam Competitive Exams - Mixed GK Quiz for APSC Prelims

Most Important General Knowledge MCQ Questions and Answers for Assam Grade III & Grade IV Exam

Hello, aspirants are you preparing for Assam Direct Recruitment 2022 or any other Assam Competitive Exams? If yes, then you must be aware of the most important General Knowledge MCQ Questions and Answers for the upcoming competitive exam preparation. Therefore every aspirants of Assam Govt Exams need to know the GK MCQ Questions and Answers for Assam Competitive Exams. In this regard "AssamGKGyan" decides to provide you the most important GK MCQ for the upcoming exams like APSC Prelims, Assam Direct Recruitment 2022 Grade III and Grade IV Exam, Assam TETDHS, Assam Police, Irrigation, PNRD, JAA exam. Infact the Assam Direct Recruitment GK Questions and Answers 2022 (Mixed GK Quiz) will be a key topic in the GK section for the upcoming exams. So the 100 General Knowledge MCQ for Assam Direct Recruitment 2022 will be a pedestrian to crack your exam. 

100 General Knowledge MCQ for Assam Competitive Exams - Mixed GK Quiz for APSC Prelims

Mixed GK Quiz

India GK Questions for Assam Public Service Commission

In this article we have provided you best 100 India GK Questions for Assam Public Service Commission. So, read all these important Assam GK for APSC Prelims 2022 for the as well as other Assam govt exams. These India GK Multiple Choice Questions and Answers on History are extremely important and should be a part of your preparation.

Best General Knowledge Questions For Assam Police Exam

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Best General Knowledge Questions of Assam. Specially the toppers of Assam Police exam recommend that candidates start their preparation with the best general knowledge questions for upcoming Assam Police Exam.

Most Important General Knowledge MCQ Questions and Answers for Grade III & Grade IV Exam

These are mainly the most important General Knowledge MCQ for ADR exam 2022. Mark this mixed India general knowledge mcq questions for Grade III & Grade IV Exam :

• Download Assam Direct Recruitment Exam 2023-24 E-Book Pdf : :

Well from the below link you can download the best guide book for Asssm Direct Recruitment Exam 2023-24 ::

Download Assam Direct Recruitment Exam 2023-24 E-Book Pdf

-CLICK HERE TO BUY-

• Assam GK E-Book for Assam Direct Recruitment 2022 - Click Here

100 General Knowledge MCQ for Assam Competitive Exams | GK of India for ADR Exam 2022

Here are the 100 most important general knowledge MCQ Questions and Answers for Assam Competitive Exams. Also check all these important GK of India MCQ for ADR Exam 2022 in order to answer the questions : 

1. সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ' ৰং মিলিৰ হাঁহি ' উপন্যাসখনৰ ৰচক কোন?

ক) ৰংবং তেৰাঙ

খ) ৰবিন্সন 

গ) দীননাথ শৰ্মা

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : ক) ৰংবং তেৰাঙ

2. 'সোনৰ খাৰু নালাগে মোক' নামৰ উপন্যাসৰ লেখক কোন ?

ক) ধীৰেন বৰুৱা 

খ) মহেশ্বৰ নেওগ

গ) লক্ষ্মীনাথ বেজবৰুৱা

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : ক) ধীৰেন বৰুৱা

3. কোন জন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?

ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ

খ) স্বৰ্গদেউ প্ৰমত্ত সিংহ

গ) স্বৰ্গদেউ গদাধৰ সিংহ

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ

4. বৰগীত সমূহক "Holy song" বুলি কোনে আখ্যা দিছিল? 

ক) দেৱেন্দ্ৰনাথ বেজবৰুৱা দেৱে

খ) ড° বাণীকান্ত কাকতি দেৱে

গ) কালিৰাম মেধিয়ে

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : গ) কালিৰাম মেধিয়ে

5. কোনখন গ্ৰন্থক ইন্টাৰনেটত প্ৰকাশ পোৱা প্ৰথম খন অসমীয়া গ্ৰন্থ হিচাপে জনা যায়?

ক) হীৰেন ভট্টাচাৰ্যৰ ' সুগন্ধি পখিলা'

খ) ড: যতীন মিপুনৰ 'মিকচিজিলি'

গ) বিপুলজ‍্যোতি শইকীয়াৰ 'মহাকাব‍্যৰ প্ৰথম পাত'

ঘ) হীৰেন ভট্টাচাৰ্যৰ 'জোনাকী মন আৰু অনুষংগ'

উত্তৰ : খ) ড: যতীন মিপুনৰ 'মিকচিজিলি'

6. দৌৰবিদ হীমা দাসক কি নামেৰে জনা যায়?

ক) দৌৰ এক্সপ্ৰেস

খ) এচিয়ান এক্সপ্ৰেস

গ) নগাঁও এক্সপ্ৰেস

ঘ) ধিং এক্সপ্ৰেস

উত্তৰ : ঘ) ধিং এক্সপ্ৰেস

7. ৰক্ত কৰবী নাটৰ ৰচক/ৰচয়িতা?

ক) গুৰু ৰাম দাস

খ) অমৃতা প্ৰীতম

গ) মামণি ৰয়ছম গোস্বামী

ঘ) ৰবীন্দ্রনাথ ঠাকুৰ

উত্তৰ : ঘ) ৰবীন্দ্রনাথ ঠাকুৰ

8.  কটন কলেজ কোন‌ চনত স্থাপন কৰা হৈছিল ?

ক) ১৯৪৭

খ) ১৯০১

গ) ১৯৪৮

ঘ) ১৯৮০

উত্তৰ : খ) ১৯০১

9. কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

ক) ১৯৫১ চন

খ) ১৯৬১ চন

গ) ১৯৬২ চন

ঘ) ১৯৭১ চন

উত্তৰ : খ) ১৯৬১ চনত

10. কোনে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ?

ক) ঘটকাসুৰ

খ) বানাসুৰ

গ) ভগদত্ত

ঘ) নৰকাসুৰ

উত্তৰ : ঘ) নৰকাসুৰ

11. কোন চনত অসমত লোকপিয়ল হোৱা নাছিল?

ক) ১৯৫১

খ) ১৯৬১

গ) ১৯৭১

ঘ) ১৯৮১

উত্তৰ : ঘ) ১৯৮১

12.  তলত উল্লেখ কৰা সকলৰ ভিতৰত ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?

(ক) ৰাম সৰস্বতী

(খ) মাধৱ কন্দলী

(গ) অনন্ত কন্দলি

(ঘ) শংকৰদেৱ

উত্তৰ : (খ) মাধৱ কন্দলী

13. অসমক কিমান চনত বঙ্গৰ পৰা পৃথক কৰা হয়? 

ক) 1833

খ) 1858

গ) 1868

ঘ) 1874

উত্তৰ : ঘ) 1874

14. 'নমামি  ব্ৰহ্মপুত্ৰ' উৎসৱ প্ৰথম বাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল ?

ক) মাৰ্চ ২০১৭ চন

খ) এপ্ৰিল ২০১৭ চন

গ) জুন ২০১৭ চন

ঘ) অক্টোবৰ ২০১৭ চন

উত্তৰ : খ) এপ্ৰিল ২০১৭ চন

15. ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়?

ক) মৌৰ্য যুগ

খ) মধ্য যুগ

গ) গুপ্ত যুগ

ঘ) আধুনিক যুগ

উত্তৰ : গ) গুপ্ত যুগ

16. অসমৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী জনৰ নাম কি ?

ক) হিতেশ্বৰ শইকীয়া

খ) প্ৰফুল্ল কুমাৰ মহন্ত

গ) সৰ্বানন্দ সোণোৱাল

ঘ) আনোৱাৰা টাইমূৰ

উত্তৰ : খ) প্ৰফুল্ল কুমাৰ মহন্ত

17. তলৰ কোনখন দেশ "দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংস্থা"(SAARC) ৰ সদস্য নহয়?

ক) ভাৰত

খ) বাংলাদেশ

গ) চীন

ঘ) নেপাল

উত্তৰ : গ) চীন

18. অসমৰ প্রথম ভ্রাম্যমাণ থিয়েটাৰ কোনখন?

ক) আৱাহন

খ) কহিনুৰ

গ) নটৰাজ

ঘ) হেঙুল

উত্তৰ : গ) নটৰাজ

19. কাৰ্বি জনজাতি মহিলা সকলৰ নিজা সাজ-পোছাকৰ নাম হʼল-

ক) ৰিফান কান্দুং

ক) মেখেলা চাদৰ

গ) পিনিকামফ্লাক জাৰেক

ঘ) এগে:গাছৰ

উত্তৰ : গ) পিনিকামফ্লাক জাৰেক

20. পলি'অ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল?

ক) Earnest Rutherford

খ) Jonas E. Salk

গ) Richard Tailor

ঘ) Karl Janski

উত্তৰ : খ) Jonas E. Salk

21. Devdas পুথিখনৰ লেখক কোন ?

ক) Sarat Chandra Chattopadhyay

খ) Bankim Chandra Chattopadhyay

গ) Mulk Raj Anand

ঘ) None of these

উত্তৰ : ক) Sarat Chandra Chattopadhyay

22. ভাৰতৰ বাহিৰত প্ৰথমে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ হৈছিল?

ক) চীন

খ) কম্বোডিয়া

(গ) থাইলেণ্ড

ঘ) চিলন

উত্তৰ : ঘ) চিলন

23.  "Wide angle" Books ৰ লেখক কোন?

ক) অনিল কুম্বলে

খ) সুনীল গাভাস্কৰ

গ) কপিল দেৱ

ঘ) শ্বেন ৱাৰ্ণ

উত্তৰ : ক) অনিল কুম্বলে

24. পৰ্টুগীজৰ ৰাজকন্যা কেথৰিনক বিয়া কৰোৱাৰ সূত্ৰে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে তলৰ কোনখন চহৰ যৌতুক হিচাপে পাইছিল - 

ক) বোম্বাই (মুম্বাই ) 

খ) দিল্লী

গ) গোৱা

ঘ)কলকাতা

উত্তৰ : ক) বোম্বাই (মুম্বাই)

25. চুতীয়া ৰাজ্যৰ কোনজন ৰজাই আত্মহত্যা কৰিছিল--

ক) বীৰপাল

খ) ৰতনপাল

গ) বিঞ্চুপাল

ঘ) নীতিপাল

উত্তৰ : ঘ) নীতিপাল

26. হৰ্ষ চৰিত কোনে লিখিছিল?

ক) কালি দাস 

খ) বিষ্ণু গুপ্ত

গ) বান ভট্ট

ঘ) পৰিমল গুপ্ত

উত্তৰ : গ) বান ভট্ট

27. GST আৰম্ভ কৰা প্ৰথম দেশ কোনখন ? 

ক) ফ্ৰান্স

খ) কানাডা

গ) ইটালী

ঘ) আমেৰিকা

উত্তৰ : ক) ফ্ৰান্স

28. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

ক) পদ্মনাথ গোহাঞি বৰুৱা

খ) চন্দ্ৰকুমাৰ আগৰৱালা

গ) শিৱৰাম শৰ্মা বৰদলৈ 

ঘ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ : গ) শিৱৰাম শৰ্মা বৰদলৈ

29. 2022 চনত ভাৰতৰ ‘মুখ্য সচিবৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন’ৰ অধ্যক্ষ কোনে কৰিছিল?

ক) নিৰ্মলা সীতাৰমণ

খ) নৰেন্দ্ৰ মোদী

গ) ৰামনাথ কোবিন্দ

ঘ) ৰাজনাথ সিং

উত্তৰ : খ) নৰেন্দ্ৰ মোদী

30. কাৰ নেতৃত্বত ব্ৰহ্ম সংহতিৰ জন্ম হৈছিল?

ক) শংকৰদেৱ

খ) মাধৱদেৱ

গ) দামােদৰদেৱ

ঘ) পীতাম্বৰদেৱ

উত্তৰ : গ) দামােদৰদেৱ

31. ৰিজাৰ্ভ বেংকৰ প্রথম অসমৰ সঞ্চালক কোন আছিল? 

ক) ডঃ কমলা বৰুৱা

খ) গণেশ ফুকন

গ) দীপাংকৰ ভট্টাচার্য

ঘ) যতীন্দ্র লহকৰ

উত্তৰ : খ) গণেশ ফুকন

32. ৰাছিয়াই কোনখন দেশক অতিক্ৰম কৰি ভাৰতৰ দ্বিতীয় বৃহত্তম তেল যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে?

ক) কাটাৰ

খ) ইৰাণ

গ) চৌদি আৰব

ঘ) ইউক্ৰেইন

উত্তৰ : গ) চৌদি আৰব

33. বিশ্বনাথ নগৰ কোনে প্রতিষ্ঠা কৰিছিল?

ক) আৰিমত্তৰ মন্ত্রী সমুদ্রই

খ) আৰিমত্ত ৰজাই

গ) নৰনাৰায়ণ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : ক) আৰিমত্তৰ মন্ত্রী সমুদ্রই

34. প্ৰথম ভাৰত-ইউৰোপীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা পৰামৰ্শ কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিল?

ক) ব্ৰাছেলছ, বেলজিয়াম

খ) এথেন্স, গ্ৰীচ

গ) কুৱালালামপুৰ, মালয়েছিয়া

ঘ) জুৰিখ, চুইজাৰলেণ্ড

উত্তৰ : ক) ব্ৰাছেলছ, বেলজিয়াম

35. ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত ব্যৱহাৰ হ’বলগীয়া ‘ৱে ফাইণ্ডিং এপ্লিকেচন’ৰ প্ৰস্তাৱ কোনখন দেশে অনুমোদন কৰিছে?

ক) ইউ এ ই

খ) ভাৰত

গ) আমেৰিকা যুক্তৰাষ্ট্ৰ

ঘ) ৰাছিয়া

উত্তৰ : গ) আমেৰিকা যুক্তৰাষ্ট্ৰ

36. ভাৰতত কিমান চনত জৈৱ - বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল ?

ক) ২০০১ চনত

খ) ২০০২ চনত

গ) ২০০৩ চনত

ঘ) ২০০৪ চনত

উত্তৰ : খ) ২০০২ চনত

37. কোন মন্ত্ৰালয় / প্ৰতিষ্ঠানৰ এখন চহৰৰ নাম সলনি কৰাৰ ক্ষমতা থাকে -

ক) সংস্কৃতি মন্ত্ৰালয়

খ) গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

গ) গৃহ পৰিক্ৰমা মন্ত্ৰালয়

ঘ) সংসদ

উত্তৰ : ঘ) সংসদ

38. গেৰুবা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে?

ক) ৰাভা

খ) বড়ো

গ) হাজং

ঘ) ডিমাছা

উত্তৰ : ঘ) ডিমাছা

39. নিয়ন্ত্ৰিত পদ্ধতিৰে পাৰমাণৱিক বিক্ৰিয়াটো সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰক বোলা হয় -

ক) পাৰমাণৱিক ৰিয়েক্টৰ

খ) প্ৰজননকাৰী ৰিয়েক্টৰ

গ) তাপপাৰমাণৱিক সংযোজন

ঘ) চাইক্ল’ট্ৰন

উত্তৰ : ক) পাৰমাণৱিক ৰিয়েক্টৰ

40. সৰকাৰীয়া আয়োগ তলৰ কোনটোৰ লগত জড়িত?

ক) কেন্দ্ৰ আৰু ৰাজ্যিক সম্পৰ্ক

খ) বেংকিং আৰু বিত্তীয় খণ্ড

গ) নিৰ্বাচন সংস্কাৰ

ঘ) ভাৰতত প্ৰেছ স্বাধীনতা

উত্তৰ : ক) কেন্দ্ৰ আৰু ৰাজ্যিক সম্পৰ্ক

41. বিমষ্টেক প্ৰযুক্তি হস্তান্তৰ কেন্দ্ৰৰ স্থান কোনটো?

ক) নতুন দিল্লী

খ) জাকাৰ্টা

গ) কলম্বো

ঘ) ঢাকা

উত্তৰ :

42. ভাৰতনাট্যম নৃত্য কোনখন ৰাজ্য ৰ লগত জড়িত?

ক) কেৰেলা

খ) মণিপুৰ

গ) তামিলনাডু

ঘ) উত্তৰ প্ৰদেশ

উত্তৰ : গ) তামিলনাডু

43. ভাৰতৰ কোন খন ৰাজ্যৰ জন সংখ্যা আটাইতকৈ কম?

ক) গোৱা

খ) চিকিম

গ) মিজোৰাম

ঘ) এটাও নহয়

উত্তৰ : ক) গোৱা

44. কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ সূচনা কৰিব পাৰি তলৰ কোনটোত ?

ক) কেৱল লোকসভা

খ) কেৱল ৰাজ্যসভা

গ) হয় লোকসভা বা ৰাজ্যসভা

ঘ) কেৱল ৰাষ্ট্ৰপতিৰ পূৰ্ব সন্মতি সাপেক্ষে লোকসভা

উত্তৰ :

45. ২০২২ চনৰ ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টনত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে?

ক) ভিক্টৰ এক্সেলচেন

খ) ডমিনিক থিম

গ) এণ্টনচেনৰ অধীনত

ঘ) আলেকজেণ্ডাৰ ঝ্ভেৰভ

উত্তৰ : ক) ভিক্টৰ এক্সেলচেন

46. নতুনকৈ গঠিত ‘I2U2 Grouping’ ৰ সদস্য কোন কোন দেশ?

ক) ভাৰত, ইজৰাইল, আমেৰিকা আৰু ইউ এ ই

খ) ভাৰত, ইৰাক, আমেৰিকা আৰু ইউ এ ই

গ) ভাৰত, ইজৰাইল, আমেৰিকা আৰু ব্ৰিটেইন

ঘ) ভাৰত, ইৰাক, আমেৰিকা আৰু ব্ৰিটেইন

উত্তৰ : ক) ভাৰত, ইজৰাইল, আমেৰিকা আৰু ইউ এ ই

47. চিপকো আন্দোলন(Chipko Movement) কোন ৰাজ্যত হৈছিল?

ক) গুজৰাট

খ) উৰিষ্যা

গ) হিমাচল প্ৰদেশ

ঘ) উত্তৰ প্ৰদেশ

উত্তৰ : ঘ) উত্তৰ প্ৰদেশ

48. "পিতা পুত্র" নামৰ গ্ৰন্থখনৰ লেখক কোন? 

ক) লীনা শৰ্মা

খ) ডঃহীৰেন গোহাঁই

গ) হোমেন বৰগোহাঞি

ঘ) সত্যনাথ বৰা

উত্তৰ : গ) হোমেন বৰগোহাঞি

49. অসমৰ ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি ?

ক) 3

খ) 4

গ) 2

ঘ) 5

উত্তৰ : খ) 4

50. মণিৰাম দেৱানৰ লগত কোনজন সহযোগীক ফাঁচি দিয়া হৈছিল-

ক) কুশল কোঁৱৰ

খ) গোমধৰ কোঁৱৰ

গ) পিয়লি ফুকন

ঘ) পিয়লি বৰুৱা

উত্তৰ : ঘ) পিয়লি বৰুৱা

51. ৰাষ্ট্ৰসংঘৰ  মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

ক) 1945

খ) 1946

গ) 1948

ঘ) 1950

উত্তৰ : ঘ) 1950

52. প্রাচীন কামৰূপৰ বৰ্মণ বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল?

ক) পুষ্যবর্মণ

খ) ভূতি বর্মণ

গ) ভাস্কৰ বর্মণ

ঘ) কুমাৰ বৰ্মণ

উত্তৰ : ক) পুষ্যবর্মণ

53. বর্মণ বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ নামত অসমত ক’ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে?

ক) নলবাৰী

খ) কামৰূপে

গ) ধুবুৰী

ঘ) তেজপুৰ

উত্তৰ : ক) নলবাৰী

54. শুদ্ধ ঐতিহাসিক ক্ৰমটো হ'ল ---

ক) বর্মণ বংশ-ম্লেছ বংশ-পাল বংশ

খ) পাল বংশ-ম্লেছ বংশ-বর্মণ বংশ

গ) বর্মণ বংশ-পাল বংশ-শ্লেছ বংশ

ঘ) ওপৰৰ এটাও নহয়।

উত্তৰ : ক) বর্মণ বংশ-ম্লেছ বংশ-পাল বংশ

55. পুৰণি অসমত ম্লেছবংশৰ প্ৰতিষ্ঠাপক ৰজা হ'ল --

ক) শালস্তম্ভ 

খ) নৰকাসুৰ

গ) মল্লদেৱ 

ঘ) মহামানিক্য

উত্তৰ : ক) শালস্তম্ভ

56. প্রাচীন অসমৰ বৰ্মণ বংশই ৰাজত্ব কৰিছিল --

ক) 350 AD - 650 AD

খ) 150 AD - 650 AD

গ) 650 AD - 1228 AD

ঘ) 700 AD - 1200 AD

উত্তৰ : গ) 650 AD - 1228 AD

57. বর্মণ বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাজ্যৰ লগত কুটনৈতিক সম্পর্ক আছিল—

ক) চীন

খ) জাপান

গ) নেপাল 

ঘ) ভূটান

উত্তৰ : ক) চীন

58. আহোমৰ কোনজন ৰজাই দীৰ্ঘদিন ধৰি ৰাজত্ব কৰিছিল?

ক) চুখামফা

খ) চুহুংমুং

গ) চুক্লেংমুঙ

ঘ) চক্ৰধ্বজ সিংহ

উত্তৰ : ক) চুখামফা

59. স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ-

ক) ডা: বেজবৰুৱা (১৯৬৯)

খ) ইটো সিটো বহুতো (১৯৬৩)

গ) হালধীয়া চৰাইয়ে বাও ধান খাই (১৯৮৭)

ঘ) জয়মতী (১৯৩৫)

উত্তৰ : গ) হালধীয়া চৰাইয়ে বাও ধান খাই (১৯৮৭)

60. চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী আছিল

ক। সতী জয়মতী

খ। সতী সাধনী

গ। মূলা গাভৰু

ঘ। সতী বেউলা

উত্তৰ : খ। সতী সাধনী

61. অসমত পৌৰ সভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান?

ক) 20 জন 

খ) 30 জন 

গ) 35 জন 

ঘ) 60 জন

উত্তৰ : ঘ) 60 জন

63. আহোমৰ তৃতীয় ৰাজধানী কি ?

ক) গড়গাওঁ

খ) তেজপুৰ

গ) শিৱসাগৰ

ঘ) যোৰহাট

উত্তৰ : ক) গড়গাওঁ

64. পাল বংশৰ শেষৰ ৰজা জনৰ নাম কি ?

ক) বলবৰ্মন

খ) চক্ৰ

গ) ত্যাগ সিংহ

ঘ) জয় পাল

উত্তৰ : ঘ) জয় পাল

65. শৰাইঘাট দলং প্রতিষ্ঠিত হৈছিল ?

ক) ১৯৬৩ চনৰ এপ্রিলত

খ) ১৯৬৩ চনৰ মাৰ্চত

গ) ১৯৬৩ চনৰ মে’ত

ঘ) ১৯৬৩ চনৰ ৭ জুনত

উত্তৰ : ঘ) ১৯৬৩ চনৰ ৭ জুনত

66. ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্রথমজন অসমীয়া কোন আছিল?

ক) মণিৰাম দেৱান

খ) গোমধৰ কোঁৱৰ

গ) পিয়লি ফুকন

ঘ) কুশল কোঁৱৰ

উত্তৰ : খ) গোমধৰ কোঁৱৰ

67. ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰ সিংহক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল?

ক) যোৰহাট

খ) গুৱাহাটী

গ) তেজপুৰ

ঘ) শদিয়া

উত্তৰ : খ) গুৱাহাটী

68. কিমান চনত ইংলেণ্ডৰ পার্লিয়ামেন্টে ইংলেণ্ডৰ সকলো লোককে ভাৰতত বেপাৰ কৰিবলৈ এখন চনদ জাৰি কৰিছিল?

ক) ১৬৯৮ খ্ৰীষ্টাব্দত

খ) ১৭৫৪ খ্ৰীষ্টাব্দত

গ) ১৮৫২ খ্ৰীষ্টাব্দত

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

69. কোন জন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?

ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ

খ) স্বৰ্গদেউ প্ৰমত্ত সিংহ

গ) স্বৰ্গদেউ গদাধৰ সিংহ

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ

70. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ (Freshwater lake) কোনটো ?

ক) ছুপিৰিয়ৰ 

খ) চিল্কা

গ) বৈকাল

ঘ) ভিক্টোৰিয়া 

উত্তৰ : গ) বৈকাল

71. “অলকানন্দা” কাব্য গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

ক) চৈয়দ আব্দুল মালিক

খ) নলিনীবালা ‌দেৱী

গ) ভবেন্দ্ৰনাথ শইকীয়া

ঘ) হেম বৰুৱা

উত্তৰ : খ) নলিনীবালা ‌দেৱী

72. অগ্নিৰ ডেউকা গ্ৰন্থৰ ৰচক?

ক) জৱাহৰলাল নেহেৰু

খ) মাহাত্মা গান্ধী

গ) এ পি জি আব্দুল কালাম

ঘ) ৰঘুনাথ চৌধৰী

উত্তৰ : গ) এ পি জি আব্দুল কালাম

73. কাৰ নেতৃত্বত ব্ৰহ্ম সংহতিৰ জন্ম হৈছিল?

ক) শংকৰদেৱ

খ) মাধৱদেৱ

গ) দামােদৰদেৱ

ঘ) পীতাম্বৰদেৱ

উত্তৰ : গ) দামােদৰদেৱ

74. বিশ্বনাথ নগৰ কোনে প্রতিষ্ঠা কৰিছিল?

ক) আৰিমত্তৰ মন্ত্রী সমুদ্রই

খ) আৰিমত্ত ৰজাই

গ) নৰনাৰায়ণ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : ক) আৰিমত্তৰ মন্ত্রী সমুদ্রই

75. জ্যোতি চিত্রবন কেতিয়া স্থাপিত হয়?

ক) ১৯৬৫ চনত

খ) ১৯৬৮ চনত

গ) ১৯৭০ চনত

ঘ) ১৯৭৫ চনত

উত্তৰ : ঘ) ১৯৬৮ চনত

76. অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক Rhino land নামেৰে জনা যায়?

ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

খ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান

ঘ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ : ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

77. অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে?

ক) ৫ খন

খ) ৬ খন

গ) ৭ খন

ঘ) ৮ খন

উত্তৰ : গ) ৭ খন

78. অসমত মুঠ কিমানখন অভয়াৰণ্য আছে?

ক) ১২ খন

খ) ১৮ খন

গ) ২০ খন

ঘ) ২১ খন

উত্তৰ : খ) ১৮ খন

79. অসমৰ আটাইতকৈ ক্ষুদ্রতম জিলা কোনখন?

ক) নলবাৰী

খ) হাইলাকান্দি

গ) যোৰহাট

ঘ) দক্ষিণ শালমাৰা

উত্তৰ : ঘ) দক্ষিণ শালমাৰা

80. ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?

ক) ৭২৫ কিলোমিটাৰ

খ) ৭৩৯ কিলোমিটাৰ

গ) ৭৯০ কিলোমিটাৰ

ঘ) ৭৮০ কিলোমিটাৰ

উত্তৰ : ক) ৭২৫ কিলোমিটাৰ

81. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

ক) ১৯৭৯ চনৰ ২৫ আগষ্টত

খ) ১৯৮৯ চনৰ ২০ আগষ্টত

গ) ১৯৯০ চনৰ ১২ আগষ্টত

ঘ) ১৯৮৫ চনৰ ১৫ আগষ্টত

উত্তৰ : ঘ) ১৯৮৫ চনৰ ১৫ আগষ্টত

82. অসমৰ প্রথমগৰাকী ৰাজ্যপালৰ নাম কি?

ক) হেনৰী যােছেফ টুইনাম

খ) ৰবার্ট নীল বেইড

গ) এনড্রিউ গৌৰলে ক্ল'

ঘ) হেনৰী ফলি নাইট

উত্তৰ : খ) ৰবার্ট নীল বেইড

83. কাৰ্বি ভাষাৰ প্রথমখন ছবিৰ নাম কি?

ক) কাৰদম

খ) জিৰছং

গ) ৰংমিলিৰ হাঁহি

ঘ) লংছলিয়েটৰ

উত্তৰ : খ) জিৰছং

84. হেম বৰুৱা কোন যুগৰ কবি?

ক) আধুনিক যুগৰ

খ) বৈষ্ণৱ যুগৰ

গ) প্ৰাক-বৈষ্ণৱ যুগৰ

ঘ) ৰম্যনাসিক যুগৰ

উত্তৰ : ক) আধুনিক যুগৰ

85. সােণাই-ৰূপাই অভয়াৰণ্যখন ক’ত অৱস্থিত ?

ক) লখিমপুৰ জিলাত

খ) শােণিতপুৰ জিলাত

গ) দৰং জিলাত

ঘ) শিৱসাগৰ জিলাত

উত্তৰ : খ) শােণিতপুৰ জিলাত

86. শৰাইঘাট দলং প্রতিষ্ঠিত হৈছিল  ?

ক) ১৯৬৩ চনৰ এপ্রিলত

খ) ১৯৬৩ চনৰ মাৰ্চত

গ) ১৯৬৩ চনৰ মে’ত

ঘ) ১৯৬৩ চনৰ জুনত

উত্তৰ : ঘ) ১৯৬৩ চনৰ জুনত

87. সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনীয়াৰ?

ক) মণিৰাম ডেকা

খ) পংকজ সোণোৱাল

গ) বলিনাৰাণ বৰা

ঘ) কমল হাজৰিকা

উত্তৰ : গ) বলিনাৰাণ বৰা

88. অসমৰ সৰ্বপ্ৰথম অসমীয়া ডি. লিট?

ক) সুগম কোঁৱৰ

খ) লতিকা গোস্বামী

গ) মিত্ৰ আগৰৱালা

ঘ) সূর্য কুমাৰ ভূঞা

উত্তৰ : ঘ) সূর্য কুমাৰ ভূঞা

89. অসমত কেতিয়া পঞ্চায়তি ৰাজ আৰম্ভ হয় ?

ক) ১৯৯৬

খ) ১৮৯৬

গ) ১৯৮৭

ঘ) ১৯৫০

উত্তৰ : ক) ১৯৯৬

90. প্রথম অসমীয়া শিশু চলচ্চিত্রখনৰ নাম কি?

(a) অবুজ বেদনা

(b) জীৱন সুৰভি

(c) পূবেৰণ

(d) চিকমিক বিজুলী

উত্তৰ : (a) অবুজ বেদনা

91. প্ৰথম APBN ৰ মুখ্য কাৰ্যালয় ক'ত আছিল?

ক) খানাপাৰা

খ) মিৰ্জা

গ) নগাঁৱ

ঘ) শিৱসাগৰ

উত্তৰ : ঘ) শিৱসাগৰ

92. অসমৰ মুঠ জিলা কেইখন ২০২২?

ক) ৩২ খন

খ) ৩৪ খন

গ) ৩৫ খন

ঘ) ৩৬ খন

উত্তৰ : গ) ৩৫ খন

93. কোনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আৰু পৰিকল্পনা কৰিছিল?

ক) বি.চি. গাংগুলী

খ) জৱাহৰলাল নেহৰু

গ) এ. জে সিং 

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : ক) বি.চি. গাংগুলী

94. অসমত টেলিগ্ৰাফৰ কেতিয়া প্ৰৱৰ্তন হৈছিল ?

ক) ১৮৫৬

খ) ১৮৬৫

গ) ১৮৭০

ঘ) ১৮৯৯

উত্তৰ : ক) ১৮৫৬

95. ৰাষ্ট্ৰসংঘৰ  মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

ক) 1945

খ) 1946

গ) 1948

ঘ) 1950

Ans : খ) 1946

96. ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল?

ক) ড° ভীম ৰাও আম্বেদকাৰ

খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ

গ) ইন্দিৰা গান্ধী

ঘ) পণ্ডিত জৱাহৰলাল নেহৰু

Ans : ঘ) পণ্ডিত জৱাহৰলাল নেহৰু

97. ৰমণী গাভৰু" নিম্নলিখিত কোনজন আহোম স্বৰ্গদেউৰ কন্যা আছিল?

ক) ৰুদ্ৰ সিংহৰ

খ) জয়ধ্বজ সিংহৰ

গ) চক্ৰধ্বজ সিংহৰ

ঘ) গদাধৰ সিংহৰ

Ans : খ) জয়ধ্বজ সিংহৰ

98. কিমান চনত "সোণাই-ৰূপাই অভয়াৰণ্য"ক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল?

ক) ১৯৯৮ চনত

খ) ১৯৯৬ চনত

গ) ১৯৯৪ চনত

ঘ) ১৯৯২ চনত

Ans : ক) ১৯৯৮ চনত

99. দালাল ষ্ট্ৰীট ক’ত অৱস্থিত?

ক) মুম্বাই

খ) পেৰিছ

গ) নতুন দিল্লী

ঘ) এইবোৰৰ কোনোটোৱেই নহয়

Ans : ক) মুম্বাই

100. ফাতিয়াহ-ই-ইব্ৰিয়াহ কোনে লিখিছিল?

ক) আলবেৰুনি

খ) মিৰ জুমলা

গ) আজান ফকিৰ

ঘ) শ্বিহাবুদ্দিন তাল্লিছ

Ans : ঘ) শ্বিহাবুদ্দিন তাল্লিছ

Assam GK Questions and Answers Set 8

Assam GK Questions and Answers Set 9

Assam GK Questions and Answers Set 10

Assam GK Questions and Answers Set 11

India GK Questions and Answers 2022 (India GK Quiz)

We hope that the given India GK MCQ for upcoming exams is very helpful and useful at the time of preparation. To get more GK MCQ Questions & Answers on India, visit our site www.assamgkgyan.com

• Must visit : Assam Current Affairs 2022 in Assamese

• Must visit : Districts of Assam, their Headquarters and Sub-Divisions

APSC, Assam Direct Recruitment 2022 Grade III and Grade IV Exam, DHS, Assam Police is considered as one of the toughest exams in Assam and is conducted with tight security. So to grab a job it's always all about how well you have read & how much revisions you have done. Thank you. Best of Luck. 

Now Assam GK Gyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

 Assam History GK

Indian History GK

Well if you like this article on 100 General Knowledge MCQ for Assam Competitive Exams - Mixed GK Quiz for APSC Prelims, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.