Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2022 Exam | Indian History MCQ in Assamese

India GK for DHS exam 2022 | Ancient Indian History MCQ Quiz for Grade III & Grade IV Exam Set 1

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important India GK MCQ & Indian History GK in Assamese for the upcoming competitive exam preparation. Therefore every aspirants need to know the Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2022 Exam. In this regard "AssamGKGyan" decides to provide you the most important Indian History MCQ in Assamese for the upcoming exams like Assam Direct Recruitment 2022 Grade III and Grade IV Exam, DHS, Assam Police, Irrigation, PNRD, JAA exam. Infact the Indian History Questions and Answers 2022 (India GK Quiz) will be a key topic in the India GK section for the upcoming exams. So the Ancient Indian History MCQ Quiz for Grade III & Grade IV Exam will be a pedestrian to crack your exam. 

Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2022 Exam | Indian History MCQ in Assamese

ভাৰত বুৰঞ্জী MCQ Quiz

India GK Questions for Assam Public Service Commission

In this article we have also provided India GK Questions for Assam Public Service Commission. So, read all these important India GK for APSC Prelims 2022 for the as well as other Assam govt exams. These GK Multiple Choice Questions and Answers On Indian History are extremely important and should be a part of your preparation.

Best Indian History Questions For Assam Police Exam

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Best General Knowledge Questions of Indian History. Specially the toppers of Assam Police exam recommend that candidates start their preparation with the best Indian History general knowledge questions for upcoming Assam Police Exam.

India GK for DHS exam 2022 | Ancient Indian History MCQ Quiz for Grade III & Grade IV Exam

There are mainly five very important India GK on Indian History GK for DHS exam 2022. Mark this History general knowledge mcq questions on India for Grade III & Grade IV Exam :

1. কাক ‘ভাৰতৰ নেপোলিয়ন’ বুলি কোৱা হৈছিল?

উত্তৰ : সমুদ্ৰগুপ্তক

2. দক্ষিণ ভাৰতৰ কোনখন ৰাজ্য আকবৰে প্ৰথমে আক্ৰমণ কৰিছিল?

উত্তৰ : আহমেদ নগৰ

3. বিম্বিচাৰা আৰু অজাত শত্ৰু কোন ৰাজবংশৰ আছিল?

উত্তৰ : হৰিয়ংক ৰাজবংশ

4. সম্রাট আকবৰৰ নৱৰত্ন সভাৰ পণ্ডিতসকলৰ নাম কি কি আছিল ? 

উত্তৰ : ১। টোডমল, ২। আবুল ফজল, ৩। ফৈজী, ৪। বীৰবল, ৫। মানসিংহ, ১। তানসেন, ৭। হাকিম হুচেন, ৮। মােল্লা দুপায়েজা আৰু ৯। মির্জা আব্দুৰ ৰহিম

5. ভাৰতৰ কোন হিন্দু ৰজাই ইউৰােপৰ গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল? 

উত্তৰ : মগধৰ ৰজা চন্দ্রগুপ্তই, গ্ৰীকৰাজ চেলুকচৰ কন্যা হেলেনক বিয়া কৰাইছিল। 

• Download Last 6 Months Current Affairs 2022 PDF from January 2022 to June 2022 - Click Here

• Must visit : Assam Grade III & Grade IV Exam Syllabus 2022

• Must visit : DHS Assam Previous Years Question Paper Download

• Must Read : Indus Valley Civilization MCQ for UPSC

Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2022 Exam | Indian History MCQ in Assamese

Here are the 30 most important best Indian History MCQ Questions and Answers for Assam Direct Recruitment 2022 Exam. Also check all these important Indian History MCQ in Assamese for DHS, Assam Police Exam in order to answer the questions : 

1. তলৰ কোনবিধ দাণ্ডি যাত্ৰাৰ লগত জড়িত?

(ক) পানী

(খ) নিমখ

(গ) চেনি

(ঘ) গাখীৰ

Ans: (খ) নিমখ

2.ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?

(ক) ৰাণী লক্ষ্মীবাই

(খ) ৰেজিয়া চুলতানা

(গ) জীজা বাঈ

(ঘ) ছান্দবিবি

Ans:(খ) ৰেজিয়া চুলতানা

3.‘চিপাহী বিদ্ৰোহ’ৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তি গৰাকী কোন?

ক) ভগৎ সিং

(খ) মঙ্গল পাণ্ডে

(গ) ক্ষুদিৰাম বসু

(ঘ) সুখৰাম

Ans:(খ) মঙ্গল পাণ্ডে

4. কনিষ্ক_____বংশৰ এজন শ্রেষ্ঠ ৰজা আছিল।

(ক) চোলা

(খ) চালুক্য

(গ) কুশান

(ঘ) পল্লৱ

Ans:(গ) কুশান

5.শ্বেৰ শ্বাহ চুৰীৰ দুৰ্গ ক’ত অৱস্থিত ? 

(ক) আগ্রা

(খ) সহশ্রম

(গ) লাহোৰ

(ঘ) ৰোহতাছ

Ans: (খ) সহশ্রম

6. গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?

(ক) লুম্বিনী

(খ) সাৰনাথ

(গ) গয়া

(ঘ) কপিলাবস্তু

Ans:(ক) লুম্বিনী

7. ছাহজাহানে তলৰ কোনটো সাজিছিল? 

(ক) শালিমাৰ বাগিছা 

(খ) মতি মছজিদ

(গ) হজ খাছ

(ঘ) তাজমহল

Ans:(ঘ) তাজমহল

8.কোনগৰাকী মোগল সম্রাটে তাজমহল সাজিছিল ?

(ক) ঔৰংজেৱ

(খ) আকবৰ

(গ) ছাহজাহান

(ঘ) হুমায়ুন

Ans:(গ) ছাহজাহান

9. জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?

(ক) অমৃতসৰ

(খ) নাগপুৰ

(গ) চণ্ডীগড়

(ঘ) কলিকতা

Ans:(ক) অমৃতসৰ

১০। তলৰ কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল? 

(ক) চন্দ্রগুপ্ত মৌৰ্য্য 

(খ) অজাত শত্রু

(গ) বীম্বিসাৰ

(ঘ) মহাপদ্ম নন্দ

Ans:(গ) বীম্বিসাৰ

১১। প্রাচীন মুদ্রাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্রিত কৰা হিন্দু ৰজাজনৰ নাম কি?

(ক) শিৱাজী 

(খ) বিক্রমাদিত্য 

(গ) সমুদ্র গুপ্ত 

(ঘ) অশোক 

Ans:(গ) সমুদ্র গুপ্ত

১২। হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা (Chancellor) হৈছিল? 

(ক) ১৯২৪ খ্রীষ্টাব্দ 

(খ) ১৯৩৩ খ্রীষ্টাব্দ 

(গ) ১৯৩৯ খ্রীষ্টাব্দ 

(ঘ) ১৯৪৫ খ্রীষ্টাব্দ

Ans:(খ) ১৯৩৩ খ্রীষ্টাব্দ

১৩। ৰাজস্থানৰ আজমীৰত অৱস্থিত ‘তাৰাগড় দুৰ্গ’ কোনে নির্মাণ কৰিছিল?

(ক) ৰজা চৱাই মানসিঙে 

(খ) ৰাণা উদয় সিঙে

(গ) জাহাঙ্গীৰে

(ঘ) আকবৰে

Ans:(ঘ) আকবৰে

১৪। তলত দিয়াবোৰৰ ভিতৰত কোনগৰাকী অশোকৰ জীয়েক হয়?

(ক) সংঘমিত্রা

(খ) চাৰুলতা

(গ) সম্প্রীতি

(ঘ) কান্নাগী

Ans:(ক) সংঘমিত্রা

১৫। তলত দিয়াবোৰৰ ভিতৰত কোনজন মহাবীৰ আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা আছিল?

(ক) চন্দ্রগুপ্ত মৌর্য্য 

(খ) অশোক

(গ) বিক্রমাদিত্য

(ঘ) অজাত শত্রু

Ans:(খ) অশোক

১৬। পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন?

(ক) মেগেলান

(খ) ভাস্কো-ডা গামা

(গ) আমুণ্ডছেন

(ঘ) মিহিৰ সেন

Ans:(ক) মেগেলান

১৭। মহেঞ্জোদাৰো আৰু হৰাপ্পা সভ্য়তা ক’ত অৱস্থিত? 

(ক) আফগানিস্তান 

(খ) পাকিস্তান

(গ) ভাৰত

(ঘ) বাংলাদেশ

Ans:(খ) পাকিস্তান

১৮। জৈন ধৰ্মৰ ২৪তম তীর্থাংকৰৰ নাম কি?

(ক) নেমিনাথ

(খ) পৰসনাথ

(গ) মহাবীৰ

(ঘ) ঋষভদেৱ

Ans:(গ) মহাবীৰ

১৯। পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল ?

(ক) গয়া

(খ) ইন্দ্ৰপ্ৰস্থ

(গ) অযোধ্যা

(ঘ) পাটলিপুত্র

Ans:(খ) ইন্দ্ৰপ্ৰস্থ

২০। ‘ভাৰতৰ নেপোলিয়ন’ বুলি কাক কোৱা হয়?

(ক) চন্দ্রগুপ্ত ২য়

(খ) স্কণ্ড গুপ্ত

(গ) প্রথম চন্দ্রগুপ্ত

(ঘ) সমুদ্র গুপ্ত

Ans:(ঘ) সমুদ্র গুপ্ত

২১। ১৫২৬ চনৰ পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

(ক) বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত

(খ) বাবৰ আৰু ৰাণা প্রতাপ সিংহৰ মাজত 

(গ) বাবৰ আৰু শ্বেৰশ্বাহৰ মাজত

(ঘ) বাবৰ আৰু মাহমুদ লোডীৰ মাজত

Ans:(ক) বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত

২২। তলৰ কোনখন গ্ৰন্থ কাশ্মীৰ বুৰঞ্জীৰ তথ্য সম্বলিত উৎস? 

(ক) মামুদ গমীৰ ‘লাইলা মজনু’

(খ) কলহনৰ ‘ৰাজতৰঙ্গিনী’ 

(গ) বাণভট্টৰ ‘কাদম্বৰী’

(ঘ) কালিদাসৰ ‘অভিজ্ঞান শকুন্তলা’

Ans:(খ) কলহনৰ ‘ৰাজতৰঙ্গিনী’ 

২৩। ‘মগধ’ নামৰ ঠাইখিনি কোন ৰাজ্যত অৱস্থিত?

(ক) বিহাৰ

(খ) মধ্য প্রদেশ

(গ) পশ্চিম বংগ

(ঘ) উত্তৰ প্ৰদেশ

Ans:(ক) বিহাৰ

২৪। ১৩০৩ খ্রীষ্টাব্দত আলাউদ্দিন খিল্‌জিয়ে চিতোৰ আক্ৰমণ কৰি জয় কৰাৰ সময়ত তাত কোনে শাসন কৰিছিল ?

(ক) ৰাণা সংগ

(খ) ৰাণা কুম্ভ

(গ) ৰাণা ৰতন সিং

(ঘ) ৰাণা হামিৰ

Ans:(গ) ৰাণা ৰতন সিং

২৫। দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল ?

(ক) কুতুবুদ্দিন আইবাক 

(খ) মহম্মদ ঘোৰী

(গ) ইলতুৎমিচ

(ঘ) এটাও নহয়

Ans:(ক) কুতুবুদ্দিন আইবাক

২৬৷ পুৰুৱে আলেকজেণ্ডাৰক আক্রমণ কৰাৰ কাৰণ? 

(ক) তেওঁৰ সাম্ৰাজ্য হ্ৰাস কৰিবলৈ 

(খ) বন্ধুত্ব জয় কৰিবলৈ 

(গ) তেওঁৰ সম্পত্তি ডকাইতি কৰিবলৈ 

(ঘ) তেওঁৰ সাম্ৰাজ্য জয় কৰিবলৈ

Ans:(গ) তেওঁৰ সম্পত্তি ডকাইতি কৰিবলৈ

২৭। _______ৰ শাসন কালত তুলসীদাসে ৰামচৰিৰ্তমানস ৰচনা কৰিছিল? 

(ক) কৃষ্ণদেৱ ৰায় 

(খ) ৰাম ৰায়

(গ) জাহাংগীৰ 

(ঘ) আকবৰ 

Ans: (ঘ) আকবৰ

২৮। পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ সময়ছোৱাক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?

(ক) হুমায়ুন

(খ) ছাহজাহান

(গ) আকবৰ

(ঘ) দ্বিতীয় চন্দ্রগুপ্ত

Ans:(ঘ) দ্বিতীয় চন্দ্রগুপ্ত

২৯। দিল্লীৰ টোগলক বংশৰ শেষৰজন চুলতান কোন আছিল? 

(ক) ফিৰোজ শ্বাহ টোগলক

(খ) দ্বিতীয় গিয়াছুদ্দিন টোগলক শ্বাহ 

(গ) নাছিৰুদ্দিন মাহমুদ

(ঘ) নুছ্‌ট শ্বাহ

Ans:(গ) নাছিৰুদ্দিন মাহমুদ

৩০। টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

(ক) ১৩৯৮ চনত

(খ) ১২৮৮ চনত

(গ) ১১৯৮ চনত

(ঘ) এটাও নহয়

Ans:(ক) ১৩৯৮ চনত

Indian History GK MCQ Questions and Answers - Set 2

India GK Questions and Answers 2022 (ভাৰত বুৰঞ্জী GK Quiz)

We hope that the given India GK MCQ for upcoming exams is very helpful and useful at the time of preparation. To get more GK MCQ Questions & Answers on India, visit our site www.assamgkgyan.com

• Must visit : India GK in Assamese for Grade III & Grade IV Exam 2022 - Set 1

• Must visit : India GK in Assamese for Grade III & Grade IV Exam 2022 - Set 2

APSC, Assam Direct Recruitment 2022 Grade III and Grade IV Exam, DHS, Assam Police is considered as one of the toughest exams in Assam and is conducted with tight security. So to grab a job it's always all about how well you have read & how much revisions you have done. Thank you. Best of Luck. 

Now Assam GK Gyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

50 Indian Polity Questions & Answers

Indian Polity Quiz for APSC Prelims in Assamese

Well if you like this article on Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2022 Exam | Indian History MCQ in Assamese, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.