India GK for DHS exam 2022 | Ancient Indian History MCQ Quiz for Grade III & Grade IV Exam Set 2
Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2024? If yes, then you must be aware of the most important India GK MCQ & Indian History GK in Assamese for the upcoming competitive exam preparation. Therefore every aspirants need to know the Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2024 Exam. In this regard "AssamGKGyan" decides to provide you the most important Indian History MCQ in Assamese for the upcoming exams like Assam Direct Recruitment 2024 Grade III and Grade IV Exam, DHS, Assam Police, Irrigation, PNRD, JAA exam. Infact the Indian History Questions and Answers 2024 (India GK Quiz) will be a key topic in the India GK section for the upcoming exams. So the Ancient Indian History MCQ Quiz for Grade III & Grade IV Exam will be a pedestrian to crack your exam.
ভাৰত বুৰঞ্জী MCQ Quiz
India GK Questions for Assam Public Service Commission
In this article we have also provided India GK Questions for Assam Public Service Commission. So, read all these important India GK for APSC Prelims 2024 for the as well as other Assam govt exams. These GK Multiple Choice Questions and Answers On Indian History are extremely important and should be a part of your preparation.
Best Indian History Questions For Assam Police Exam
In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Best General Knowledge Questions of Indian History. Specially the toppers of Assam Police exam recommend that candidates start their preparation with the best Indian History general knowledge questions for upcoming Assam Police Exam.
India GK for DHS exam 2024 | Ancient Indian History MCQ Quiz for Grade III & Grade IV Exam
There are mainly five very important India GK on Indian History GK for DHS exam 2024. Mark this History general knowledge mcq questions on India for Grade III & Grade IV Exam :
1. ১) নিম্নলিখিত কোন চনৰ আইনে ভাৰতত দাসত্ব বিলুপ্ত কৰিছিল?
ক) ১৮২৬ চনৰ আইন
খ) ১৮৩৩ চনৰ আইন
গ) ১৮৪৫ চনৰ আইন
ঘ) ১৮৫৮ চনৰ আইন
উত্তৰ:- খ) ১৮৩৩ চনৰ আইন
২) কোনজন ব্ৰিটিছ গভৰ্ণৰে সহায়ক মিত্ৰতা প্ৰণালী বিকশিত কৰিছিল?
ক) লৰ্ড ৱেলেছলী
খ) লৰ্ড কাৰ্জন
গ) থমাছ মুনৰো
ঘ) লৰ্ড ডালহৌচি
উত্তৰ:- ক) লৰ্ড ৱেলেছলী
৩) কোন চনত ভাৰতীয় বিশ্ববিদ্যালয় আইন গৃহীত হৈছিল?
ক) ১৯০৪ চনত
খ) ১৯০৭ চনত
গ) ১৯১২ চনত
ঘ) ১৯১৫ চনত
উত্তৰ:- ক) ১৯০৪ চনত
৪) কোন মোগল শাসকক দুবাৰ সিংহাসনত নিযুক্তি দিয়া হৈছিল?
ক) শ্বাহজাহান
খ) জাহাংগীৰ
গ) আকবৰ
ঘ) হুমায়ুন
উত্তৰ:- ঘ) হুমায়ুন
৫) মহাত্মা গান্ধীজীৰ জন্ম কোন চনত হৈছিল?
ক) ১৮৭৯ চনত
খ) ১৮৬৯ চনত
গ) ১৮৮৯ চনত
ঘ) ১৮৯৯ চনত
উত্তৰ:- খ) ১৮৬৯ চনত
• Must visit : India GK in Assamese for Assam Grade III & Grade IV Exam
Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2024 Exam | Indian History MCQ in Assamese
Here are the 30 most important best Indian History MCQ Questions and Answers for Assam Direct Recruitment 2024 Exam. Also check all these important Indian History MCQ in Assamese for DHS, Assam Police Exam in order to answer the questions :
৩১। গজনীৰ চুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
(ক) ১৫ বাৰ
(খ) ১৬ বাৰ
(গ) ১৮ বাৰ
(ঘ) ১৭ বাৰ
Ans:(ঘ) ১৭ বাৰ
৩২। ‘সীমান্ত গান্ধী’ৰূপে খ্যাত ব্যক্তিগৰাকী কোন?
(ক) খান আব্দুল গফৰ খান
(খ) মহম্মদ ইকবাল
(গ) মৌলানা আব্দুল কালাম
(ঘ) মহম্মদ আলী জিন্না
Ans:(ক) খান আব্দুল গফৰ খান
৩৩। সিন্ধু সভ্যতা’ৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল?
(ক) চিকাৰ
(খ) বাণিজ্য
(গ) পশুপালন
(ঘ) কৃষি
Ans:(ঘ) কৃষি
৩৪। কোনগৰাকী মোগল সম্রাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?
(ক) আকবৰ
(খ) জাহাংগীৰ
(গ) ঔৰংজেৱ
(ঘ) ছাহজাহান
Ans:(গ) ঔৰংজেৱ
৩৫। কিমান চনত ভাৰতবৰ্ষত ‘স্কাউট আৰু গাইড’ বাহিনী গঠন কৰা হৈছিল?
(ক) ১৯৫০ চনত
(খ) ১৯৫১ চনত
(গ) ১৯৪৭ চনত
(ঘ) ১৯৪৯ চনত
Ans:(ক) ১৯৫০ চনত
৩৬। ভাৰতত ‘হোম-ৰুল-লীগ’ কোনে আৰম্ভ কৰিছিল?
(ক) এনী বেচান্ত আৰু বাল গংগাধৰ তিলক
(খ) এছ. এন. বেনাৰ্জী আৰু ডব্লিউ. চি. বেনাৰ্জী
(গ) মহাত্মা গান্ধী আৰু মতিলাল নেহৰু
(ঘ) এনী বেচান্ত আৰু গোখলে
Ans:(ক) এনী বেচান্ত আৰু বাল গংগাধৰ তিলক
৩৭। কোন বংশৰ ৰজাসকলক ‘দেৱতাৰ পুত্ৰ’ হিচাপে আখ্যা দিয়া হয়?
(ক) কুশান
(খ) শক
(গ) চোলা
(ঘ) মৌর্য্য
Ans:(ক) কুশান
৩৮। ‘লিবাৰ্টেৰ অৱ দা প্ৰেছ’ হিচাপে খ্যাত ব্যক্তিগৰাকী কোন?
(ক) মেট্কাফে
(খ) হেষ্টিঙছ
(গ) মেকলে
(ঘ) বেণ্টিংক
Ans:(ক) মেট্কাফে
৩৯।______ৰ শাসন কালত মোগল চিত্রকলাই শীর্ষ পৰ্য্যায়ত উপনীত হৈছিল।
(ক) বাবৰ
(খ) আকবৰ
(গ) জাহাংগীৰ
(ঘ) ছাহজাহান
Ans:(গ) জাহাংগীৰ
৪০।’টালিকট’ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
(ক) মাৰাঠা আৰু বৃটিছ
(খ) মোগল আৰু শ্বেৰশ্বাহ চুৰী
(গ) বৃটিছ আৰু ফ্ৰান্স
(ঘ) বিজাপুৰ, বিদৰ, আহমদনগৰ, গোলকুণ্ডা আৰু বিজয়নগৰৰ মিত্র-গোষ্ঠী।
Ans:(গ) বৃটিছ আৰু ফ্ৰান্স
৪১। তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
(ক) মহম্মদ ঘোৰী আৰু ৰাণা প্রতাপ সিংহৰ মাজত
(খ) ৰাণা প্রতাপ আৰু পৃথ্বিৰাজ চৌহানৰ মাজত
(গ) মীৰ কাছিম আৰু পৃথ্বিৰাজ চৌহানৰ মাজত
(ঘ) মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ মাজত
Ans:(ঘ) মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ মাজত
৪২। আগ্ৰাৰ লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়?
(ক) ছিকন্দৰ লোডী
(খ) আকবৰ
(গ) জাহাংগীৰ
(ঘ) ছাহজাহান
Ans:(খ) আকবৰ
৪৩।_______ৰ শাসন কালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্রতিষ্ঠা কৰিছিল।
(ক) বাবৰ
(খ) আকবৰ
(গ) ছাহজাহান
(ঘ) ঔৰংজেৱ
Ans:(ঘ) ঔৰংজেৱ
৪৪। মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা কোনটো?
(ক) আৰৱী
(খ) পাৰ্চী
(গ) উর্দু
(ঘ) সংস্কৃত
Ans:(খ) পাৰ্চী
৪৫। কোনগৰাকী ভাৰতীয় মুক্তি যোদ্ধাৰ জন্মদিনটো ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়?
(ক) নেতাজী সুভাষ চন্দ্র বসু
(খ) উমেশ চন্দ্র বেনার্জী
(গ) আবুল কালাম আজাদ
(ঘ) সুৰেন্দ্ৰ নাথ বেনার্জী
Ans:(ক) নেতাজী সুভাষ চন্দ্র বসু
৪৬। অশোকে কেতিয়া কলিংগ বিজয় কৰিছিল?
(ক) ২৫৮ খ্ৰীঃ পূঃ
(খ) ২৬১ খ্রীঃপূঃ
(গ) ২৬৫ খ্রীঃ পূঃ
(ঘ) ২৬৯ খ্রীঃ পূঃ
Ans:(ক) ২৫৮ খ্ৰীঃ পূঃ
৪৭। কোন গৰাকী ভাৰতীয় শাসকৰ পিতা-পুত্ৰৰ নাম একেই আছিল?
(ক) ইন্দ্ৰজিৎ গুপ্ত
(খ) চন্দ্রগুপ্ত
(গ) সমুদ্রগুপ্ত
(ঘ) এটাও নহয়
Ans:(গ) সমুদ্রগুপ্ত
৪৮। আকবৰৰ সাম্ৰাজ্য বিস্তাৰৰ তিনিটা কাৰণৰ দুটা হ’ল যুদ্ধ আৰু সন্ধি। তৃতীয়টো কি?
(ক) বন্ধুত্ব
(খ) ব্যৱসায়
(গ) বিবাহ
(ঘ) ধৰ্মৰ সম্প্ৰসাৰণ
Ans:(গ) বিবাহ
৪৯। মার্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’ আখ্যা দিছিল?
(ক) মহাত্মা গান্ধী
(খ) স্বামী বিবেকানন্দ
(গ) জৱাহৰলাল নেহৰু
(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ
Ans:(খ) স্বামী বিবেকানন্দ
৫০। ভাস্কো ডা-গামাই প্রথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি?
(ক) ব’ম্বে (বৰ্তমানৰ মুম্বাই)
(খ) কালিকট (বৰ্তমানৰ ক’জিকোড়)
(গ) কলিকতা (বর্তমানৰ ক’লকাতা)
(ঘ) মাদ্রাজ (বৰ্তমানৰ চেন্নাই)
Ans:(খ) কালিকট (বৰ্তমানৰ ক’জিকোড়)
৫১। বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল ?
(ক) ঝান্সীৰ ৰাণী
(খ) জয় সিংহ
(গ) শিৱাজী
(ঘ) টিপু চুলতান
Ans:(ঘ) টিপু চুলতান
৫২। কোনবিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক্-ঐতিহাসিক যুগৰ অৱসান সূচায় ?
(ক) কাগজ
(খ) লিখন সঁজুলি
(গ) ছপাশাল
(ঘ) টাইপ মেছিন
Ans:(খ) লিখন সঁজুলি
৫৩। তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাই?
(ক) শৰাইঘাটৰ যুদ্ধ
(খ) মানৰ আক্ৰমণ
(গ) মোৱামৰীয়া বিদ্ৰোহ
(ঘ) লতা-কটা ৰণ
Ans : (ঘ) লতা-কটা ৰণ
৫৪। চতুৰ্থ বৌদ্ধ পৰিষদ কোন ঠাইত অনুষ্ঠিত হৈছিল?
(ক) দিল্লীত
(খ) হাইদৰাবাদ
(গ) কাশ্মীৰত
(ঘ) চিক্কিম
Ans : (গ) কাশ্মীৰত
৫৫। শকা যুগ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
(ক) ৫৮ খ্ৰীষ্টাব্দত
(খ) ৬৮ খ্ৰীষ্টাব্দত
(গ) ৭৮ খ্ৰীষ্টাব্দত
(ঘ) ৮৮ খ্ৰীষ্টাব্দত
Ans : (গ) ৭৮ খ্ৰীষ্টাব্দত
৫৬। খিলাফত আন্দোলন কোনে আৰম্ভ কৰিছিল?
(ক) ভাৰতৰ মোগলসকলে
(খ) আহোমসকলে
(গ) পৰ্তুগীজসকলে
(ঘ) ইংৰাজসকলে
Ans : (ক) ভাৰতৰ মোগলসকলে
৫৭। বিখ্যাত পাৰ্চী কবি আমিৰ খুচৰো কাৰ আদালতৰ সদস্য আছিল?
(ক) শ্বাহজাহান
(খ) কুতুব-উদ-দিন আইবাক
(গ) বাবৰ
(ঘ) আলা-উদ-দিন খিলজী
Ans : (ঘ) আলা-উদ-দিন খিলজী
৫৮। কিমান চনত কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হৈছিল?
(ক) ১৮২৮ চনত
(খ) ১৮৪৮ চনত
(গ) ১৮৬৮ চনত
(ঘ) ১৮৭৪ চনত
Ans : (ক) ১৮২৮ চনত
৫৯। কোন চনত সৰ্বভাৰতীয় কৃষক সভা গঠন কৰা হৈছিল?
(ক) ১৯০৬ চনত
(খ) ১৯১৬ চনত
(গ) ১৯২৬ চনত
(ঘ) ১৯৩৬ চনত
Ans : (ঘ) ১৯৩৬ চনত
৬০। খিলাফত আন্দোলন কোন চনত হৈছিল?
(ক) ১৯০৯ চনত
(খ) ১৯১৯ চনত
(গ) ১৯২১ চনত
(ঘ) ১৯২২ চনত
Ans : (খ) ১৯১৯ চনত
Indian History GK MCQ Questions and Answers - Set 1
100 GK MCQ for Assam Competitive Exam
India GK Questions and Answers 2024 (ভাৰত বুৰঞ্জী GK Quiz)
We hope that the given India GK MCQ for upcoming exams is very helpful and useful at the time of preparation. To get more GK MCQ Questions & Answers on India, visit our site www.assamgkgyan.com
• Must Buy : Assam GK E-Book for Assam Direct Recruitment - Click Here
APSC, Assam Direct Recruitment 2024 Grade III and Grade IV Exam, DHS, Assam Police is considered as one of the toughest exams in Assam and is conducted with tight security. So to grab a job it's always all about how well you have read & how much revisions you have done. Thank you. Best of Luck.
Now Assam GK Gyan is on every platform you can connect with us by just clicking the below social media links. Thank You.
• Subscribe our Youtube channel
• Join our Facebook Page
• Join our telegram Channel
* Recent Top Most Searches :
Well if you like this article on Indian History GK MCQ Questions and Answers for Assam Direct Recruitment 2024 Exam | Indian History MCQ in Assamese, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)