500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ

500 Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language Set 4

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌।

Hello, aspirants are you preparing for APSC, Assam TET or any other Assam Govt Exams? If yes, then you must be aware of the most important Assam GK Questions and Answers for Competitive Exams preparation. Therefore every aspirants need to know the most important Assam GK for APSC,TET,PNRD,DHS,APDCL,Assam Police,Irrigation and any other Assam Govt exams. In this regard "Assam GK Gyan" decides to provide you the most important 500 Assam GK Questions and Answers for competitive exams. Infact the Assam GK & quiz questions and answers will be a key topic in the Assam GK section for the upcoming APSC Prelims, Assam TET and other Assam govt exams. So the 500 Assam GK in Assamese Language will be a pedestrian to crack your exam.

500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ

Assam GK Quiz for All Competitive Exam

General Knowledge On Assam For Assam Civil Service

In this article we have provided you a total of 500 general knowledge On Assam for Assam Civil Services exam. So, read all these important Assam GK Questions and Answers for the upcoming exams as well as other Assam govt exams. These Assam GK Quiz in assamese language are extremely important and should be a part of your preparation.

Assam History GK Questions and Answers

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Assam History GK Questions and Answers. Specially the toppers recommend that aspirant start their preparation with the Assam History questions and answers for the upcoming any competitive exams.

Assam GK Quiz - General Knowledge Questions and Answers

There are mainly two very important Assam GK quiz - general knowledge questions and answers. They are :

1. অসমে কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? 

উত্তৰ : 1950 চনত

2. প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)

500 Assam GK Questions and Answers for Competitive Exams

Here are the 500 Assam GK questions and answers for all competitive exams. Read all these most important Assam Gk - Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :

৩০১) বগীবিল দলংখন কোনে, কেতিয়া শুভাৰম্ভ কৰিছিল?

উত্তৰ : ২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৩০২) ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি?

উত্তৰ : ভূপেন হাজৰিকা সেতু।

৩০৩) ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান?

উত্তৰ : ৬০ টন।

৩০৪) ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে?

উত্তৰ : ধলা-শদিয়াক।

৩০৫) ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে?

উত্তৰ : ২০১৭ চনৰ ২৬ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৩০৬) কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠন কৰা হয়?

উত্তৰ : ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত।

৩০৭) অসমৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ : ৭২.১৯ শতাংশ।

৩০৮) অসমৰ কোনখন জিলাত জনসংখ্যা বেছি?

উত্তৰ : নগাঁও।

৩০৯) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি?

উত্তৰ : কামৰূপ।

৩১০) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি?

উত্তৰ : কামৰূপ মহানগৰ।

৩১১) অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?

উত্তৰ : আৰ্য

৩১২) কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

উত্তৰ : ১৯৬০ চনত

৩১৩) সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা

৩১৪) বিহগী কবি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰঘুনাথ চৌধাৰীক।

৩১৫) প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায়?

উত্তৰ : এলাহাবাদ স্তম্ভত।

৩১৬) কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বিশ্বসিংহ।

৩১৭) হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ : ৰঘুদেৱ নাৰায়ণে।

৩১৮) বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : মাধৱদেৱ।

৩১৯) কেতিয়া কনকলতা শ্বহীদ হৈছিল?

উত্তৰ : ভাৰত ত্যাগ আন্দোলনত।

৩২০) কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল?

উত্তৰ : হৰ্ষবৰ্দ্ধন।

৩২১) নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰ : মাধৱদেৱ।

৩২২) অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি?

উত্তৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

৩২৩) ভাৰতৰ প্ৰথম বাতৰি-কাকত খনৰ নাম কি?

উত্তৰ : বেঙ্গল গেজেট।

৩২৪) নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত?

উত্তৰ : মুম্বাইত।

৩২৫) History of the Assam Rifles গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ : এল ডব্লিউ শ্বেইকছপীয়েৰে।

৩২৬) মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল?

উত্তৰ : ১৯৪২ চনত।

৩২৭) তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়?

উত্তৰ : জাপান।

৩২৮) NEP ৰ‌ Full Form কি?

উত্তৰ : National Education policy.

৩২৯) অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত?

উত্তৰ : যোৰহাট।

৩৩০) কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল?

উত্তৰ : ৰাজা ৰামমোহন ৰায়।

৩৩১) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল?

উত্তৰ : অসম সাহিত্য সভাই।

৩৩২) ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত?

উত্তৰ : লোহিত নদীৰ ওপৰত।

৩৩৩) পানীদিহিং কোনখন জিলাত অৱস্থিত?

উত্তৰ : শিৱসাগৰ জিলা।

৩৩৪) লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয়?

উত্তৰ : ৰাজেশ্বৰ সিংহৰ দিনত।

৩৩৫) পংগল কোন ৰাজ্যৰ সংস্কৃতি?

উত্তৰ : তামিল নাডু।

৩৩৬) বসু ডিমা কোন সম্প্ৰদায়ে পালন কৰে?

উত্তৰ : ডিমাচা সকলে।

৩৩৭) ১৯৫৬ চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল?

উত্তৰ : ভাষা।

৩৩৮) ঘূৰণীয়া মেজমেললত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰ : চন্দ্ৰধৰ বৰুৱা।

৩৩৯) অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয়?

উত্তৰ : গোৱালপাৰা।

৩৪০) মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : অনিৰুদ্ধ।

৩৪১) বেলিমাৰৰ বুৰঞ্জী কাৰ ৰচনা?

উত্তৰ : বিশ্বেশ্বৰ বৈদ্যাধিপ।

৩৪২) হাছং কোন জনগোষ্ঠীৰ উৎসৱ?

উত্তৰ : ৰাভা।

৩৪৩) কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়?

উত্তৰ : ১৫১৫ চনত।

৩৪৪) পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰ : চাৰিটা।

৩৪৫) সত্যমেয় জয়তে..... কোনটো উপনিষদত উল্লেখ আছে?

উত্তৰ : মুণ্ডক উপনিষদ।

৩৪৬) এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন?

উত্তৰ : ভোগেশ্বৰ বৰুৱা।

৩৪৭) এছিয়ান গেমছত খেলা প্ৰথম গৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল?

উত্তৰ : বিদ্যুৎ গোস্বামী।

৩৪৮) প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?

উত্তৰ : শিৱসাগৰ।

৩৪৯) 'জয়দ্ৰথ বধ' কাব্য কাৰ ৰচনা?

উত্তৰ : কবিৰত্ন সৰস্বতীৰ।

৩৫০) মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল?

উত্তৰ : মল্লদেৱ।

৩৫১) কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ : নৰনাৰায়ণে।

৩৫২) কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : ৰঘুদেৱ।

৩৫৩) পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?

উত্তৰ : ৰঘুদেৱৰ।

৩৫৪) ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ : অনন্ত কন্দলীয়ে।

৩৫৫) কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?

উত্তৰ : ১৫৮১ খ্ৰীষ্টাব্দত।

৩৫৬) কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?

উত্তৰ : মংগোলীয়।

৩৫৭) কছাৰীসকলৰ শেষ ৰজা কোন আছিল?

উত্তৰ : গোবিন্দ চন্দ্ৰ।

৩৫৮) কছাৰী সকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উত্তৰ : ডিমাপুৰ।

৩৫৯) বাল্মিকী ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ : মাধৱ কন্দলীয়ে।

৩৬০) কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল?

উত্তৰ : ১৫২৩ চনত।

৩৬১) আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰি আছিল?

উত্তৰ : মাওলুং ৰাজ্যত।

৩৬২) কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?

উত্তৰ : চুহুংমুং।

৩৬৩) শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল?

উত্তৰ : নৰনাৰায়ণে।

৩৬৪) নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?

উত্তৰ : কৃষ্ণ।

৩৬৫) বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?

উত্তৰ : শৰাইঘাট দলং।

৩৬৬) অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল?

উত্তৰ : ১৮১৭ চনত।

৩৬৭) বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্ম বাণী প্ৰচাৰ কৰিছিল?

উত্তৰ : সাৰনাথত।

৩৬৮) কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰ : পুষ্যবৰ্মন।

৩৬৯) 'হৰ্ষচৰিত'ৰ লেখক কোন?

উত্তৰ : বাণভট্ট।

৩৭০) অসমৰ আটাইতকৈ ওখ দৌল কোনটো?

উত্তৰ : শিৱদৌল।

৩৭১) মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৩৭২) ৰজত ৰংগিনীৰ লেখক কোন আছিল?

উত্তৰ : কলহন।

৩৭৩) অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত।

৩৭৪) স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথম জন মহিলা কোন আছিল?

উত্তৰ : মুংগ্ৰী।

৩৭৫) অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : স্বৰ্গদেউ শিৱসিংহৰ দিনত।

৩৭৬) শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল?

উত্তৰ : ৰাজেশ্বৰ সিংহই।

৩৭৭) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৮৫ চনৰ ১৫ আগষ্টত।

৩৭৮) চিলাৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল?

উত্তৰ : শুক্লধ্বজক।

৩৭৯) কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল?

উত্তৰ : ১৫৩৯ চনত।

৩৮০) কিমান চনত শেন বংশৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৪৪০ চনত।

৩৮১) কিমান চনত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল?

উত্তৰ : ১৯৪৩ চনত।

৩৮২) কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয়?

উত্তৰ : ১৮৭৪ চনত।

৩৮৩) কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হয়?

উত্তৰ : ১৮৭৩ চনত।

৩৮৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

৩৮৫) আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি আছিল?

উত্তৰ : চোলোং ঘৰ।

৩৮৬) শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল?

উত্তৰ : ঔৰংজেৱ।

৩৮৭) অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি?

উত্তৰ : নলবাৰী।

৩৮৮) অসমৰ তামৰ আকৰ ক'ত পোৱা যায়?

উত্তৰ : ধুবুৰী।

৩৮৯) কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয়?

উত্তৰ : ১৯৭৪ চনত।

৩৯০) আসাম বিলাসিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰ : ১৮৭১ চনত।

৩৯১) কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল?

উত্তৰ : ১৯৬১ চনত।

৩৯২) কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ চাৰ্টিফিকেট লাভ কৰিছিল?

উত্তৰ : মৰিচীকা।

৩৯৩) অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাট খনৰ নাম কি? 

উত্তৰ : হৃদয়ৰ প্ৰয়োজন।

৩৯৪) লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?

উত্তৰ: ‘কেহোকলি’।

৩৯৫) কথাছবিত ৰুপ পোৱা প্ৰথম অসমীয়া উপন্যাস কোনখন?

উত্তৰ : ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ ‘মনোমতী’।

৩৯৬) ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি?

উত্তৰ: ‘পাটমুগী’।

৩৯৭) বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি ?

উত্তৰ : ফেৰেংগাদাও। লিখক - মেদিনী চৌধুবী।

৩৯৮) বর্তমানলৈকে একেৰাহে প্রকাশহৈ থকা আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকতখনৰ নাম কি ?

উত্তৰ : জনমভূমি। প্রথম সম্পাদক দুলাল চন্দ্র ভুঞা ।

৩৯৯) অসমীয়া ভাষাৰ প্রথম মহিলা আলােচনীখনৰ নাম কি ?

উত্তৰ : উৰুলী। সম্পাদিকা - নলিনীবালা দেবী।

৪০০) প্রথম অসমীয়া মিনি (ক্ষুদ্র) আলােচনীখনৰ নাম কি ?

উত্তৰ : 'বিন্দু'। সম্পাদনা - ড° ভূপেন হাজৰিকা।

500 Assam GK QUIZ - Set 1

500 Assam GK QUIZ - Set 2

500 Assam GK QUIZ - Set 3

500 Assam GK QUIZ - Set 5

Well here we have provided you the most important 500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ. This article will be updated soon and we are going to add more related to Assam GK to help our viewers to know more for the preparation of upcoming much awaited Assam govt exams. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Assam's Role in the Historic Quit India Movement in Assamese 

* National Parks in Assam 

* First in Assam First Assamese 

Hello if you like the article on 500 Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

(Please do not enter any spam link)