Assam TET GK Questions and Answers - Assam GK on Assamese Literature & Language

Assam GK Quiz on Assamese Literature & Language for Assam TET, CTET & Other Exam Set 2

Hello, aspirants are you preparing for Assam TET or any other Assam Govt Exams 2021? If yes, then you must be aware of the most important Assam GK Quiz on Assamese Literature & Language for Assam TET, IRRIGATION, DHS, Assam Police, PNRD exams. Therefore every aspirants need to know the Assam GK Questions and Answers for Assam govt exams 2021. In this regard "Assam GK Gyan" decides to provide you the most important Assam TET GK Questions and Answers for the upcoming Assam TET exam 2021. Infact the Assam GK Quiz will be a key topic in the Assam GK section for the upcoming Assam TET & any other Assam Govt Exams 2021. So the GK Quiz on Assamese Literature & Language for the upcoming exams will be a pedestrian to crack exam.

Assam TET GK Questions and Answers - Assam GK on Assamese Literature & Language

General Knowledge for Assam TET Exam

Assam GK in Assamese Language for TET Exam

In this article we have provided you the most important Assam GK in Assamese Language for TET Exam 2021. So, read all these important GK on Assam Literature & Language for the exams. These Assam GK Quiz are extremely important and should be a part of your preparation. Infact the Assam GK questions and answers is very important for any Assam govt exams of 2021.

Assam TET GK Questions and Answers

In order to succeed in the prestigious Assam TET examination, it is important that the aspirant has access to the Assam GK Questions and Answers. Specially the toppers of Assam TET or any other Assam govt exams recommend that aspirant start their preparation with the Assam GK topics such as GK on Assamese Literature & Language for the upcoming exams.

Assam GK on Assamese Literature & Language

Here are the most important 40 Assam GK on Assamese Literature & Language for Assam TET exam 2021. Read all these important Assam GK quiz in order to answer the questions : 

৪১) 'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?
Ans : মহাত্মা গান্ধী ।

৪২) অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
Ans : দেৰগাওঁ ।

৪৩) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?
Ans : বড়ো ।

৪৪) অসমৰ ক'ত দিয়াশলাইৰ কাৰখানা আছে?
Ans : ধুবুৰী ।

৪৫) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
Ans : ১৯০১ চনত ।

৪৬) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?
Ans : নামৰূপ ।

৪৭) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক'ত অৱস্থিত?
Ans : তেজপুৰ ।

৪৮) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?
Ans : শিলঘাট ।

৪৯) 'নটসূৰ্য' বুলি কাক জনা যায়?
Ans : ফণী শৰ্মা ।

৫০) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
Ans : ভানুমতী ।

Download Assam High School TET Previous year Question Paper - CLICK HERE

* Must visit : Cultural History of Ahom Kingdom 

৫৬) কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?
Ans : প্ৰমত্ত সিংহ ।

৫৭) "অসমীয়া সাহিত্যৰ বুৰঞ্জী" ৰ লেখক কোন?
Ans : দেৱেন্দ্ৰনাথ বেজবৰুৱা ।

৫৮) কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল?
Ans : গোমধৰ কোঁৱৰ ।

৫৯) "India against Itself" গ্ৰন্থখনৰ লেখক কোন?
Ans : ড° সঞ্জীৱ বৰুৱা ।

৬০) কোন খন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান( বৰ্তমান বাংলাদেশ)ৰ লগত চামিল কৰা হৈছিল?
Ans : ছিলেট ।

৬১) কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল?
Ans : ভাৰত ত্যাগ আন্দোলন ।

৬২) পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত?
Ans : ভাৰত আৰু ম্যানমাৰ ।

৬৩) অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?
Ans : পঞ্চতীৰ্থ হাজো ।

৬৪) আহোম সকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল?
Ans : চৰাইদেউ ।

৬৫) আহোম সকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত?
Ans : যোৰহাট ।

৬৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
Ans : ৪৩০ বৰ্গকিলোমিটাৰ ।

৬৭) অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে?
Ans : কাৰ্বি আংলং ।

৬৮) পানী দিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
Ans : শিৱসাগৰ ।

৬৯) ড'ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?
Ans : ১৯৯২ চনত ।

৭০) মে-ডাম-মে-ফী কেতিয়া পালন কৰা হয়?
Ans : ৩১ জানুৱাৰী ।

৭১) অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?
Ans : ১ অক্টোবৰ ।

৭২) বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
Ans : ১৯৫২ চনত ।

৭৩) অসমীয়া বোলছবি "শকুন্তলা" কোনে পৰিচালনা কৰিছিল?
Ans : ড' ভূপেন হাজৰিকা ।

৭৪) জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি?
Ans : ইন্দ্ৰমালতী ।

৭৫) "ইন্দ্ৰমালতী" কিমান চনত মুক্তি লাভ কৰিছিল?
Ans : ১৯৩৯ চনত ।

৭৬) লাচিত দিৱস কেতিয়া পালন কৰা হয়?
Ans : ২৪ নৱেম্বৰ ।

৭৭) অসম দিৱস কেতিয়া পালন কৰা হয়?
Ans : ২ ডিচেম্বৰ ।

৭৮) অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে?
Ans : বৰপেটা, নলবাৰী আৰু কামৰূপ ।

৭৯) পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?
Ans : মাধৱ কন্দলী ।

৮০) পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?
Ans : ৰাম সৰস্বতী ।

Assam TET GK on Assamese Literature & Language Set 1

Assam TET GK on Assamese Literature & Language Set 2

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Assam GK in Assamese Language 

* MCQ on Current Affairs 2021 in Assamese 

* Assam History GK on Ahom Kingdom 

Hello if you like the article on Assam TET GK Questions and Answers as well as the Assam GK Quiz on Assamese Literature & Language for Govt Exams, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.