Assam GK in Assamese Language | Assam GK for APSC

GK of Assam - Assam GK Questions and Answers set- 6

অসমৰ বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহৰ বিষয়ে

Assam GK in Assamese Language | Assam GK for APSC

Assam GK in Assamese Language is one among the foremost relevant and important subject of the Exams like APSC/PNRD/EXCISE/JAA/Assam Police/Irrigation and lots of other state level Competitive Exams. Therefore "Assam Gk Gyan" provides you the Questions & Answers on Assam GK for APSC in Assamese which will be a pedestrian to crack your exams.

Well this article is about 20 most important GK of Assam regarding the topic Assam GK & Assam GK Questions and Answers. 

So, practice all these Assam GK in Assamese Language for Competitive Exams to prepare for your upcoming exams. You can easily get 2-3 marks with the help of these GK of Assam.

Assam GK - GK of Assam

১০১) প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।

১০২) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

১০৩) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।

১০৪) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

১০৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীক কোন তিনিখন নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

১০৬) প্ৰশ্ন : আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

১০৭) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

১০৮) প্ৰশ্ন : ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

১০৯) প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল? 

উত্তৰ : মহম্মদ ইবন বখ্‌তিয়াৰ খিলজী।

১১০) প্ৰশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

* Must Read : Assam History GK on Ahom Kingdom 

* Must Read : GK on Space & Space Agencies in Assamese 

১১১) প্ৰশ্ন : ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। 

১১২) "অসম সৰ্বশিক্ষা অভিযান মিচন" প্ৰতিষ্ঠা হৈছিল-

উত্তৰ : 2001 চনত

১১৩) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰা হয়----

উত্তৰ : ১৯৮৫ চনত

১১৪) আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?

উত্তৰ : ইটাখুলিৰ ৰণ

১১৫) অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল?

উত্তৰ : লীলাধৰ বৰুৱা

১১৬) "বকুল বনৰ কবি" বুলি কাক কোৱা হয়?

উত্তৰ : আনন্দ চন্দ্ৰ বৰুৱা

১১৭) অসমৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? 

উত্তৰ : গুৱাহাটী

১১৮) উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল-

উত্তৰ : নামদফা ৰাষ্ট্ৰীয় উদ্যান

১১৯) ভ্ৰাম্যমাণ থিয়েটাৰ ৰ জনক কোন?

উত্তৰ : অচ্যুত লহকৰ

১২০) প্ৰথম অসমীয়া ছপা উপন্যাস-

উত্তৰ : লাহৰী

* Previous : *Set 5*  Next : *Set 7*

For timely updates related to your query on Assam GK - GK of Assam in Assamese & General Knowledge of various subjects in Assamese, unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...

* Top most searches :

MCQ on Current Affairs 2021 in Assamese

* Assam Geography MCQ

Tags

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

(Please do not enter any spam link)