Geography of Assam MCQs - 60 Assam Geography GK Quiz Questions & Answers set 2
Assam Geography MCQ and Assam Geography General Knowledge for Competitive Exams in Assamese Language is one among the foremost relevant and important subject for the Exams like APSC/PNRD/EXCISE/JAA/Assam Police/Irrigation and lots of other state level Competitive Exams. Therefore "Assam Gk Gyan" provides you Geography of Assam MCQs Questions & Answers in Assamese which will be a pedestrian to crack your upcoming exams.
So, practice all these Assam Geography MCQ Quiz in Assamese Language for Competitive Exams to prepare for your upcoming exams. You can easily get 2-3 marks with the help of this Assam Geography General Knowledge.
MCQ on Geography of Assam & General Knowledge
(৩১) অসমৰ কোন ঠাইত টিনপাত প্ৰস্তুত কৰা কাৰখানা আছে?
(ক) ৰঙিয়াত
(খ) আমিনগাঁওত
(গ) লখৰাত
(ঘ) কালাপাহাৰত
উত্তৰ : (খ) আমিনগাঁওত
(৩২) ২০১১ চনৰ সমীক্ষা মতে অসমৰ মুঠ জনসংখ্যা কিমান?
(ক) ৪,১২,৭০,৩৫০
(খ) ৫,১১,৫৫,২৩০
(গ) ৩, ১১,৬৯,২৭২
(ঘ) ২,২০,৮৫,৪৪৫
উত্তৰ : (গ) ৩, ১১,৬৯,২৭২
(৩৩) ২০১১ চনৰ সমীক্ষা মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলো'মিটাৰত---
(ক) ৩৯৪ জন/জনী
(খ) ৩৯৫ জন/জনী
(গ) ৩৯৬ জন/জনী
(ঘ) ৩৯৭ জন/জনী
উত্তৰ : (ঘ) ৩৯৭ জন/জনী
(৩৪) অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে গাঁৱত বাস কৰে?
(ক) ৮৬ শতাংশ
(খ) ৮৭ শতাংশ
(গ) ৮৮ শতাংশ
(ঘ) ৮৯ শতাংশ
উত্তৰ : (ক) ৮৬ শতাংশ
(৩৫) অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে নগৰ/চহৰত বাস কৰে?
(ক) ১১ শতাংশ
(খ) ১২ শতাংশ
(গ) ১৩ শতাংশ
(ঘ) ১৪ শতাংশ
উত্তৰ : (ঘ) ১৪ শতাংশ
(৩৬) বৰ্তমান অসমৰ শিক্ষিতৰ হাৰ হৈছে---
(ক) ৯২.১৭%
(খ) ৮২.৫৫%
(গ) ৭২.১৯%
(ঘ) ৬২.২১%
উত্তৰ : (গ) ৭২.১৯%
(৩৭) অসমৰ মহিলা শিক্ষিতৰ হাৰ হৈছে---
(ক) ৬৫.২২%
(খ) ৩৫.৪৪%
(গ) ৭৬.২৭%
(ঘ) ৬৬.২৭%
উত্তৰ : (ঘ) ৬৬.২৭%
(৩৮) অসমৰ পুৰুষ শিক্ষিতৰ হাৰ হৈছে---
(ক) ৭২.২২%
(খ) ৭৯.৪৫%
(গ) ৭৪.২৫%
(ঘ) ৭৭.৮৫%
উত্তৰ : (ঘ) ৭৭.৮৫%
(৩৯) মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা কিমান?
(ক) ৯৬০ বৰ্গ কি:মি:
(খ) ৯৭০ বৰ্গ কি:মি:
(গ) ৯৮০ বৰ্গ কি:মি:
(ঘ) ৯৫০ বৰ্গ কি:মি:
উত্তৰ : (ঘ) ৯৫০ বৰ্গ কি:মি:
(৪০) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা আছিল---
(ক) ৪৩০ বৰ্গ কি:মি:
(খ) ৪২০ বৰ্গ কি:মি:
(গ) ৪১০ বৰ্গ কি:মি:
(ঘ) ৪০০ বৰ্গ কি:মি:
উত্তৰ : (ক) ৪৩০ বৰ্গ কি:মি:
* Must Read : Cultural History of Ahom Kingdom
(৪১) ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন আছিল---
(ক) ৩৪৫ বৰ্গ কি:মি:
(খ) ৩৩৫ বৰ্গ কি:মি:
(গ) ৩৫০ বৰ্গ কি:মি:
(ঘ) ৩৪০ বৰ্গ কি:মি:
উত্তৰ : (গ) ৩৫০ বৰ্গ কি:মি:
(৪২) ডিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে---
(ক) ২৩১.৬ বৰ্গ কি:মি:
(খ) ২২১.৬ বৰ্গ কি:মি:
(গ) ২১২.৬ বৰ্গ কি:মি:
(ঘ) ২৪১.৬ বৰ্গ কি:মি:
উত্তৰ : (ক) ২৩১.৬ বৰ্গ কি:মি:
(৪৩) নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হ'ল---
(ক) ৩০০ বৰ্গ কি:মি:
(খ) ৩৫০ বৰ্গ কি:মি:
(গ) ২০০ বৰ্গ কি:মি:
(ঘ) ২৫০ বৰ্গ কি:মি:
উত্তৰ : (গ) ২০০ বৰ্গ কি:মি:
(৪৪) ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে---
(ক) ৭৫.৮৯ বৰ্গ কি:মি:
(খ) ৭৬.৮১ বৰ্গ কি:মি:
(গ) ৭৭.৮০ বৰ্গ কি:মি:
(ঘ) ৭৮.৮১ বৰ্গ কি:মি:
উত্তৰ : (ঘ) ৭৮.৮১ বৰ্গ কি:মি:
(৪৫) অসমৰ মুঠ ভৌগোলিক আয়তনৰ শতকৰা কিমান ভাগ বনাঞ্চল আছে ?
(ক) ২৫.২১%
(খ) ৩৫.২১%
(গ) ৩৪.২১%
(ঘ) ৩৬.২১%
উত্তৰ : (গ) ৩৪.২১%
(৪৬) অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসম চৰকাৰৰ সংৰক্ষিত বনাঞ্চল ?
(ক) ৩৬.৬৬%
(খ) ৬৬.৫৮%
(গ) ৫৬.৮৯%
(ঘ) ৪৮.৬৬%
উত্তৰ : (খ) ৬৬.৫৮%
(৪৭) অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসংৰক্ষিত বনাঞ্চল ?
(ক) ২০.৪২%
(খ) ৪৪.৪২%
(গ) ২২.৪২%
(ঘ) ৩৩.৪২%
উত্তৰ : (ঘ) ৩৩.৪২%
(৪৮) ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ মাজত অসমৰ স্থান কিমান ?
(ক) চৈধ্য
(খ) পোন্ধৰ
(গ) ষোল্ল
(ঘ) সোতৰ
উত্তৰ : (গ) ষোল্ল
(৪৯) ছেমায়ুংদুং হিমবাহৰ পৰা উৎপত্তি হৈছে--
(ক) বৰাক
(খ) ব্ৰহ্মপুত্ৰ
(গ) গংগা
(ঘ) যমুনা
উত্তৰ : (খ) ব্ৰহ্মপুত্ৰ
(৫০) ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ প্ৰায়____ কি:মি: দৈৰ্ঘ্য।
(ক) ১,৮৩০ কি:মি:
(খ) ৩,১৮০ কি:মি:
(গ) ১,৩৮০ কি:মি:
(ঘ) ২,৮৯০ কি:মি:
উত্তৰ : (ঘ) ২,৮৯০ কি:মি:
(৫১) সাগৰ পৃষ্ঠৰ পৰা অসমৰ গঢ় উচ্চতা কিমান?
(ক) ৬৯.৫ মি:
(খ) ৭৯.৫ মি:
(গ) ৮৯.৫ মি:
(ঘ) ৯৯.৫ মি:
উত্তৰ : (খ) ৭৯.৫ মি:
(৫২) অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হৈছে---
(ক) বিশ্বনাথ
(খ) শোনিতপুৰ
(গ) ডিব্ৰুগড়
(ঘ) লখিমপুৰ
উত্তৰ : (গ) ডিব্ৰুগড়
(৫৩) অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয়______ পদ্ধতিৰে।
(ক) সিঞ্চন
(খ) ঝুম
(গ) দ্বিৰোপন
(ঘ) ৰোপণ
উত্তৰ : (ঘ) ৰোপণ
(৫৪) বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি ?
(ক) ছয়টা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) দুটা
উত্তৰ : (খ) তিনিটা
(৫৫) চাহ, কুঁহিয়াৰ, মৰাপাট আদি_____ কৃষিৰ ভিতৰত পৰে।
(ক) মিশ্ৰ কৃষি
(খ) গহন কৃষি
(গ) আত্মনিৰ্ভৰশীল কৃষি
(ঘ) বাণিজ্যিক কৃষি
উত্তৰ : (ঘ) বাণিজ্যিক কৃষি
(৫৬) এলুমিনিয়ামৰ বাচন-বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে ?
(ক) ডিব্ৰুগড়
(খ) গুৱাহাটী
(গ) বঙাইগাঁও
(ঘ) ধুবুৰী
উত্তৰ : (গ) বঙাইগাঁও
(৫৭) অসমৰ ক'ত প্ৰথম মৰাপাটৰ কল স্থাপন কৰা হৈছিল ?
(ক) মিৰ্জা
(খ) বিজয়নগৰ
(গ) ছয়গাঁও
(ঘ) হাজো
উত্তৰ : (খ) বিজয়নগৰ
(৫৮) অসমৰ কোন ঠাইত চিমেন্ট কাৰখানা আছে ?
(ক) হাফলং
(খ) ধুবুৰী
(গ) বোকাজান
(ঘ) নলবাৰী
উত্তৰ : (গ) বোকাজান
(৫৯) বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে ?
(ক) বৰাইল
(খ) জাতিংগা
(গ) পাটকাই
(ঘ) নীলাচল
উত্তৰ : (ক) বৰাইল
(৬০) দিখৌ নৈ কোনখন জিলাত আছে ?
(ক) তিনিচুকীয়া
(খ) শিৱসাগৰ
(গ) ধেমাজি
(ঘ) ডিব্ৰুগড়
উত্তৰ : (খ) শিৱসাগৰ
• Previous : Assam Geography MCQ Set 1
• Must visit : World Geography : Continents and Oceans of the World in Assamese
For timely updates related to your query on Assam Geography MCQ in Assamese & General Knowledge of various subjects in Assamese, unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...
* Top most searches :
* Assam GK in Assamese Language for APSC
(Please do not enter any spam link)