GK on Ahom Dynasty|Assam History GK in Assamese set 1
Assam History GK on Ahom Kingdom - GK on Ahom Dynasty Quiz is one among the foremost relevant and important subject of the Exams like APSC/PNRD/EXCISE/JAA/Assam Police/Irrigation and lots of other state level Competitive Exams. Therefore "Assam Gk Gyan" provides you the GK questions & Answers on Ahom Kingdom in Assamese which will be a pedestrian to crack your exams.
Well this article is about 30 most important Ahom History GK regarding the topic Ancient History of Assam & Assam History Questions Answers.
So, practice all these Assam History GK on Ahom Kingdom - GK on Ahom Dynasty for Competitive Exams to prepare for your upcoming exams. You can easily get 2-3 marks with the help of these Assam History GK for the Exams.
GK on Ahom Dynasty|Assam History GK
১) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কিমান চনত স্হাপন হৈছিল?
উত্তৰ : ১২৫৩ চনত
২) আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত
৩) কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ : চুহুংমুং
৪) হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : গিয়াচুদ্দিন আউলিয়া
৫) কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল?
উত্তৰ : ভাস্কৰ বৰ্মন
৬) অসমত দাস প্ৰথা কেতিয়া বিলুপ্ত সাধন কৰা হয়?
উত্তৰ : ১৮৪৩ চনত
৭) আহোম মুদ্ৰা বোৰৰ আকাৰ কি আছিল?
উত্তৰ : আঠচুকীয়া
৮) অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ : আহোম সকলে
৯) আহোম সকলে চুতীয়া ৰাজ্য জয় কৰি শাসনৰ বাবে কোনজন বিষয়াক নিয়োগ কৰিছিল?
উত্তৰ : শদিয়াখোৱা গোহাঁই
১০) আহোম সকল পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰবেশ কৰোতে কোন জনগোষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল?
উত্তৰ : নগা
* MUST READ :
* Assam Latest Current Affairs
* Cultural History of Ahom Kingdom
১১) আহোমৰ আটাইতকৈ দীঘলীয়া কাল ৰাজত্ব কৰা ৰজাজনৰ নাম?
উত্তৰ : চুকামফা
১২) কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত মুচলমান সকলে পোনপ্ৰথম অসম আক্ৰমণ কৰে?
উত্তৰ : চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত
১৩) কোন ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও ত প্ৰতিষ্ঠা হয়?
উত্তৰ : চুক্লেংমুং ৰ দিনত
১৪) কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?
উত্তৰ : প্ৰতাপ সিংহ
১৫) উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ : গদাধৰ সিংহই
১৬) মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ
১৭) কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?
উত্তৰ : ২ ডিচেম্বৰ
১৮) বামুণী কোৱৰ বুলি কাক জনা যায়?
উত্তৰ : চুডাংফা
১৯) আহোম ৰাজ্যৰ প্ৰথম জন বৰপাত্ৰগোহাই কোন আছিল?
উত্তৰ : কনছেং
২০) তুৰ্বকে কিমান চনত অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১৫৩২ চনত
২১) মূলাগাভৰু কাৰ পত্নী আছিল?
উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই
২২) কাক গড়গঞা ৰজা বুলি জনা যায়?
উত্তৰ : চুক্লেণমুং
২৩) নগা আলি কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : চুক্লেণমুং
২৪) ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : লক্ষ্মী সিংহই
২৫) কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল?
উত্তৰ : ৰাজেশ্বৰ সিংহ
২৬) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম স্বৰ্গদেউৰ দিনত হৈছিল?
উত্তৰ : স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত
২৭) মানৰ দ্বিতীয় অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ : পুৰন্দৰ সিংহ
২৮) ম'হগড় ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ : আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আৰু মানৰ মাজত
২৯) মাজুলী সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৫৬৩ চনত
৩০) মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
উত্তৰ : কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখামফাৰ মাজত
For timely updates related to your query on Assam History GK on Ahom Kingdom - GK on Ahom Dynasty in Assamese & General Knowledge of various subjects in Assamese as well as unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...
* Top most searches :
(Please do not enter any spam link)