Assam History GK Quiz - MCQ on Assam History for Competitive Exams Set 5
Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2021? If yes, then you must be aware of the most important Assam History MCQ for APSC Prelims. Therefore every aspirants need to know the Assam History GK Questions and Answers for APSC and any other Assam govt exams 2021. In this regard "AssamGKGyan" decides to provide you the most important Assam History GK Quiz for the upcoming exams. Infact the Assam History MCQ will be a key topic in the Assam GK section for the upcoming APSC Prelims & any other Assam Govt Exams 2021. So the Assam History GK Questions and Answers for the upcoming exams will be a pedestrian to crack your exam.
Assam History GK for APSC
Assam History GK Quiz for TET Exam
In this article we have provided you the most important Assam History GK Quiz important for Assam TET exam. So, read all these important best GK on Assam History for Competitive Exams. These Assam History GK Quiz are extremely important and should be a part of your preparation. Infact the MCQ on Assam History is very important for any Assam govt exams of 2022.
Assam History GK Questions and Answers
In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Assam History GK Questions and Answers. Specially the toppers of APSC or other Assam govt exams recommend that aspirant start their preparation with the Assam GK topics such as GK on Assam History questions and answers for the upcoming exams.
Assam History GK for APSC Prelims and Ahom History Quiz for Competitive Exam
There are mainly two very important Assam History GK for APSC Prelims and Ahom History Quiz for Competitive Exam. They are :
1. কুৰংগনয়নী কাৰ পত্নী আছিল ?
উত্তৰ : ৰাজেশ্বৰ সিংহৰ
2. চুতিয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল ?
উত্তৰ : স্বৰ্ণগিৰি
• Must visit : Assam GK for APSC, Grade III & Grade IV Exam, DHS, Assam Police Exam
Download General Knowledge E-book for Competitive Exam - Click Here
Assam History GK on Ahom Kingdom | GK on Ahom Dynasty
Here are the most important best 30 Assam History GK Quiz on Ahom Kingdom for APSC Prelims exam. Read all these important Assam History GK questions and answers in order to answer the questions :
1. অসম বুৰঞ্জীত নকল আহোম বুলি কাক কোৱা হয়?
উত্তৰ : কীৰ্তিচন্দ্ৰ বৰবৰুৱাক
2. কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্ব কালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল ?
উত্তৰ : স্বৰ্গদেউ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ
3. শিৱসাগৰৰ তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদল কোনজন ৰজাই নিৰ্মান কৰাইছিল ?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ
4. ভীস্ম ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল ?
উত্তৰ : কুণ্ডিল বা বিদর্ভ
5. মানে কেইবাৰ অসম আক্ৰমন কৰিছিল?
উত্তৰ : ৩ বাৰ
6. ৰজা বিশ্বসিংহৰ দেউতাক কোন আছিল?
উত্তৰ : হাৰিয়া মণ্ডল।
7. অসমত প্ৰথম আনুষ্ঠানিক লোকপিয়ল কোনে কৰাইছিল?
উত্তৰ : ছূহুংমুং
8. নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৫২চনত।
9. চুদাংফাৰ দিনত কোনটো আলিৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ : ৰাজমাও আলি
10. কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
11. তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : বাণ ৰজাই
12. নেঘেৰিটিঙৰ প্ৰসিদ্ধ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই
13. অসমৰ প্ৰথম ৰজা কোন ?
উত্তৰ : মহিৰংগ দানৱ
14. শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল?
উত্তৰ : উদয়াদিত্য সিংহ
15. লতাকটা ৰণ কাৰ দিনত হৈছিল?
উত্তৰ : ৰাজেশ্বৰ সিংহৰ দিনত
16. হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : গিয়াচুদ্দিন আউলিয়াই
17. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কাৰ্য্যকাল কিহৰ কাৰণে বিখ্যাত আছিল?
উত্তৰ : স্থাপত্য-ভাস্কৰ্য্যৰ
18. বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় পথৰ উপৰত থকা ঠাইখনৰ নাম কি?
উত্তৰ : নামদাঙৰ শিলৰ সাকোঁ
19. ৰুদ্ৰসিংহ কি ধৰ্মৰ আছিল?
উত্তৰ : শাক্ত ধৰ্ম
21. ৰুদ্ৰ সিংহ কিমান খ্ৰি.ত স্বৰ্গী হয়?
উত্তৰ : ১৭১৪ খ্ৰি.ত
22. ৰুদ্ৰসিংহক 'মহান ৰুদ্ৰ সিংহ' বুলি কোনে অভিহিত কৰিছিল?
উত্তৰ : অসমৰ বুৰঞ্জীবিদ ড০ সূৰ্য্যকুমাৰ ভূঞাই
23. ৰুদ্ৰ সিংহই আহোম ৰাজ্য কিমান বছৰ শাসন কৰিছিল?
উত্তৰ : ১৮ বছৰ
24. আহোমসকলে ৰাজত্ব কৰাৰ সময়ত বৰ্তমান শিৱসাগৰ জিলাত থকা গাওঁখনৰ নাম কি?
উত্তৰ : মাদুৰী গোহাঁই গাওঁ
25. জয়মতীক কাৰ বংশধৰ বুলি জনা যায়?
উত্তৰ : বৰগোহাঁইৰ
26. জয়মতীৰ পিতৃ নাম কি?
উত্তৰ : লাইথেপেনা
27. চোৰাংচোৱা পৰা বাচি গদাপাণিয়ে ক'ত আত্মগোপন কৰিছিল?
উত্তৰ : নগা পৰ্বত।
28. জয়মতীক শাস্তি দিয়া ঠাইখনৰ নাম কি?
উত্তৰ : জেৰেঙা পথাৰ।
29. দেশভক্ত জয়মতীয়ে কিমান খ্ৰি.ত কিমান তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে?
উত্তৰ : ১৬৮০ খ্ৰি.ত ২৭ মাৰ্চত।
30. কিমান খ্ৰিষ্টাব্দত লালুকসোলাক হত্যা কৰি আৰু ল'ৰাৰজাক ৰজা ভাঙি তেওঁ নিজে আহোম সিংহাসনত উঠে?
উত্তৰ : ১৬৮১ খ্ৰি.ত
Assam History GK MCQ in English
Must visit : Assam History MCQ Set 1
Must visit : Assam History MCQ Set 2
Must visit : Assam History MCQ Set 3
Must visit : Assam History MCQ Set 4
Must visit : Assam History MCQ Set 5
Must visit : Assam History MCQ Set 6
Must visit : Assam History MCQ Set 7
Must visit : Assam History MCQ Set 8
Must visit : Assam History MCQ Set 9
Must visit : Assam History MCQ Set 10
Must visit : Assam History MCQ Set 11
Must visit : Assam History MCQ Set 12
Must visit : Assam History MCQ Set 13
Must visit : Assam History MCQ Set 15
Must visit : Assam History MCQ Set 16
Must visit : Assam History MCQ Set 17
Must visit : Assam History MCQ Set 18
Must visit : Assam History MCQ Set 19
Must visit : Assam History MCQ Set 20
Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You.
* Recent Top Most Searches :
• Assam GK MCQ for Assam Police Exam
• Important Facts of History of Assam in Assamese
Well if you like the Assam History GK on Ahom Kingdom | GK on Ahom Dynasty for Competitive Exams, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)