Biography of Lovlina Borgohain in Assamese | Life History of Lovlina Borgohain in Assamese

Lovlina Borgohain's Life And Contributions : An Overall Evaluation | Contribution of Lovlina Borgohain in Sports in India

লাভলিনা বৰগোঁহাইৰ জীৱন পৰিক্ৰমা

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams? If yes, then you must be aware of the most important topic of sports the Biography of Lovlina Borgohain (লাভলিনা বৰগোঁহাই) in Assamese for Competitive Exam preparation. Therefore everyone need to know the Life of Lovlina Borgohain in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Lovlina Borgohain's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the Contribution of Lovlina Borgohain in sports in Assam will be a key topic in the sports GK section for the upcoming Assam Govt Exams. So the Biography of Lovlina Borgohain in Assamese Language for APSC/Assam TET will be a pedestrian to crack your exam.

Biography of Lovlina Borgohain in Assamese | Life History of Lovlina Borgohain in Assamese

Life of Lovlina Borgohain

Lovlina Borgohain's Life And Contributions in Sports

In this article we have provided you most important Sports GK topic Lovlina Borgohain's Life And Contributions in Sports for the upcoming Assam TET exam. So, read this important article on Contribution of Lovlina Borgohain in sports in Assam for Assam govt exams. These General Knowledge Quiz on Lovlina Borgohain are extremely important and should be a part of your preparation.

GK Quiz on Lovlina Borgohain : Sports GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

A Brief note on Lovlina Borgohain

Here we are discussing about the Biography of Lovlina Borgohain in Assamese. Read this most important article on Life History of Lovlina Borgohain in Assamese in order to answer the questions :

Biography of Lovlina Borgohain in Assamese | Life History of Lovlina Borgohain in Assamese

লাভলিনা বৰগোঁহাইৰ জীৱন পৰিক্ৰমা

নাম- লাভলিনা বৰগোঁহাই

জন্ম- ২ অক্টোবৰ, ১৯৯৭

জন্মস্থান- সৰুপথাৰ, গোলাঘাট, অসম

গৃহভূমি- গোলাঘাট, অসম

পেছা- বক্সাৰ

উচ্চতা- 1.77 মিটাৰ

দেউতাৰ নাম- টিকেন বৰগোঁহাই

মাতৃৰ নাম- মামনি বৰগোঁহাই

ভ্ৰাতৃ আৰু ভগ্নী - লিমা আৰু লীনা

লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি (Lovlina Borgohain) এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই।

খেল জগতত পদাৰ্পণ ::

২০১২ চনত তাইৰ বিদ্যালয়ত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (এছএআই) বক্সিং ট্ৰায়েলত অংশগ্ৰহণ কৰাৰ সময়ত, লভলিনা বৰগোহাইনৰ প্ৰতিভায়ে পদুম বড়োৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যি অৱশেষত তাইৰ শৈশৱৰ প্ৰশিক্ষক হৈছিল।

যেতিয়া মেৰী কমে লণ্ডন ২০১২ অলিম্পিকত ব্ৰঞ্জৰ পদক জিকি ইতিহাস ৰচনা কৰিছিল, লাভলীনা বৰগোহাঁই এ বক্সিং জগতলৈ যাত্ৰা আৰম্ভ কৰিছিল।

এগৰাকী ১৬ বছৰীয়া যুৱতী হিচাপে, লাভলীনাই ২০১২ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়নশ্বিপত জয়ী হৈছিল আৰু আন্তৰ্জাতিক খেল জগতত নিজৰ বক্সিঙ প্ৰতিভা প্ৰতিপন্ন কৰিব সক্ষম হৈছিল। ইয়াৰ ঠিক পিছতেই ২০১৩ চনত ছাৰ্বিয়াত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰৰ মহিলা জুনিয়ৰ কাপত ৰূপৰ পদকৰ পাবলৈ সক্ষম হৈছিল।

লাভলীনাই ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

লাভলীনাই ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল।

২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে তেও অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ ৰূপে পৰিগণিত হয় আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে।

লভলিনা বৰগোহাঁইৰ অলিম্পিক পদক :: অভিষেকত ব্ৰঞ্জ ::
"অলিম্পিক মোৰ পিতৃ-মাতৃৰ সপোন আছিল আৰু মই ইয়াৰ বাবে কাম কৰি আছো," লাভলীনা বৰগোহাঁই।

টকিঅ' অলিম্পিক ২০২০ ::

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিক ২০২০ ত লাভলীনাই অংশগ্ৰহণ কৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচে।

টকিঅ’ অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰে।

৩০ জুলাইত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেইৰ চেন নিয়েন চিনক ৪-১ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে। ইয়াৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰে।

পৰৱৰ্তী খেল ৪ আগষ্টত অনুষ্ঠিত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদকতেই নিজৰ জয়ৰ ধাৰা স্তব্ধ কৰিবলৈ বাধ্য হয়।

পেৰিছ অলিম্পিক ২০২৪ ::

পেৰিছ অলিম্পিক ২০২৪ চনত লাভলীনা বৰগোহাঁই এ মহিলাৰ ৭৫ কে.জি শাখাৰ ৰাউণ্ড অৱ ৩২ ৰ মেচত নৰৱেৰ বক্সাৰ চুনিৱা হফষ্টেড বিৰুদ্ধে প্ৰথম খেলত অৱতীৰ্ণ হয় আৰু জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰে।

বঁটা আৰু সন্মান :: 

২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে আৰু ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়।

অসামৰিক বঁটা :

• অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ, ২০২১

Must Read : বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম

• List of Best Guide Books for Assam Direct Recruitment Exam 2024 : :

The books listed below are the most effective for the preparation of both stages of the Assam Direct Recruitment prelims & mains exam 2024 ::

List of Best Guide Books for Assam Direct Recruitment Exam 2024 | Best Books for Assam Grade III and Grade IV Exam 2024

-CLICK HERE TO VISIT-

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Well if you like the article on Biography of Lovlina Borgohain in Assamese | Life History of Lovlina Borgohain in Assamese for Assam TET Exam do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.