How many Districts, Headquarters and sub-divisions are there in Assam at present?
Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important detail of Assam for the upcoming competitive exam preparation. Therefore every aspirants need to know Assam GK Questions and Answers for Assam Direct Recruitment 2022 Exam. In this regard "AssamGKGyan" decides to provide you the most important Complete List of Names of the Districts of Assam, their Headquarters and Sub-Divisions for the upcoming exams like Assam Direct Recruitment 2022 Grade III and Grade IV Exam, DHS, Assam Police, Irrigation, PNRD, JAA exam. Infact the total Districts, Headquarters and sub-divisions in Assam will be a key topic in the Assam GK section for the upcoming exams. So the Assam District List 2022 – Latest Updated List, New District Name List for upcoming exam will be a pedestrian to crack your exam.
অসমৰ জিলা, জিলা সদৰ, মহকুমা সমূহ
List Of Assam’s Districts With Their HeadQuarters
In this article we have provided you the full List Of Assam’s Districts With Their HeadQuarters for Assam Public Service Commission. So, read this important Assam new district name list for APSC Prelims 2022 as well as for other Assam govt exams. This Assam District List 2022 are extremely important and should be a part of your preparation.
Assam District List 2022 – Latest Updated List, New District Name List
The State of Assam is divided into 35 Administrative Districts. The districts are demarcated on the basis of the features such as the rivers, hills, forests, etc. The majority of the newly constituted districts are sub-divisions of the earlier districts. On 15 August 2015, five new districts were formed in addition to former 27 districts which are Biswanath, Charaideo, Hojai, South Salmara-Mankachar and West Karbi Anglong.
On 27 June 2016, Majuli was also declared as a district. Karbi Anglong is the largest district of Assam with nearly 10,434 square kilometers of undivided area followed by Sonitpur with an area of 5324 square kilometers. Majuli carved out of the Northern parts of Jorhat is the first river island district of India.
Bajali district is the 34th district of the Indian state of Assam, carved out of Barpeta district. The Assam Cabinet headed by former Chief Minister Sarbananda Sonowal approved the proposal to make Bajali a full-fledged district on 10 August 2020.On 12 January 2021 Bajali was formally declared as a district.
Tamulpur district is an administrative district in Bodoland Territorial Region of Assam, one of the North-Eastern states of India. The administrative headquarters is at Tamulpur. It is the 35th district of the Indian state of Assam, carved out of Baksa district. On 23 January 2022 Tamulpur was formally district was formally created.
Complete List of Districts of Assam 2022
The Districts of Assam are further placed under five Regional Divisions. The list of Divisions is as given below :
Division Name | Divisional Office | Districts |
---|---|---|
Barak Valley | Silchar | Cachar, Hailakandi, and Karimganj |
Central Assam | Nagaon | Dima Hasao, Hojai, East Karbi Anglong, West Karbi Anglong, Morigaon, and Nagaon |
Lower Assam | Guwahati | Baksa, Barpeta, Bongaigaon, Chirang, Dhubri, Goalpara, Nalbari, Kamrup Metropolitan, Kamrup Rural, Kokrajhar, and South Salmara-Mankachar |
North Assam | Tezpur | Biswanath, Darrang, Sonitpur, and Udalguri |
Upper Assam | Jorhat | Charaideo, Dhemaji, Dibrugarh, Golaghat, Jorhat, Lakhimpur, Majuli Sivasagar, and Tinsukia |
• Download General Knowledge E-book for Competitive Exam - Click Here
• Must visit : Assam Grade III & Grade IV Exam Syllabus 2022
• Must Read : Assam Geography MCQ
Complete List of Names of the Districts of Assam, their Headquarters and Sub-Divisions
Here are the Complete List of Names of the Districts of Assam, their Headquarters and Sub-Divisions in Assamese for Assam Direct Recruitment 2022 Exam. So check this Complete List of Districts of Assam 2022 in Assamese.
অসমৰ বিষয়ে জানিবলগীয়া কেইটামান কথা :
১) অসমৰ বৰ্তমান জিলা ৩৫ খন
২) বৰ্তমান অসমৰ মাটিকালি= ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।
৩) অসমৰ সকলোতকৈ সৰু জিলা= দক্ষিণ শালমৰা আৰু মানকাচৰ ।
৪) অসমৰ সকলোতকৈ ডাঙৰ জিলা= কাৰ্বি আংলং।
৫) অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা= নগাঁও জিলা।
৬) বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা= ৭৮ টা।
৭) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী= ভাৰতৰত্ন গোপীনাথ বৰদলৈ।
৮) অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ= বসন্ত দাস
৯) অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা= ১২৬ খন।
১০) অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা= ৭ খন।
১১) অসমৰ লোকসভাৰ আসনৰ সংখ্যা= ১৪খন।
Names of the Districts of Assam, their Headquarters and Sub-Divisions
তলত অসমৰ জিলা, জিলা সদৰ, মহকুমা সমূহ আৰু গঠনৰ দিয়া হ’ল --
1. জিলা - তিনিচুকীয়া
জিলাৰ সদৰ - তিনিচুকীয়া
মহকুমা - তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া
গঠন - ১৯৮৯ চন
2. জিলা - ডিব্ৰুগড়
জিলাৰ সদৰ - ডিব্ৰুগড়
মহকুমা - ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া
গঠন - ১৯৭১ চন
3. জিলা - ধেমাজী
জিলাৰ সদৰ - ধেমাজী
মহকুমা - ধেমাজী, জোনাই
গঠন - ১৯৮৯ চন
4. জিলা - চৰাইদেউ
জিলাৰ সদৰ - সোণাৰি
মহকুমা - চৰাইদেউ
গঠন - ২০১৫ চন
5. জিলা - শিৱসাগৰ
জিলাৰ সদৰ - শিৱসাগৰ
মহকুমা - শিৱসাগৰ, নাজিৰা
গঠন - ১৮৬১ চন
6. জিলা - লখিমপুৰ
জিলাৰ সদৰ - উত্তৰ লক্ষীমপুৰ
মহকুমা - উত্তৰ লক্ষীমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা
গঠন - ১৮৩৮ চন
7. জিলা - মাজুলী
জিলাৰ সদৰ - গড়মূৰ
মহকুমা - মাজুলী
গঠন - ২০১৬ চন
8. জিলা - যোৰহাট
জিলাৰ সদৰ - যোৰহাট
মহকুমা - যোৰহাট, তিতাবৰ
গঠন - ২০১৬ চন
9. জিলা - বিশ্বনাথ
জিলাৰ সদৰ - বিশ্বনাথ চাৰিআলি
মহকুমা - বিশ্বনাথ চাৰিআলি, গহপুৰ
গঠন - ২০১৫ চন
10. জিলা - গোলাঘাট
জিলাৰ সদৰ - গোলাঘাট
মহকুমা - গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী
গঠন - ১৯৮৭ চন
11. জিলা - কাৰ্বি আংলং (পূব)
জিলাৰ সদৰ - ডিফু
মহকুমা - ডিফু, বোকাজান, হাওড়াঘাট
গঠন - ১৯৭৬ চন
12. জিলা - কাৰ্বি আংলং পশ্চিম
জিলাৰ সদৰ - হামৰেণ
মহকুমা - হামৰেণ
গঠন - ২০১৫ চন
13. জিলা - শোণিতপুৰ
জিলাৰ সদৰ - তেজপুৰ
মহকুমা - শোণিতপুৰ, ঢেঁকীয়াজুলি
গঠন - ১৯৮৩ চন
14. জিলা - নগাওঁ
জিলাৰ সদৰ - নগাওঁ
মহকুমা - নগাঁও, কলিয়াবৰ
গঠন - ১৮৩৩ চন
15. জিলা - হোজাই
জিলাৰ সদৰ - হোজাই
মহকুমা - হোজাই
গঠন - ২০১৫ চন
16. জিলা - ডিমা হাচাও
জিলাৰ সদৰ - হাফলং
মহকুমা - হাফলং, দিয়ুংব্ৰ, মাইবং
গঠন - ২০১০ চন
17. জিলা - কাছাৰ
জিলাৰ সদৰ - শিলচৰ
মহকুমা - শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই
গঠন - ১৮৭৪ চন
18. জিলা - হাইলাকান্দি
জিলাৰ সদৰ - হাইলাকান্দি
মহকুমা - হাইলাকান্দি, কাঠলিচেৰা
গঠন - ১৯৮৯ চন
19. জিলা - কৰিমগঞ্জ
জিলাৰ সদৰ - কৰিমগঞ্জ
মহকুমা - কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ
গঠন - ১৯৮৩ চন
20. জিলা - মৰিগাওঁ
জিলাৰ সদৰ - মৰিগাওঁ
মহকুমা - মৰিগাওঁ
গঠন - ১৯৮৯ চন
21. জিলা - ওদালগুৰি
জিলাৰ সদৰ - ওদালগুৰি
মহকুমা - ওদালগুৰি, ভেৰগাঁও
গঠন - ২০০৪ চন
22. জিলা - দৰং
জিলাৰ সদৰ - মঙলদৈ
মহকুমা - মঙলদৈ
গঠন - ১৯৮৩ চন
23. জিলা - কামৰূপ মহানগৰ
জিলাৰ সদৰ - গুৱাহাটী
মহকুমা - গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ
গঠন - ২০০৩ চন
24. জিলা - বাক্সা
জিলাৰ সদৰ - মুছলপুৰ
মহকুমা - মুছলপুৰ, শালবাৰী
গঠন - ২০০৩ চন
25. জিলা - নলবাৰী
জিলাৰ সদৰ - নলবাৰী
মহকুমা - নলবাৰী, মুকালমুৱা, টিহু
গঠন - ১৯৮৫ চন
26. জিলা - কামৰূপ
জিলাৰ সদৰ - অমিনগাঁও
মহকুমা - কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া
গঠন - ২০০৩ চন
27. জিলা - বৰপেটা
জিলাৰ সদৰ - বৰপেটা
মহকুমা - বৰপেটা, বজালী, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ
গঠন - ১৯৮৩ চন
28. জিলা - চিৰাং
জিলাৰ সদৰ - কাজলগাঁও
মহকুমা - কাজলগাঁও, বিজনী
গঠন - ২০০৪ চন
29. জিলা - বঙাইগাঁও
জিলাৰ সদৰ - বঙাইগাঁও
মহকুমা - বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা
গঠন - ১৯৮৯ চন
30. জিলা - গোৱালপাৰা
জিলাৰ সদৰ - গোৱালপাৰা
মহকুমা - গোৱালপাৰা, লক্ষীপুৰ
গঠন - ১৯৮৩ চন
31. জিলা - কোকৰাঝাৰ
জিলাৰ সদৰ - কোকৰাঝাৰ
মহকুমা - কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা
গঠন - ১৯৮৩ চন
32. জিলা - ধুবুৰী
জিলাৰ সদৰ - ধুবুৰী
মহকুমা - ধুবুৰী, বিলাসীপাৰা
গঠন - ১৯৮৩ চন
33. জিলা - দক্ষিণ শালমৰা-মানকাচাৰ
জিলাৰ সদৰ - হাটশিঙিমাৰি
মহকুমা - হাটশিঙিমাৰি
গঠন - ২০১৬ চন
34. জিলা - বজালী
জিলাৰ সদৰ - পাঠশালা
মহকুমা - বজালী
গঠন - ২০২১ চন
35. জিলা - তামুলপুৰ
জিলাৰ সদৰ - তামুলপুৰ
মহকুমা - তামুলপুৰ মহকুমা
গঠন - ২০২২ চন
• অসমৰ নতুন মন্ত্রীসভাৰ তালিকাৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক
Assam GK Questions and Answers 2022 (Assam GK Quiz)
We hope that the given Assam GK for upcoming exams is very helpful and useful at the time of preparation. To get more GK Questions & Answers on Assam, visit our site www.assamgkgyan.com
• Must visit : National Parks in Assam 2021
APSC, Assam Direct Recruitment 2022 Grade III and Grade IV Exam, DHS, Assam Police is considered as one of the toughest exams in Assam and is conducted with tight security. So to grab a job it's always all about how well you have read & how much revisions you have done. Thank you. Best of Luck.
Now Assam GK Gyan is on every platform you can connect with us by just clicking the below social media links. Thank You.
• Subscribe our Youtube channel
• Join our Facebook Page
• Join our telegram Channel
* Recent Top Most Searches :
Well if you like this article on Complete List of Names of the Districts of Assam, their Headquarters and Sub-Divisions for APSC, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)