Political Science Notes for Class 12 | Era of Cold War Q&A in Assamese | শীতল যুদ্ধৰ যুগৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

Political Science Notes for Class 12, Chapter 1 Era of Cold War important Question Answers in Assamese

শীতল যুদ্ধৰ যুগ
Era of Cold War

Hello students, how are you? Hope you all are doing well! By the way its a high time to prepare for your HS Second year Final exam. Isn't it? If yes, then you must be aware of the most important Question Answer of Era of Cold War (শীতল যুদ্ধৰ যুগ) for the exam. Therefore every students need to know the World Politics Important Question Answer.

Political Science Notes for Class 12 | Era of Cold War Q&A in Assamese | শীতল যুদ্ধৰ যুগৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

Political Science Class 12 most important Question Answer for Exam

In this regard "AssamGKGyan" decides to provide you Political Science Class 12 most important Question Answer for the preparation of upcoming HS Second year final exam. Infact the Important World Politics Question Answer will play a crucial role to get maximum marks in the exam.

Political Science Class 12, Chapter 1, Era of Cold War notes in Assamese

In this article we have provided you AHSEC Political Science Class 12, Chapter 1 Era of Cold War  notes in Assamese. So the students of assamese medium please read and note all these important question and answers of World Politics for the upcoming HS Second year final exam. These HS second year Political Science, World Politics important Question Answers are extremely important and should be a part of your preparation.

Era of Cold War Important Q&A in Assamese

Well here are the most important question answers of the first lesson of World Politics, Era of Cold War - 

শীতল যুদ্ধৰ যুগ

Era of Cold War

অতি গুৰুত্বপূৰ্ণ ১ আৰু ২ মাৰ্কৰ প্ৰশ্নোত্তৰ সমূহ :

১) শীতল যুদ্ধৰ যুগ বুলিলে কোন সময়ছোৱাক বুজা যায়?

উ:- ১৯৪৫ চনৰ পৰা ১৯৯১ চনৰ মাজৰ সময়ছোৱাক।

২) দ্বিতীয় বিশ্ব যুদ্ধ কেতিয়া হৈছিল?

উ:- ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈকে।

৩) দ্বিতীয় বিশ্ব যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উ:- চক্ৰশক্তি আৰু মিত্ৰশক্তিৰ মাজত।

৪) চক্ৰশক্তিৰ অধীনৰ ৰাষ্ট্ৰ কোন কোন আছিল?

উ:- তিনিখন। জাৰ্মানী, ইটালী আৰু জাপান।

৫) মিত্ৰশক্তিৰ অধীনৰ ৰাষ্ট্ৰ কোন কোন আছিল?

উ:- মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ফ্ৰান্স, গ্ৰেট বৃটেইন আৰু অন্য বহুতো দেশ।

৬) দ্বিতীয় বিশ্ব যুদ্ধৰ কেতিয়া অন্ত পৰিছিল?

উ:- ১৪ আগষ্ট ১৯৪৫ চনত জাপানে যুদ্ধৰ অৱসান ঘটোৱাৰ লগে লগে।

৭) হিৰোছিমা আৰু নাগাছাকিত কেতিয়া আণৱিক বোমা নিক্ষেপ কৰা হৈছিল?

উ:- হিৰোছিমাত ১৯৪৫ চনৰ ৬ আগস্ট আৰু নাগাছাকিত ৯ আগষ্ট তাৰিখে।

৮) শীতল যুদ্ধ শব্দটো প্ৰথম কোনে ব‍্যৱহাৰ কৰিছিল?

উ:- বাৰ্ণাৰ্ড বাৰুছ। তেওঁ আমেৰিকাৰ ৰাজনীতিবিদ আছিল।

৯) শীতল যুদ্ধ শব্দটো কোনে জনপ্ৰিয় কৰি তুলিছিল?

উ:- লিপমেনে তেওঁৰ "শীতল যুদ্ধ" নামৰ গ্ৰন্থৰ জড়িয়তে।

১০) শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উ:- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত।

১১) দুই পক্ষৰদ্বাৰা পৰিচালিত শিবিৰ দুটাৰ নাম কি কি?

উ:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বৰ পূঁজিবাদী শিবিৰ আৰু ছোভিয়েট ৰাছিয়াৰ নেতৃত্বৰ সমাজবাদী শিবিৰ।

১২) NATO কি?

উ:- NATO (North Atlantic Treaty Organisation) অৰ্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন
• NATO ৰ গঠন - ১৯৪৯ চনৰ ৪ এপ্ৰিল

• NATO গঠন কৰে - মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পূঁজিবাদী শিবিৰে

• NATO ৰ মূল কাৰ্যালয়- বেলজিয়ামৰ ব্ৰাছেলছ

• NATO ৰ মুঠ সদস্য ৰাষ্ট্ৰ - ১২ খন

• NATO ৰ প্ৰথম সচিব প্ৰধান - লৰ্ড ইজম

• NATO ৰ মূল লক্ষ্য - কোনো শত্ৰু শক্তিয়ে আক্ৰমণ কৰিলে পাৰস্পৰিক প্ৰতিৰক্ষাৰ বাবে এক সামূহিক প্ৰতিৰক্ষা ব‍্যৱস্হা গঢ়ি তুলা।

১৩) WARSAW Pact কি?

উ:- WARSAW Pact বা WARSAW Treaty গঠন হয় ১৯৫৫ চনৰ ১৪ মে'ত পোলেণ্ডৰ Warsaw চহৰত।

• WARSAW Pact গঠন কৰে - ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী শিবিৰে

• WARSAW Pact ৰ মুঠ সদস্য ৰাষ্ট্ৰ - ৮ খন

• WARSAW Pact ৰ মূল লক্ষ্য - উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ পৰা আহিব পৰা প্ৰত‍্যাহ্বান ৰোধ কৰা।

কিন্তু ১৯৯১ চনত ছোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে Warsaw চুক্তি সংগঠনো ভংগ হয়।

১৪) SEATO ৰ সম্পূৰ্ণ নাম লিখা ? ই কেতিয়া জন্ম হয় ?

উ:- South East Asian Treatu Organisation

• SEATO ১৯৫৫ চনত থাইলেণ্ডৰ বেংককত জন্ম হয়।

১৫) CENTO কিমান চনত গঠন কৰা হয়? ই কেতিয়া ভংগ হয় ?

উ:- ১৯৫৫ চনত Central Treaty Organisation অৰ্থাৎ কেন্দ্ৰীয় চুক্তি সংগঠন গঠন হয়‌।

• CENTO ১৯৭৯ চনত ভংগ হয়।

১৬) কিউবান মিছাইল সংকট কিমান চনত হৈছিল?

উ:- ১৯৬২ চনত। ইয়াক অক্টোবৰ সংকট বুলিও কোৱা হয়।

১৭) কিউবান মিছাইল সংকটৰ অন্ত কেতিয়া হয়?

উ:- ২৮ অক্টোবৰ ১৯৬২ চন।

১৮) বাৰ্লিন অৱৰোধ কেতিয়া হৈছিল ?

উ:- ১৯৪৮ চনৰ ২৪ জুন

১৯) গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) ৰ জন্ম কিমান চনত হয় ?

উ:- ১৯৬১ চনত বেলগ্ৰেডত।

২০) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৰ্তমান সদস‍্য কিমান?

উ:- ১২০ খন

২১) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূখ্য স্ৰষ্টা বা খনিকৰ কোন কোন ?

উ:- ক) ইন্দোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি ছুকাৰ্ণো,
খ) ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু,
গ) ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্ৰপতি গামাল আবদেল নাছাৰ,
ঘ) যুগোশ্ল'ভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি যোচিপ ব্ৰজ টিটো আৰু
ঙ) ঘানাৰ ৰাষ্ট্ৰপতি কুৱামে এনক্ৰুমা।

২২) পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন বুলি কোনটো আন্দোলনক কোৱা হয় ?

উ:- গোষ্ঠী নিৰপেক্ষ আন্দোলনক

২৩) শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিৰ মাজত স্ৱাক্ষৰিত দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা ?

উ:- ১) সীমিত অস্ত্ৰ পৰীক্ষাণ নিষিদ্ধ চুক্তি (Limited Test Ban Treaty)

২) পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি (Nuclear Non-Proliferation Treaty)

২৪) শীতল যুদ্ধৰ সময়ত উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটোৰ নাম কি ?

উ:- গোষ্ঠী নিৰপেক্ষ আন্দোলন (Non Aligned Movement, NAM)

• NAN 1961 চনত বেলজিয়ামৰ ব্ৰাছেলছত জন্ম লাভ কৰে।

২৫) শীতল যুদ্ধৰ কেতিয়া অন্ত পৰে ?

উ:- ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভে পদত্যাগ কৰাৰ লগে লগে।

* শীতল যুদ্ধৰ যুগ (Era of Cold War) ৰ উপৰোক্ত বিষয়বস্তু খিনি ভিডিঅ' আকাৰে বুজিবলৈ ইয়াত ক্লিক কৰক - 

Well here we have provided you the most important Era of Cold War Important Q&A in Assamese | শীতল যুদ্ধৰ যুগ | Chapter 1 | Class 12. This article will be updated soon and we are going to add more related to the question answers of the first lesson Era of Cold War to help our students to know more for the preparation of their exam. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Hello if you like the article on Political Science Class 12, Chapter 1, Era of Cold War important Question Answers in Assamese do comment & show your support by sharing it to the other students and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.