Constitution : Why and How Important Q&A in Assamese | সংবিধান কিয় আৰু কেনেকৈ | Chapter 1 | Class 11

Political Science Notes for Class 11, Chapter 1 Constitution : Why and How important Question Answers in Assamese

সংবিধান কিয় আৰু কেনেকৈ ?
Constitution : How and Why

Hello students, how are you? Hope you all are doing well! By the way its a high time to prepare for your HS First Year exam. Isn't it? If yes, then you must be aware of the most important Question Answer of Constitution : Why and How? (সংবিধান কিয় আৰু কেনেকৈ?) for the exam. Therefore every students of HS First Year need to know the Indian Constitution Important Question Answer.

Constitution : Why and How Important Q&A in Assamese | সংবিধান কিয় আৰু কেনেকৈ | Chapter 1 | Class 11

Political Science Class 11 most important Question Answer for Exam

In this regard "AssamGKGyan" decides to provide you Political Science notes for Class 11 most important Question Answer for the preparation of upcoming HS 1st year exam. Infact the Important Indian Constitution Question Answer will play a crucial role to get maximum marks in the exam.

Political Science Class 11, Chapter 1 Constitution : Why and How in Assamese

In this article we have provided you AHSEC Political Science Class 11, Chapter 1 Constitution : Why and How notes in Assamese. So the students of assamese medium please read and note all these important question and answers of Indian Constitutiom for the upcoming HS 1st year exam. These HS 1st year Political Science, Indian Constitution Important Question Answers are extremely important and should be a part of your preparation.

Constitution : Why and How Important Q&A in Assamese

Well here are the most important question answers of the first lesson of Indian Constitution, Constitution : Why and How? 

সংবিধান কিয় আৰু কেনেকৈ ?
Constitution : How and Why

অতি গুৰুত্বপূৰ্ণ ১ আৰু ২ মাৰ্কৰ প্ৰশ্নবোৰৰ আলোচনা :

১) Constitution শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰ : লেটিন শব্দ CONSTITUTE ৰ পৰা

• CONSTITUTE শব্দৰ অৰ্থ - গঠন বা প্ৰতিষ্ঠা কৰা।

২) চাইমন কমিছন কেতিয়া গঠন কৰা হয় ?

উত্তৰ : ১৯২৭ চনত

৩) ভাৰতৰ স্বাধীনতাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল ?

উত্তৰ : ক্লিমেন্ট এটলী

• ৰাজনৈতিক দল : শ্ৰমিক দল বা বনুৱা দল

• ১৯৪৫ চনত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয়

৪) কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহে ?

উত্তৰ : ১৯৪৬ চনৰ ২৩ মাৰ্চ তাৰিখে

৫) কাৰ পৰামৰ্শ মতে সংবিধান সভা গঠন কৰা হয় ?

উত্তৰ : মানবেন্দ্ৰ নাথ ৰায়

৬) সংবিধান সভাৰ স্থায়ী সভাপতি কোন ?

উত্তৰ : ড° ৰাজেন্দ্ৰ প্ৰসাদ

৭) সংবিধান সভাৰ অস্থায়ী সভাপতি কোন ?

উত্তৰ : ড° সচিদানন্দ সিংহ

৮) সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হয় ?

উত্তৰ : ১৯৪৬ চনৰ ৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰ

৯) লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ সমূহ প্ৰথম কোনে দাঙি ধৰে ?

উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰুৱে

• সংবিধান সভাৰ প্ৰথম অধিৱেশনত

• সংবিধান সভাৰ মুঠ ১১ খন অধিৱেশন বহিছিল।

১০) স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ : লৰ্ড মাউন্টবেটেন

১১) খচৰা কমিটিৰ সভাপতি কোন আছিল ?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ

১২) খচৰা কমিটি কেইজন সদস্য লৈ গঠিত হৈছিল ?

উত্তৰ : ৭ জন

১৩) খচৰা কমিটিৰ দুজন সদস‍্যৰ নাম লিখা ?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ, কে এম মুন্সী, গোপাল স্বামী আয়েংগাৰ

১৪) সংবিধান সভাৰ দুখন কমিটিৰ নাম লিখা ?

উত্তৰ : কেন্দ্ৰীয় চৰকাৰ ক্ষমতা কমিটি
সন্ষালক কমিটি, উপদেষ্টা কমিটি

১৫) সংবিধানৰ চূড়ান্ত খচৰা কোনে প্ৰস্তুত কৰিছিল ?

উত্তৰ : এচ এন মূখাৰ্জী

১৬) সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত কেতিয়া সংযোজন কৰা হয় ?

উত্তৰ : ৪২ তম সংবিধান সংশোধনীৰ দ্বাৰা

১৭) সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয় ?

উত্তৰ : ১৯৪৬ চনৰ জুলাই মাহত

১৮) সংবিধানৰ প্ৰথমটো অনুচ্ছেদত ভাৰতক কি বুলি আখ্যা দিয়া হৈছে ?

উত্তৰ : ৰাজ‍্য সমূহৰ সংঘ

১৯) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাতো কোনে প্ৰস্তুত কৰিছিল ?

উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰুৱে

২০) সংবিধান প্ৰস্তুত কৰোতে কোন কোন দেশৰ সংবিধানৰ সহায় লোৱা হৈছে ?

উত্তৰ : বৃটেইন, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড ইত্যাদি।

* উপৰোক্ত বিষয়বস্তু খিনি ভিডিঅ' আকাৰে বুজিবলৈ ইয়াত ক্লিক কৰক -

Constitution : Why and How important Question Answers in Assamese

Well here we have provided you the most important Constitution : Why and How Important Q&A in Assamese | সংবিধান কিয় আৰু কেনেকৈ | Chapter 1 | Class 11. This article will be updated soon and we are going to add more related to the question answers of the first lesson Constitution : Why and How? to help our students to know more for the preparation of their exam. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Hello if you like the article on Political Science notes for Class 11, Chapter 1, Constitution : Why and How important Question Answers in Assamese do comment & show your support by sharing it to the other students and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.