GK of Assam - Assam GK Questions and Answers set- 4
অসমৰ বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহৰ বিষয়ে
Assam GK in Assamese Language is one among the foremost relevant and important subject of the Exams like APSC/PNRD/EXCISE/JAA/Assam Police/Irrigation and lots of other state level Competitive Exams. Therefore "Assam Gk Gyan" provides you the Questions & Answers on Assam GK for APSC in Assamese which will be a pedestrian to crack your exams.
Well this article is about 20 most important GK of Assam regarding the topic Assam GK & Assam GK Questions and Answers.
So, practice all these Assam GK in Assamese Language for Competitive Exams to prepare for your upcoming exams. You can easily get 2-3 marks with the help of these GK of Assam.
Assam GK - GK of Assam
৬১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?
উত্তৰ : চাওলুং চুকাফা।
৬২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।
৬৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?
উত্তৰ : তৰুণ ৰাম ফুকন।
৬৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ।
৬৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
উত্তৰ : ১৯৬১ চনত।
৬৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত।
৬৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ : ১৯২১ চন
৬৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।
৬৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?
উত্তৰ : ১৯০৫ চনত।
* Must Read : Assam History GK on Ahom Kingdom
৭০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
৭১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা।
৭২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৬ চনত।
৭৩) প্ৰশ্ন : ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।
৭৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।
৭৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।
৭৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
৭৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।
৭৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।
৭৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
৮০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮১ চনত।
* Previous : *Set 3* Next : *Set 5*
For timely updates related to your query on Assam GK-GK of Assam in Assamese & General Knowledge of various subjects in Assamese, unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...
* Top most searches :
* Assam Latest Current Affairs
* Cultural History of Ahom Kingdom
(Please do not enter any spam link)