Assam GK and Current Affairs 2021 for APSC - Current Affairs of Assam 2021 Questions and Answers
Hello, aspirants are you preparing for APSC or any other Govt Exams 2021? If yes, then you must be aware of the most important Monthly Current Affairs of Assam 2021 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2021 for APSC and other govt exams 2021. In this regard "Assam GK Gyan" decides to provide you the most important Assam Current Affairs 2021 for APSC Prelims exam. Infact the Assam Current Affairs, GK & News 2021 questions and answers will be a key topic in the GK current affairs section for the upcoming exams. So the Assam GK and Current Affairs 2021 will be a pedestrian to crack your exam.
Assam GK Quiz 2021
Assam Current Affairs 2021 for APSC
In this article we have provided you latest Assam Current Affairs 2021. So, read all these important Assam Current Affairs, GK & News 2021 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These monthly Current Affairs Assam 2021 are extremely important and should be a part of your preparation.
Monthly Current Affairs of Assam 2021
In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2021. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.
Assam GK and Current Affairs for Competitive Exam
There are mainly two very important Assam GK Quiz and Current Affairs of September 2021. They are :
1. শেহতীয়াকৈ বিজ্ঞান ভৱনত "ৱাই-ব্ৰেক" মোবাইল এপ মুকলি কৰা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীজনৰ নাম কি?
উত্তৰ - সৰ্বানন্দ সোণোৱাল
2. কেন্দ্ৰীয় চৰকাৰে গ্ৰুপ চি চাকৰিত কিমানটা নতুন ক্ৰীড়া অন্তৰ্ভুক্ত কৰিবলৈ আৰু তেওঁলোকক ক্ৰীড়া কোটাৰ অধীনত চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে?
উত্তৰ - 20 টা নতুন গেম
Current Affairs of Assam September 2021
Here are 25 best GK on Current Affairs of Assam September 2021 for your upcoming exams. Read all these most important monthly current affairs Assam GK Quiz 2021 in order to answer the questions :
1. ভাৰতবৰ্ষৰ ভিতৰতে পৰিস্কাৰ আৰু আৱৰ্জনা মুক্ত চহৰ হিচাবে স্বীকৃতি লাভ কৰা শ্ৰেষ্ঠ চহৰখনৰ নাম কি?
Ans : ইন্দোৰ
2. টকিঅ' পেৰালিম্পিকত ভাৰতৰ হৈ প্রথমটো সোণৰ পদক অৰ্জন কৰা খেলুৱৈ গৰাকী কোন?
Ans : অৱনী লেখাই
3. চেটেলাইট ফোন সংস্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা ভাৰতবৰ্ষৰ প্রথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?
Ans : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
4. শেহতীয়াকৈ মৃত্যু হোৱা কল্যাণ সিং কোনখন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল?
Ans : উত্তৰ প্ৰদেশ
5. "ৱান ছাৱা উৎসৱ" তিৱাসকলে কিমান বছৰৰ মূৰে মূৰে পালন কৰে?
Ans : 5 বছৰ
6. ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ কমলা উৎপাদন কৰা বুলি স্বীকৃতি পোৱা অসমৰ জিলাখনৰ নাম কি?
Ans : কাৰ্বি আলং
7. বিশ্বৰ সৰ্ববৃহৎ হকী ষ্টেডিয়ামখন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে?
Ans : Orissa Birsha Munda stadium
8. অজন্তা নেওঁগে উপস্থাপন কৰা শেহতীয়া অসম বাজেটত কোনখন অভয়াৰণ্যৰ প্ৰস্তাৱ ৰখা হৈছে ?
Ans : অজগৰ
9. কোনখন ৰাজ্য ভাৰতৰ প্ৰথম জলাতংক মুক্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে ?
Ans : গোৱা
10. কোনখন ৰাজ্যই 'ঘৰচিৰিকা চৰাইক' ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰিছে ?
Ans : দিল্লী
List of Best Guide Books for APSC
11. জম্মু কাশ্মীৰত ভাৰতীয় সেনাই কোনগৰাকী অভিনেত্রীৰ নামেৰে তেওঁলোকৰ ফাইয়াৰৰিং ৰেঞ্জ নামাকৰণ কৰিছে ?
Ans : বিদ্যা বালন
12. অলপতে কোনখন দেশৰ ৰাষ্ট্ৰীপতিক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে?
Ans : হাইটি
13. শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোনোখন আচঁনিৰ অধীনত মুছলমান যুৱতীসলৰ বিবাহৰ বাবে 51 হাজাৰ টকাৰ সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিছে?
Ans : চাদি চগুন যোজনা
14. শেহতীয়াকৈ সৰ্বভাৰতীয় পৰ্য্যায়ত শ্ৰেষ্ঠ ছুটি চিনমোৰ বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম কি?
Ans : দেৱী
15. শেহতীয়াকৈ কোনখন ৰাজ্যই ড্রেগন ফলৰ নাম নতুনকৈ নামাকৰণ কৰিছে?
Ans : গুজৰাট
16. DRDO য়ে নিৰ্মাণ কৰা কভিড 19 টেষ্টিং কিডটোৰ নাম কি?
Ans : DIPCAVAN
17. The Hunger virus multiplies report 2021 ৰ তথ্য অনুসৰি প্ৰতি মিনিটত কিমানজন ব্যক্তিৰ ভোকত মৃত্যু হয়?
Ans : 11 জন
18. শেহতীয়াকৈ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰেল চলাচল ব্যৱস্থা আৰম্ভ হৈছে?
Ans : মণিপুৰ
19. শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী সংস্থা সমূহক অধিক গতিশীল আৰু মজবুত কৰিবলৈ নতুনকৈ গঠন কৰা মন্ত্রালয়টোৰ নাম কি?
Ans : সহকাৰিতা মন্ত্রালয়
20. শেহতীয়াকৈ আমেৰিকাই কোনজন ব্যক্তিক ভাৰতবৰ্ষত ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰিছে?
Ans : অতুল কাশ্যপ
21. ত্ৰিপুৰাৰ নৱনিযুক্ত লোকআয়ুক্তজনৰ নাম কি?
Ans : কল্যাণ নাৰায়ন ভট্টাচাৰ্য
22. অসমত বৰ্তমান কিমানখন 'ব্যাঘ্ৰ প্ৰকল্প' (Tiger reserve) আছে ?
Ans : ৪ খন
23. ভাৰতৰ নীতি (NITI) আয়োগৰ উন্নয়নৰ সমীক্ষাত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?
Ans : 27
24. 2021 চনৰ G20 শীৰ্ষ সন্মিলন কোনখন দেশত অনুষ্ঠিত হব?
Ans : ইটালী
25. শেহতীয়াকৈ ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড অনুষ্ঠানত বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম কি?
Ans : ৰণুৱা
26. কোনখন বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন অনুসৰি, বায়ু প্ৰদূষণৰ ফলত ভাৰতীয়সকলৰ জীৱন 9 বছৰ হ্ৰাস কৰিব পাৰি?
Ans : চিকাগো বিশ্ববিদ্যালয়
27. আই.আই.টি.-য়ে ৰোপাৰ আৰু কানপুৰৰ বিজ্ঞানীসকলৰ দ্বাৰা বিশ্বৰ প্ৰথম উদ্ভিদ-আধাৰিত স্মাৰ্ট এয়াৰ পিউৰিফায়াৰ আৰু কোনখন বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন অনুষদ বিকশিত কৰিছিল?
Ans : দিল্লী বিশ্ববিদ্যালয়
28. কোনখন ৰাজ্য চৰকাৰে "উদ্ভাৱন মিছন পাঞ্জাৱ" আৰম্ভ কৰিছে?
Ans : পঞ্জাৱ চৰকাৰ
29. টকিঅ' 2020 পেৰাঅলিম্পিক গেমছত ভাৰতে লাভ কৰা মুঠ পদকৰ সংখ্যা হৈছে?
Ans : ১৯
30. কোনটো কোম্পানীয়ে পৰৱৰ্তী 50 বছৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ বাবে লীজৰ নিবিদা জিকিছে?
Ans : আদানি গ্ৰুপ
Must visit : MCQ on Current Affairs 2021
Now World_Polity is on every platform to give you each & every update.
• Subscribe our Youtube channel
• Join our Facebook Page
• Join our telegram Channel
* Recent Top Most Searches :
* Assam GK in Assamese Language
* Assam History GK on Ahom Kingdom
* India GK Quiz in English for UPSC
Well if you like the Assam Current Affairs 2021 for APSC - Monthly Current Affairs of Assam for Competitive Exams do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
(Please do not enter any spam link)