Assam History GK on Ahom Kingdom - GK on Ahom Dynasty for Upcoming Exams

Ahom History GK in Assamese Language - Ancient History of Assam for APSC Set 2

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2021? If yes, then you must be aware of the most important Assam History GK on Ahom Kingdom for the upcoming competitive exam preparation. Therefore every aspirants need to know the Ahom History GK in Assamese language for APSC and any other Assam govt exams 2021. In this regard "Assam Gk Gyan" decides to provide you the most important GK on Ahom Dynasty for the upcoming exams. Infact the Ancient History of Assam for APSC will be a key topic in the Assam Gk section for the upcoming exams. So the Assam History GK on Ahom Kingdom Questions and Answers for the exams will be a pedestrian to crack your exam.

Assam History GK on Ahom Kingdom - GK on Ahom Dynasty for Upcoming Exams

Ancient History of Assam for APSC 

Ahom History GK in Assamese Language

In this article we have provided you Ahom History GK in Assamese Language. So, read all these important Ancient History of Assam for the upcoming APSC Prelims & Mains exam as well as other govt exams. These GK on Ahom Dynasty are extremely important and should be a part of your preparation. Infact the Ahom History GK in Assamese Language is very important for any Assam govt exams of 2021.

Assam History GK Questions and Answers

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Assam History GK Questions and Answers. Specially the toppers of APSC recommend that aspirant start their preparation with the Assam GK topics such as Assam History GK Questions and Answers for the upcoming exams.

Assam History GK on Ahom Kingdom

Here are total of 30 Assam History GK on Ahom Kingdom for your upcoming APSC Prelims exam. Read all these important GK on Ahom Dynasty of Ancient History of Assam in order to answer the questions : 

১) কিমান চনত চুকাফাই চৰাইদেউ স্হায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল?

উত্তৰ : ১২৫৩ চনত

২) কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু "ৰিক্ খান" উৎসৱ পাতি শাসনৰ দায়িত্ব শদিয়াখোৱা গোহাঁইক দিয়া হয়?

উত্তৰ : চুহুংমুং

৩) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮২ চনত

৪) অসমত ভৌম বংশ কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰ : নৰক ৰজা

৫) কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বর্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল ?

উত্তৰ : ভাস্কৰ বৰ্মন

৬) পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?

উত্তৰ : ১৮৯৪ চনত

৭) প্ৰথম আহোম বৰবৰুৱা কোন আছিল ?

উত্তৰ : মোমাই তামুলী

৮) আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰগোঁহাই কোন আছিল?

উত্তৰ : কনছেং

৯) কনছেং কোন আছিল?

উত্তৰ : চুপিমফাৰ পুত্ৰ

১০) ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নীৰ নাম কি আছিল?

উত্তৰ : মূলাগাভৰু

Must visit : GK on Space & Space Agencies in Assamese

১১) গড়গঞা ৰজা বুলি কাক জনা যায়?

উত্তৰ : চুক্লেণমুং

১২) কোনজন আহোম ৰজাই প্ৰথম মোহৰ সজাইছিল?

উত্তৰ : চুক্লেণমুং

১৩) বুঢ়া ৰজা বুলি কাক জনা যায়?

উত্তৰ : চুচেংফা

১৪) বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায়?

উত্তৰ : চুচেংফা

১৫) পঁচা প্ৰথা কোনে সৃষ্টি কৰিছিল?

উত্তৰ : চুচেংফা । হিন্দু নাম প্ৰতাপ সিংহ

১৬) অসূৰৰ আলি সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৬৩৯ চনত

১৭) ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৬৬৩ চনৰ ২৩ জানুৱাৰী

১৮) আলাবৈৰ ৰণ কিমান চনত হৈছিল?

উত্তৰ : ১৬৬৯ চনৰ ৫ আগষ্ট

১৯) কোনজন আহোম ৰজাৰ দিনত আলাবৈৰ ৰণ সংঘটিত হৈছিল?

উত্তৰ : চক্ৰধ্বজ সিংহ

২০) লাচিত বৰফুকনৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ : ১৬২২ চনৰ ২৪ নৱেম্বৰ

২১) আহোম স্বৰ্গদেউসকলে পুৰোহিতক দান কৰা মাটিক কি বোলা হৈছিল?

উত্তৰ : পীৰপাল

২২) কোনজন আহোম ৰজাই "নগা আলি" বন্ধাইছিল?

উত্তৰ : চুক্লেনমুং

২৩) কছাৰী ৰাজ্যৰ বেছিভাগ অংশ কোনজন আহোম ৰজাৰ দিনত দখল হৈছিল?

উত্তৰ : চুহুংমুং

২৪) কোচ মূদ্ৰাক কি নামেৰে জনা গৈছিল?

উত্তৰ : নাৰায়ণী

২৫) কোচ ৰাজকুমাৰী মংগালদইক কোনজন আহোম ৰজাই বিয়া কৰিছিল?

উত্তৰ : চুখাম্ফা

২৬) কাৰ সয়ম্বৰ উপলক্ষে ৰজা ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰীটো খন্দাইছিল?

উত্তৰ : ভানুমতীৰ

২৭) "সমৰ সিংহ/ সংগ্ৰাম সিংহ" উপাধি কোনে লাভ কৰিছিল?

উত্তৰ : চিলাৰায়

২৮) প্ৰাচীন কামৰূপৰ ভৌগোলিক অৱস্থা বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ : লৌহিত্য

২৯) চুকাফাই লগত অনা ডাঙৰীয়া বা মন্ত্ৰী দুগৰাকীৰ নাম আছিল? 

উত্তৰ : বুঢ়াগোহাঁই আৰু বৰগোহাঁই

৩০) ভাস্কৰ বৰ্মাই উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকীজনৰ নাম কি আছিল?

উত্তৰ : হংসবেগ 

Assam History GK Set 1

Now Assam Gk Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Assam GK in Assamese Language 

* MCQ on Current Affairs 2021 in Assamese 

* Assam Geography MCQ 

Hello if you like the article on Assam History GK on Ahom Kingdom as well as the Ahom History GK in Assamese Language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.  

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.