Geography of Assam MCQs - 60 Assam Geography GK Quiz Questions & Answers set 1
Assam Geography MCQ and Assam Geography General Knowledge for Competitive Exams in Assamese Language is one among the foremost relevant and important subject for the Exams like APSC/PNRD/EXCISE/JAA/Assam Police/Irrigation and lots of other state level Competitive Exams. Therefore "Assam Gk Gyan" provides you Geography of Assam MCQs Questions & Answers in Assamese which will be a pedestrian to crack your upcoming exams.
So, practice all these Assam Geography MCQ Quiz in Assamese Language for Competitive Exams to prepare for your upcoming exams. You can easily get 2-3 marks with the help of this Assam Geography General Knowledge.
MCQ on Geography of Assam & General Knowledge
১) ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰী হ'ল--
(ক) ৰেহমা পাহাৰ
(খ) মিকিৰ পাহাৰ
(গ) বৰাইল পৰ্বত
(ঘ) পাটকাই পৰ্বত
উত্তৰ : (গ) বৰাইল পৰ্বত
(২) অসমৰ পাহাৰীয়া জিলা দুখন হ'ল--
(ক) কাৰ্বি আংলং, উত্তৰ কাছাৰ
(খ) কৰিমগঞ্জ, হাইলাকান্দি
(গ) লখিমপুৰ, কাছাৰ
(ঘ) ধেমাজি, ডিব্ৰুগড়
উত্তৰ : (ক) কাৰ্বি আংলং, উত্তৰ কাছাৰ
(৩) অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ'ল--
(ক) ৭৮,৪৩৮ বৰ্গ কি:মি:
(খ) ৭৮,৪৩৬ বৰ্গ কি:মি:
(গ) ৭৭,৪৩৮ বৰ্গ কি:মি:
(ঘ) ৭৬,৪৩৬ বৰ্গ কি:মি:
উত্তৰ : (ক) ৭৮,৪৩৮ বৰ্গ কি:মি:
(৪) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য হ'ল--
(ক) ৭৪০ কি:মি:
(খ) ৭২০ কি:মি:
(গ) ৫৬৫ কি:মি:
(ঘ) ৬২০ কি:মি:
উত্তৰ : (খ) ৭২০ কি:মি:
(৫) কৰিমগঞ্জ চেনিকলটো স্থাপিত হৈছিল--
(ক) দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাত
(খ) তৃতীয় পাঁচ বছৰীয়া পৰিকল্পনাত
(গ) চতুৰ্থ পাঁচ বছৰীয়া পৰিকল্পনাত
(ঘ) পঞ্চম পাঁচ বছৰীয়া পৰিকল্পনাত
উত্তৰ : (ক) দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাত
(৬) অসমৰ প্ৰথম তেল শোধনাগাৰটো হ'ল--
(ক) বঙাইগাঁও
(খ) নুনমাটি
(গ) নাহৰকটীয়া
(ঘ) ডিগবৈ
উত্তৰ : (ঘ) ডিগবৈ
(৭) অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আছিল (২০০১ চনৰ মতে)--
(ক) ধুবুৰী
(খ) মৰিগাঁও
(গ) নগাঁও
(ঘ) কামৰূপ
উত্তৰ : (গ) নগাঁও
Must Read : Assam GK for APSC
Must Buy : 1000 MCQ Book on Assam for APSC
(৮) অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তৃতি হ'ল--
(ক) ২৪°৩' উ: অক্ষ: পৰা ২৭°৫৮' উ: অক্ষ: আৰু ৮৯°৫' পূ: দ্ৰা: পৰা ৯৬°১' পূ: দ্ৰা: লৈ
(খ) ২৩°৪' উ: অক্ষ: পৰা ২৮°৫৮' উ: অক্ষ: আৰু ৪৭°৫' পূ: দ্ৰা: পৰা ৯৮°১' পূ: দ্ৰা: লৈ
(গ) ২৪°৬' উ: অক্ষ: পৰা ২৭°৫৮' উ: অক্ষ: আৰু ৮৭°৫' পূ: দ্ৰা: পৰা ৯৬°২' পূ: দ্ৰা: লৈ
(ঘ) ২২°৬' উ: অক্ষ: পৰা ২৭°৫' উ: অক্ষ: আৰু ৮৮°৫' পূ: দ্ৰা: পৰা ৯৫°৫' পূ: দ্ৰা: লৈ
উত্তৰ : (ক) ২৪°৩' উ: অক্ষ: পৰা ২৭°৫৮' উ: অক্ষ: আৰু ৮৯°৫' পূ: দ্ৰা: পৰা ৯৬°১' পূ: দ্ৰা: লৈ
(৯) পাটকাই পৰ্বত হ'ল--
(ক) সঞ্চয়জাত পৰ্বত
(খ) স্তূপ পৰ্বত
(গ) ভংগিল পৰ্বত
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) ভংগিল পৰ্বত
(১০) পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটো হ'ল--
(ক) লাক্ষাদ্বীপ
(খ) মাজুলী
(গ) ভানকুৱাৰদ্বীপ
(ঘ) ব-দ্বীপ
উত্তৰ : (খ) মাজুলী
(১১) মৌচিনৰামৰ গড় বৰষুণৰ পৰিমাণ--
(ক) ১২৪০ চে:মি:
(খ) ১০৯০ চে:মি:
(গ) ১১৮০ চে:মি:
(ঘ) ১২৩০ চে:মি:
উত্তৰ : (ক) ১২৪০ চে:মি:
(১২) গুৱাহাটীৰ গড় বৰষুণৰ পৰিমাণ হ'ল--
(ক) ১৩১.৮ চে:মি:
(খ) ২১৫ চে:মি:
(গ) ১৬৩.৪ চে:মি:
(ঘ) ১৪১.৮ চে:মি
উত্তৰ : (গ) ১৬৩.৪ চে:মি:
(১৩) অসমৰ প্ৰায়_____জন লোক কৃষিজীৱী
(ক) ৬৫
(খ) ৭৫
(গ) ৮০
(ঘ) ৯০
উত্তৰ : (ঘ) ৯০
(১৪) অসমৰ মুঠ মাটিকালিৰ কিমান পৰিমাণত (শতাংশত) কৃষিকাৰ্য্য কৰা হয় ?
(ক) ৪.৫%
(খ) ৫.৪%
(গ) ৪.৩%
(ঘ) ৪.৪%
উত্তৰ : (খ) ৫.৪%
(১৫) অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়?
(ক) নগাঁও
(খ) নলবাৰী
(গ) দৰং
(ঘ) কামৰূপ গ্ৰাম্য
উত্তৰ : (ঘ) কামৰূপ গ্ৰাম্য
(১৬) অসমত ২০০১ চনৰ মতে আলুখেতিৰ উৎপাদন আছিল?
(ক) ৬৮৮.০ হেজাৰ টন
(খ) ৬৭৭.০ হেজাৰ টন
(গ) ৬৭২.০ হেজাৰ টন
(ঘ) ৭৬৭.০ হেজাৰ টন
উত্তৰ : (খ) ৬৭৭.০ হেজাৰ টন
(১৭) অসমত মুঠ চাহ বাগিচাৰ সংখ্যা--
(ক) ৮৪৮ খন
(খ) ৮০০ খন
(গ) ৬৪৮ খন
(ঘ) ৭৪৮ খন
উত্তৰ : (ক) ৮৪৮ খন
(১৮) অসমৰ প্ৰথম চাহ খেতিয়ক--
(ক) হেৰম্ভ দাস
(খ) তেনজিং বড়োছা
(গ) অসীম গগৈ
(ঘ) ৰবেৰ্ট ব্ৰুছ
উত্তৰ : (খ) তেনজিং বড়োছা
(১৯) অসমৰ বৃহত্তম চাহ বাগিচাখন হৈছে--
(ক) সোনাপুৰ চাহ বাগিচা
(খ) খংগেয়া চাহ বাগিচা
(গ) খোগ্ৰাজান চাহ বাগিচা
(ঘ) মোনাবাড়ী চাহ বাগিচা
উত্তৰ : (ঘ) মোনাবাড়ী চাহ বাগিচা
(২০) অসমত মুঠ ____ টা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে
(ক) ৫৯৮ টা
(খ) ৪৯০ টা
(গ) ৫৯০ টা
(ঘ) ৪৯৮ টা
উত্তৰ : (ক) ৫৯৮ টা
(২১) _____ চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে
(ক) ডিব্ৰুগড়
(খ) গুৱাহাটী
(গ) যোৰহাট
(ঘ) শিৱসাগৰ
উত্তৰ : (খ) গুৱাহাটী
(২২) উজনি অসমৰ_____ত চাহ গৱেষণা কেন্দ্ৰ আছে
(ক) যোৰহাট
(খ) ডিব্ৰুগড়
(গ) টোকলাই
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) টোকলাই
(২৩) গুৱাহাটীৰ_____ত কফি প্ৰস্তুত কেন্দ্ৰ আছে
(ক) আমিনগাঁও
(খ) নাৰেংগী
(গ) লখৰা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) লখৰা
(২৪) অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হ'ল--
(ক) মাহুৰ
(খ) গুঞ্জং
(গ) লাচং
(ঘ) আচালু
উত্তৰ : (খ) গুঞ্জং
(২৫) অসমত কফি গৱেষণা কেন্দ্ৰ আছে--
(ক) ডলামৰাত
(খ) বুঢ়াপাহাৰত
(গ) ডিফুত
(ঘ) হেংগেৰীত
উত্তৰ : (গ) ডিফুত
(২৬) বিশেষজ্ঞসকলৰ মতে অসমত____ নিযুত টন কয়লা আছে
(ক) ১০০০ নিযুত টন
(খ) ২০০০ নিযুত টন
(গ) ১৫০০ নিযুত টন
(ঘ) ২৫০০ নিযুত টন
উত্তৰ : (ক) ১০০০ নিযুত টন
(২৭) ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয়____ চনত
(ক) ১৯৯৮
(খ) ১৮৮৯
(গ) ১৮৭৯
(ঘ) ১৮৯৭
উত্তৰ : (খ) ১৮৮৯
(২৮) ____তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ
(ক) গেলেকী
(খ) জালনি
(গ) নাহৰকটীয়া
(ঘ) মৰাণ
উত্তৰ : (গ) নাহৰকটীয়া
(২৯) নাহৰকটীয়াৰ পৰা নুনমাটিলৈ_____ কি:মি তেলৰ নলী পথ আছে
(ক) ৪৫০
(খ) ৪৪০
(গ) ৬৫০
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) ৪৪০
(৩০) অসমৰ _____ জিলাত লোণাপানীৰ উহ আছে
(ক) নগাঁও
(খ) কাছাৰ
(গ) কাৰ্বি আংলং
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) কাছাৰ
For timely updates related to your query on Assam Geography MCQ in Assamese & General Knowledge of various subjects in Assamese, unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...
* Top most searches :
* Assam History GK on Ahom Kingdom
* GK on Space & Space Agencies in Assamese
(Please do not enter any spam link)